গ্ৰামোন্নয়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 23rd, 05:24 pm
Prime Minister Narendra Modi paid tribute to Netaji Subhas Chandra Bose on his 125th birth anniversary. Addressing the gathering, he said, The grand statue of Netaji, who had established the first independent government on the soil of India, and who gave us the confidence of achieving a sovereign and strong India, is being installed in digital form near India Gate. Soon this hologram statue will be replaced by a granite statue.ইণ্ডিয়া গেটত নেতাজীৰ হ’ল’গ্ৰাম মূর্তি উন্মোচন প্রধানমন্ত্রীৰ
January 23rd, 05:23 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ এটা হ’ল’গ্ৰাম মূর্তি উন্মোচন কৰে৷ নেতাজীৰ মূর্তি নির্মাণৰ কাম শেষ নোহোৱালৈকে এই হ’ল’গ্ৰাম মূর্তি থাকিব৷ বছৰজোৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্ম বার্ষিকী উদযাপন উপলক্ষে মূর্তিটো সেই স্থানত উন্মোচন কৰা হ’ব।আজি ভাৰতত হোৱা ইতিবাচক পৰিৱৰ্তনে নেতাজী সুভাষ বসুক অতিশয় গৰ্বিত কৰিবঃ প্ৰধানমন্ত্ৰী
January 23rd, 11:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেতাজী সুভাষ বসুৰ উক্ত স্মৰণ কৰি কয় যে আমাৰ এটা লক্ষ্য আৰু শক্তি থকা উচিত যিয়ে আমাক সাহসৰ সৈতে বলিষ্ঠভাৱে চালিত কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। আজিৰ আত্মনিৰ্ভৰ ভাৰতত, আমাৰ সেই লক্ষ্য আৰু শক্তি আছে। আমাৰ অভ্যন্তৰীণ শক্তি আৰু সংকল্পৰে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য সফল হ’ব, শ্ৰী মোদীয়ে কয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ উদ্ধৃতি দি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ তেজ আৰু ঘামেৰে আমাৰ ৰাষ্ট্ৰখনলৈ বৰঙণি যোগাবৰ অৰ্থে আমাৰ একমাত্ৰ লক্ষ্য থকা উচিত আৰু আমাৰ কঠোৰ শ্ৰম আৰু উদ্ভাৱনেৰে ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিব লাগে। কলকাতাৰ ভিক্ট’ৰিয়া মেম’ৰিয়েলত ‘পৰাক্ৰম দিৱস’তে তেখেতে এইদৰে কয়।আমাৰ দেশৰ প্রতি নেতাজী সুভাষ চন্দ্র বসুৰ অবদানক শ্রদ্ধা জনাবলৈ হৰিপুৰাত কাইলৈ এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছেঃ প্রধানমন্ত্রী
January 22nd, 07:10 pm
এলানি ট্যুইট বার্তাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কৈছে, “কাইলৈ, মহান নেতাজী সুভাষ চন্দ্র বসুৰ জন্মদিনত দেশে #ParakramDivas উদযাপন কৰিব। দেশজুৰি যি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে, তাৰ ভিতৰত এটি বিশেষ অনুষ্ঠান হ'ব গুজৰাটৰ হৰিপুৰাত। বিয়লি ১টাত এই অনুষ্ঠান আৰম্ভ হ'ব, আপোনালোকে এই আয়োজনত যোগ দিয়ক।