শ্ৰী জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
November 14th, 08:52 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী জৱাহৰলাল নেহৰুৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।টিভি নাইন কনক্লেভত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 26th, 08:55 pm
আমাৰ ইয়াত পুৰণি কালত যুদ্ধলৈ যোৱাৰ আগতে বৰ জোৰেৰে ডবা বজোৱা হৈছিল, ডাঙৰ ডাঙৰ বিউগল বজোৱা হৈছিল যাতে যোৱাসকল অলপ উদ্যমত যায়, ধন্যবাদ দাস! টিভি নাইনৰ সকলো দৰ্শকলৈ মোৰ নমস্কাৰ আৰু ইয়াত উপস্থিত আপোনালোক সকলোলৈ... মই প্ৰায়ে ভাৰতৰ বৈচিত্ৰ্যৰ কথা কওঁ। এই বৈচিত্ৰ্য টিভি নাইনৰ নিউজ ৰুম, আপোনালোকৰ ৰিপ’ৰ্টিং দলত স্পষ্টকৈ দেখা যায়। টিভি নাইনৰ কেইবাটাও ভাৰতীয় ভাষাত মিডিয়া প্লেটফৰ্ম আছে। আপোনালোক ভাৰতৰ সজীৱ গণতন্ত্ৰৰো প্ৰতিনিধি। মই বেলেগ বেলেগ ৰাজ্যত, বেলেগ বেলেগ ভাষাত টিভি নাইনত কাম কৰা সকলো সাংবাদিক বন্ধুক, আপোনালোকৰ কাৰিকৰী দলটোক বহুত বহুত অভিনন্দন জনাইছোঁ।নিউজ-৯ গ্ল’বেল ছামিটত ভাষণ প্ৰধানমন্ত্ৰীৰ
February 26th, 07:50 pm
আজি নতুন দিল্লীত অনুষ্ঠিত নিউজ-৯ গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আগবঢ়ায়। সন্মিলনৰ বিষয়বস্তু আছিল ‘ভাৰত: এক বিশাল জাঁপৰ বাবে সাজু’।জন্ম বাৰ্ষিকী উপলক্ষে জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
November 14th, 09:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উকীল সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
September 23rd, 10:59 am
ভাৰতৰ মুখ্য ন্যায়াধীশ শ্ৰী ডিৱাই চন্দ্ৰচুড় মহোদয়, কেন্দ্ৰীয় আইন মন্ত্ৰী আৰু মোৰ সহযোগী শ্ৰী অৰ্জুন ৰাম মেঘৱাল মহোদয়, ব্ৰিটেইনৰ লৰ্ড চান্সেলৰ মিষ্টাৰ এলেক্স চক, এটৰ্নী জেনেৰেল, ছলিচিটৰ জেনেৰেল, আৰু উচ্চতম ন্যায়ালয়ৰ সকলো সন্মানীয় ন্যায়াধীশ, বাৰ কাউন্সিলৰ অধ্যক্ষ আৰু সদস্যসকল, বিভিন্ন দেশ আৰু ৰাজ্যৰ প্ৰতিনিধিসকল আৰু সন্মানীয় ভদ্ৰমহিলাসকল!নতুন দিল্লীত ‘আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলন, ২০২৩’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
September 23rd, 10:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ‘আন্তঃৰাষ্ট্ৰীয় অধিবক্তা সন্মিলন ২০২৩’ উদ্বোধন কৰে। এই সন্মিলনৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিভিন্ন আইনী বিষয়ৰ ওপৰত অৰ্থপূৰ্ণ আলোচনা আৰু আলোচনাৰ মঞ্চ হিচাপে কাম কৰা, ধাৰণা আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ পোষকতা কৰা আৰু আইনী বিষয়সমূহৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু বুজাবুজি শক্তিশালী কৰা।নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ লোকসভাক সম্বোধনৰ পূৰ্ণপাঠ
September 19th, 01:50 pm
নতুন সংসদ ভৱনত এয়া প্ৰথম আৰু ঐতিহাসিক অধিৱেশন। সকলো সন্মানীয় সাংসদ আৰু দেশবাসীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ।নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ লোকসভাক সম্বোধন
September 19th, 01:18 pm
সদনক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নতুন সংসদ ভৱনত ঐতিহাসিক প্ৰথম অধিৱেশন অনুষ্ঠিত হোৱা বুলি উল্লেখেৰে এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। নতুন সংসদ ভৱনত প্ৰথম দিনাই বিশেষ অধিৱেশনত সদনক সম্বোধনৰ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ লগতে সদনৰ সদস্যসকলক উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে নতুন সংসদ ভৱনত প্ৰৱেশেৰে ভৱিষ্যতৰ সংকল্প গ্ৰহণেৰে অগ্ৰসৰ হোৱাৰ এই ক্ষণেই হৈছে অমৃত কালৰ আৰম্ভণি। শেহতীয়া সাফল্যৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজ্ঞান খণ্ডত চন্দ্ৰযান ৩ৰ সফলতা আৰু জি-২০ সন্মিলন আৰু বিশ্ব পৰ্য্যায়ত ইয়াৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। তেখেতে কয় যে ভাৰতৰ সন্মুখত এক অনন্য সুযোগ প্ৰতিভাত হৈছে আৰু ইয়াৰ আলোকত ৰাষ্ট্ৰখনৰ নতুন সংসদ ভৱন আজি কাৰ্য্যক্ষম হৈ উঠিছে। গণেশ চতুৰ্থীৰ শুভ লগনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাবা গণেশ হৈছে সমৃদ্ধি, মংগল আৰু জ্ঞানৰ দেৱতা। “এয়া সংকল্পৰাজি পৰিপূৰণ তথা নতুন উদ্যম আৰু শক্তিৰে নতুন যাত্ৰা আৰম্ভৰ সময়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়। গণেশ চতুৰ্থী আৰু এই নতুন আৰম্ভণি উপলক্ষে লোকমান্য তিলকক স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত লোকমান্য তিলকে গণেশ চতুৰ্থীক সমগ্ৰ দেশতে স্বৰাজৰ শিখা প্ৰজ্জ্বলনৰ মাহেন্দ্ৰ ক্ষণলৈ ৰূপান্তৰিত কৰিছিল। আজি আমিও একে প্ৰেৰণাৰে আগবাঢ়িছো বুলি শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
May 27th, 09:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবার্ষিকীত প্রধানমন্ত্রীৰ শ্রদ্ধা
November 14th, 11:33 am
ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবার্ষিকীত শ্রদ্ধা নিবেদন কৰিছে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।বাৰ্মিংহাম কমনৱেলথ গেমছ, ২০২২ ত অংশগ্ৰহণকাৰী ভাৰতীয় খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
August 13th, 11:31 am
তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলক প্ৰধানমন্ত্ৰীৰ সম্বৰ্দ্ধনা
August 13th, 11:30 am
‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।PM pays tributes to Pandit Jawaharlal Nehru on his death anniversary
May 27th, 09:56 am
The Prime Minister, Shri Narendra Modi has paid tributes to first Prime Minister of India, Pandit Jawaharlal Nehru Ji on his death anniversary.ক্ষুদ্ৰ অনলাইন পৰিশোধে বৃহৎ ডিজিটেল অৰ্থনীতি গঢ়ি তুলিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
April 24th, 11:30 am
নতুন বিষয়ৰ সৈতে, নতুন অনুপ্ৰেৰণাদায়ক উদাহৰণ, নতুন বাৰ্তাৰ সৈতে, মই পুনৰ এবাৰ আপোনালোকৰ 'মন কী বাত'ত অংশগ্ৰহণ কৰিছো ৷ আপোনালোকে জানেনে এইবাৰ মই চিঠি আৰু বাৰ্তাত আটাইতকৈ কি বিষয় অধিক পাইছো? এই বিষয়টো ইতিহাস, বৰ্তমান আৰু ভৱিষ্যতৰ সৈতে সম্পৰ্কিত। মই দেশখনে লাভ কৰা নতুন প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ বিষয়ে কথা পাতি আছো। এই ১৪ এপ্ৰিলত বাবাচাহেব আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় উদ্বোধন কৰা হৈছে। ইয়াক দেশৰ নাগৰিকসকলৰ বাবে মুকলি কৰা হৈছে। এজন শ্ৰোতা আছে, শ্ৰীযুত সাৰ্থকজী, সাৰ্থকজী গুৰুগ্ৰামত বাস কৰে আৰু প্ৰথম সুযোগ পোৱাৰ লগে লগে তেওঁ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় চাবলৈ আহিছে। সাৰ্থকজীয়ে মোক নমো এপত লিখা বাৰ্তাটো অতি আকৰ্ষণীয় আছিল।PM pays tributes to Pandit Jawaharlal Nehru on his birth anniversary
November 14th, 09:44 am
The Prime Minister, Shri Narendra Modi, has paid tributes to the first Prime Minister of India, Pandit Jawaharlal Nehru on his birth anniversary.ভাৰতৰ স্বাধীনতা সংগ্রামত অংশগ্রহণকাৰী মহান ব্যক্তিসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি প্রধানমন্ত্রীৰ
March 12th, 03:21 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি সকলো স্বাধীনতা সংগ্রামী, স্বাধীনতা আন্দোলনৰ সৈতে জড়িত যুঁজ আৰু সংগ্রামৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ তেওঁ ভাৰতৰ গৌৰৱময় স্বাধীনতা সংগ্রামৰ ইতিহাসত যিসকলে উপযুক্ত স্বীকৃতি নোপোৱাৰ লগতে যিবোৰ ঘটনা লোকচক্ষুৰ আঁতৰত আছিল, সেইবোৰৰ প্রতিও উপযুক্ত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্রমত আজাদীৰ অমৃত মহোৎসৱ (ইন্ডিয়া@৭৫)ৰ শুভাৰম্ভ কৰি ভাষণ আগবঢ়ায়৷‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
March 12th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫-ৰ
March 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আজাদী কা অমৃত মহোৎসৱ’ ইণ্ডিয়া@৭৫ ৰ আনুষ্ঠানিক উদ্বোধন উপলক্ষে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে। তেওঁ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু ডিজিটেল পদ্ধতিত ইতিহাস স্মৰণ কৰাৰ বিভিন্ন উদ্যোগৰো সূচনা কৰে। গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, সাংস্কৃতিক দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানীও এই অনুষ্ঠানত উপস্থিত আছিল।PM pays tributes to first Prime Minister of India Pandit Jawaharlal Nehru on his birth anniversary
November 14th, 10:04 am
The Prime Minister Shri Narendra Modi has paid tributes to first Prime Minister of India Pandit Jawaharlal Nehru on his birth anniversaryPM pays tributes to Pandit Jawaharlal Nehru on his death anniversary
May 27th, 11:18 am
The Prime Minister, Shri Narendra Modi has paid tributes to first Prime Minister of India Pandit Jawaharlal Nehru on his death anniversary.