Subramania Bharati Ji was ahead of his time: PM Modi
December 11th, 02:00 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.PM Modi releases compendium of complete works of great Tamil poet Subramania Bharati
December 11th, 01:30 pm
PM Modi released the compendium of complete works of great Tamil poet and freedom fighter Subramania Bharati at 7, Lok Kalyan Marg. The Prime Minister lauded the extraordinary, unprecedented and tireless work of six decades for the compilation of 'Kaala Varisaiyil Bharathiyar Padaippugal' in 21 volumes. He added that the hard work of Seeni Vishwanathan ji was such a penance, which will benefit many generations to come.বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 18th, 02:16 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
December 18th, 02:15 pm
প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।PM pays tributes to Pandit Deendayal Upadhyay at Dhanakya in Jaipur
September 25th, 09:43 pm
The Prime Minister, Shri Narendra Modi today paid tributes to Pandit Deendayal Upadhyay at Deendayal Upadhyay National Memorial at Dhanakya in Jaipur. The Prime Minister said Our government is committed to making life easier for the poorest of the poor in the country by following the principle of Antyodaya.The egoistic Congress-led Alliance intends to destroy the composite culture of Santana Dharma in both Rajasthan & India: PM Modi
September 25th, 04:03 pm
PM Modi addressed the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan. While addressing the event PM Modi recalled Pt. Deendayal Upadhyaya on his birth anniversary. He said, “It is his thoughts and principles that have served as an inspiration to put an end to the Congress-led misrule in Rajasthan.PM Modi addresses the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan
September 25th, 04:02 pm
PM Modi addressed the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan. While addressing the event PM Modi recalled Pt. Deendayal Upadhyaya on his birth anniversary. He said, “It is his thoughts and principles that have served as an inspiration to put an end to the Congress-led misrule in Rajasthan.BJP is the only pan-India party from east to west and from north to south: PM Modi
March 28th, 06:37 pm
Prime Minister Narendra Modi addressed party karyakartas at the BJP headquarters during the inauguration of residential complex and auditorium of BJP. Addressing the gathering, he said, “I remember, in February 2018, when I had come to inaugurate this headquarters, I had said that the soul of this office is our karyakartas. Today when we are expanding this office, it is also not just an expansion of a building. Rather, it is an extension of the dreams of every BJP worker, it is an extension of BJP's resolve to serve.”PM Modi addresses Party Karyakartas at BJP HQ in Delhi
March 28th, 06:36 pm
Prime Minister Narendra Modi addressed party karyakartas at the BJP headquarters during the inauguration of residential complex and auditorium of BJP. Addressing the gathering, he said, “I remember, in February 2018, when I had come to inaugurate this headquarters, I had said that the soul of this office is our karyakartas. Today when we are expanding this office, it is also not just an expansion of a building. Rather, it is an extension of the dreams of every BJP worker, it is an extension of BJP's resolve to serve.”প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
February 11th, 10:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি দিয়ে
September 25th, 09:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি দিয়ে।Every BJP Karyakarta is a representative of the dreams and resolve of the country: PM Modi
April 06th, 04:44 pm
On the occasion of the BJP's foundation day, Prime Minister Narendra Modi said, “Today is the fifth day of Navratri. Today we worship Maa Skandamata. We have seen that she sits on a Lotus throne and holds Lotus flowers in both her hands. I pray that her blessings continue to be bestowed upon every citizen and karyakartas of the BJP.”PM Modi addresses BJP Karyakartas on the Party’s Sthapna Diwas
April 06th, 10:16 am
On the occasion of the BJP's foundation day, Prime Minister Narendra Modi said, “Today is the fifth day of Navratri. Today we worship Maa Skandamata. We have seen that she sits on a Lotus throne and holds Lotus flowers in both her hands. I pray that her blessings continue to be bestowed upon every citizen and karyakartas of the BJP.”Our alliance is with the 'Janata Janardan', says PM Modi in Chandauli, UP
March 04th, 11:44 am
Prime Minister Narendra Modi today addressed public meeting in Chandauli, Uttar Pradesh. Addressing the gathering, PM Modi highlighted the special friendship of BJP with the people of Jaunpur. PM Modi iterated that people should ensure that the BJP remains in power for the development to continue in the state. PM Modi said, “These ‘Pariwarvadis’ had left the people of Purvanchal without any support. This is the first time after independence when the voice of the people of Purvanchal is resonating strongly from Delhi to Lucknow.”PM Modi addresses public meetings in Jaunpur and Chandauli, Uttar Pradesh
March 03rd, 01:30 pm
Prime Minister Narendra Modi today addressed public meetings in Jaunpur and Chandauli, Uttar Pradesh. Addressing the gathering, PM Modi highlighted the special friendship of BJP with the people of Jaunpur. PM Modi iterated that people should ensure that the BJP remains in power for the development to continue in the state. PM Modi said, “These ‘Pariwarvadis’ had left the people of Purvanchal without any support. This is the first time after independence when the voice of the people of Purvanchal is resonating strongly from Delhi to Lucknow.”প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে
February 11th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্য তিথিত তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।PM pays tributes to Pandit Deendayal Upadhyaya on his birth anniversary
September 25th, 09:57 am
The Prime Minister, Shri Narendra Modi has paid tributes to Pandit Deendayal Upadhyaya Ji on his birth anniversary.পণ্ডিত দীন দয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
November 21st, 11:06 am
পণ্ডিত দীন দয়াল উপাধ্যায় পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠান উপলক্ষে আপোনালোক সকলোলৈ অভিনন্দন জনাইছো৷ যিসকলে আজি স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁলোকক আৰু তেওঁলোকৰ পিতৃ-মাতৃসকলোলৈও অশেষ অভিনন্দন জনাইছো৷ আজি দেশে আপোনালোকৰ দৰে উদ্যোগৰ বাবে প্ৰস্তুত ‘স্নাতক’ লাভ কৰিছে৷ আপোনালোকক অভিনন্দন আপোনালোকৰ পৰিশ্ৰমৰ বাবে, আপোনালোকে যি এই বিশ্ববিশ্বদ্যালয়ত শিকিছে তাৰ বাবে আৰু অনেক শুভকামনা থাকিল, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যি বৃহৎ লক্ষ্য লৈ আজি আপোনালোকে ইয়াৰ পৰা প্ৰস্থান কৰিছে সেই লক্ষ্যৰ বাবে, নতুন যাত্ৰাৰ বাবে৷গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰ
November 21st, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তন মুকলি কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ একেটা দিনতে ৪৫ মেগাৱাট ক্ষমতাসম্পন্ন এক মনোক্ৰিষ্টালাইন ছ’লাৰ ফটোভোলটেক পেনেলৰো শিলান্যাস কৰে। ইয়াৰ উপৰিও তেওঁ ৱাটাৰ টেকন’লজীৰ এক উৎকৰ্ষ কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে সেই বিশ্ববিদ্যালয় কেম্পাছত এটা ইনোভেশ্যন এণ্ড ইনকিউবেশ্যন চেন্টাৰ আৰু টেকন’লজী বিজনেছ ইনকিউবেশ্যন আৰু ট্ৰান্সলেশ্যনেল ৰিচাৰ্ছ চেন্টাৰ আৰু স্প’ৰ্টছ কমপ্লেক্সৰো আনুষ্ঠানিক উদ্বোধন কৰে।কৃষি বিধেয়কে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক অতিশয় লাভান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী মোদী
September 25th, 11:10 am
দীন দয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত এক কাৰ্যসূচীত বিজেপিৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২১শ শতিকাত ভাৰতক বিশ্ব নেতাৰ আসনত অধিষ্ঠিত কৰিবলৈ আজি যিখিনি অগ্ৰগতি লাভ কৰা হৈছে, তাত পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ এটা প্ৰধান অৱদান আছে।” তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়, নতুন কৃষি বিধেয়কসমূহৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তা আছে।