পালি আৰু মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কৃতজ্ঞতা প্ৰকাশ ভিক্কু সংঘৰ সদস্যসকলৰ
October 05th, 09:22 pm
মুম্বাইৰ ভিক্কু সংঘৰ সদস্যসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পালি আৰু মাৰাঠী ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তত আনন্দ প্ৰকাশ কৰে।মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত কেবিনেটৰ অনুমোদন
October 03rd, 09:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাইছে। ধ্ৰুপদী ভাষাসমূহে ভাৰতৰ গভীৰ আৰু প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ ৰক্ষক হিচাপে কাম কৰে, যি প্ৰতিটো সম্প্ৰদায়ৰ ঐতিহাসিক আৰু সাংস্কৃতিক মাইলৰ খুঁটিসমূহৰ সাৰমৰ্ম উপস্থাপন কৰে।পালি সাংসদ খেল মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
February 03rd, 12:00 pm
পালিত নিজৰ ক্ৰীড়া প্ৰতিভাক উজ্জ্বলভাৱে প্ৰদৰ্শন কৰা সকলো খেলুৱৈলৈ অশেষ অভিনন্দন জনালোঁ। ক্ৰীড়াত কেতিয়াও কোনো পৰাজয় নহয়। ক্ৰীড়াত হয় জয়ী হয় নহয় শিকে। সেয়েহে তাত উপস্থিত থকা সকলো খেলুৱৈৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক আৰু পৰিয়ালৰ সদস্যলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে পালী সাংসদ খেল মহাকুম্ভৰ কাৰ্য্যসূচী সম্বোধন কৰে
February 03rd, 11:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে পালী সাংসদ খেল মহাকুম্ভৰ কাৰ্য্যসূচী সম্বোধন কৰে। সকলো অংশগ্ৰহণকাৰীকে তেওঁলোকৰ উল্লেখযোগ্য ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ক্ৰীড়াত কেতিয়াও পৰাজয় নাথাকে; হয় আপোনালোক জয়ী হয় নহয় শিকে। সেয়ে কেৱল সকলো খেলুৱৈকে নহয়, তাত উপস্থিত থকা আপোনালোকৰ প্ৰশিক্ষক আৰু পৰিয়ালৰ সদস্যসকললৈয়ো মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”Under the BJP govt, direct taxes reduced, providing relief to the middle class: PM Modi
November 20th, 06:58 pm
Amidst the ongoing election campaigning in Rajasthan, PM Modi’s rally spree continued as he addressed public meetings in Pali and Pilibanga. Addressing a massive gathering, PM Modi emphasized the nation’s commitment to development and the critical role Rajasthan plays in India’s advancement in the 21st century. The Prime Minister underlined the development vision of the BJP government and condemned the misgovernance of the Congress party in the state.PM Narendra Modi addresses public meetings in Pali & Pilibanga, Rajasthan
November 20th, 12:00 pm
Amidst the ongoing election campaigning in Rajasthan, PM Modi’s rally spree continued as he addressed public meetings in Pali and Pilibanga. Addressing a massive gathering, PM Modi emphasized the nation’s commitment to development and the critical role Rajasthan plays in India’s advancement in the 21st century. The Prime Minister underlined the development vision of the BJP government and condemned the misgovernance of the Congress party in the state.জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপন উপলক্ষ্যে ১৬ নৱেম্বৰত ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়
November 14th, 06:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ১৬ নৱেম্বৰৰ দিনৰ ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব।