PM Modi meets President of Palestine
September 23rd, 06:32 am
PM Modi met the President of Palestine, H.E. Mahmoud Abbas in New York. The PM reaffirmed India's commitment to supporting the early restoration of peace and stability in the region and discussed ways to further strengthen the friendship with the people of Palestine.Prime Minister Narendra Modi speaks with the President of Egypt
October 28th, 08:16 pm
Prime Minister Shri Narendra Modi had a telephone conversation today with the President of Egypt, H.E. Mr. Abdel Fattah El-Sisi.পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
October 19th, 08:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মহম্মদ আব্বাছৰ সৈতে কথা পাতে।Telephone Conversation between PM and President of the State of Palestine
April 14th, 07:17 pm
PM Narendra Modi spoke on phone with H.E. Mr. Mahmoud Abbas, President of the State of Palestine. The two leaders discussed the challenges posed by the ongoing COVID-19 pandemic, and apprised each other of the steps being taken in their respective countries to control the situation.পেলেষ্টাইনৰ প্ৰয়াত ৰাষ্ট্ৰপতি য়াছিৰ আৰাফটৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ৷
February 10th, 08:20 pm
পেলেষ্টাইনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনৰ প্ৰয়াত ৰাষ্ট্ৰপতি য়াছিৰ আৰাফটৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ সমাধিক্ষেত্ৰত তেওঁ পুষ্পাঞ্জলিও অৰ্পণ কৰে৷পেলেষ্টাইনৰ গ্ৰেণ্ড ক’লাৰ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী
February 10th, 07:23 pm
ভাৰত আৰু পেলেষ্টাইনৰ সম্পৰ্ক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ স্বীকৃতিস্বৰূপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতি মাহমুদ আব্বাছে পেলেষ্টাইনৰ গ্ৰেণ্ড ক’লাৰ সন্মানেৰে বিভূষিত কৰে৷ পেলেষ্টাইনৰ ৰামাল্লাত দ্বিপাক্ষিক বৈঠক সমাপ্ত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীক এই সন্মান প্ৰদান কৰা হয়৷Press statement by PM Modi during his State visit to Palestine
February 10th, 04:36 pm
PM Narendra Modi while addressing the media during his State visit to Palestine, said relations between both the countries have stood test of time. He said India is a very old ally in Palestine's nation-building efforts. India hopes that Palestine soon becomes a sovereign and independent country in a peaceful atmosphere, the PM added further.পেলেষ্টাইনত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
February 10th, 03:14 pm
পেলেষ্টাইনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ হিচাপে এই ভ্ৰমণ ঐতিহাসিক হিচাপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ৰামাল্লাহত দেশখনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক সাক্ষাৎ কৰিব৷প্ৰধানমন্ত্ৰীৰ পেলেস্তাইন ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিসমূহ
February 10th, 11:56 am
প্ৰধানমন্ত্ৰীৰ পেলেস্তাইন ভ্ৰমণৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চূক্তিসমূহপেলেষ্টাইন, ইউনাইটেড আৰৱ এমিৰেটছ আৰু ওমানলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
February 08th, 11:05 pm
“৯ৰ পৰা ১২ ফেব্ৰুৱাৰীৰ ভিতৰত মই পেলেষ্টাইন, ইউনাইটেড আৰৱ এমিৰেটছ আৰু ওমান ভ্ৰমণৰ সুযোগ লাভ কৰিছো।Press Statement by PM during the State Visit of President of Palestine
May 16th, 02:50 pm
PM Narendra Modi and President Mahmoud Abbas of Palestine took stock bilateral relations between both the countries. Five MoUs were inked between both countries to strengthen cooperation in key sectors. PM Modi reaffirmed that India was committed to be a useful development partner of Palestine.