জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 26th, 09:30 am
লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে
July 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।প্ৰধানমন্ত্ৰীয়ে শ্বাহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত অভিনন্দন জনায়
March 05th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শ্বাহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।Congress shielded terrorism for vote bank: PM Modi in Ballari, Karnataka
May 05th, 07:38 pm
During the public meeting in Ballari, He also discussed the issue of terrorist conspiracies in Kerala and expressed concern over the destruction they can cause to society. He referred to a film called ‘The Kerala Story’ which is based on such conspiracies. PM Modi said, “'The Kerala Story' shows the ugly truth of terrorism and exposes terrorists' design. Congress is opposing the film made on terrorism and standing with terror tendencies. Congress has shielded terrorism for the vote bank.”PM Modi campaigns in Karnataka’s Ballari and Tumakuru
May 05th, 02:00 pm
Amidst the ongoing election campaigning in Karnataka, PM Modi's rally spree continued as he addressed two mega public meetings today in Ballari and Tumakuru. In his first rally in Ballari, PM Modi said, “BJP's Sankalpa Patra contains a roadmap to make Karnataka the top state in the country but the Congress manifesto consists of numerous false promises and is a collection of appeasement measures.”We are against war, but peace is not possible without strength: PM Modi in Kargil
October 24th, 02:52 pm
Keeping in with his tradition of spending Diwali with armed forces, the PM Modi spent this Diwali with the forces in Kargil. Addressing the brave jawans, the Prime Minister said that the reverence for the soil of Kargil always draws him towards the brave sons and daughters of the armed forces.PM celebrates Diwali with Armed Forces in Kargil
October 24th, 11:37 am
Keeping in with his tradition of spending Diwali with armed forces, the PM Modi spent this Diwali with the forces in Kargil. Addressing the brave jawans, the Prime Minister said that the reverence for the soil of Kargil always draws him towards the brave sons and daughters of the armed forces.PM congratulates Indian cricket team for victory in ICC T20 match
October 23rd, 11:00 pm
The Prime Minister, Shri Narendra Modi congratulated Indian cricket team for their well fought victory over Pakistan inI CC T20 match.পাকিস্তানত হোৱা বানত পতিত হৈ মৃত্যু মুখত পৰা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
August 29th, 08:45 pm
পাকিস্তানত হোৱা বানত পতিত হৈ মৃত্যু মুখত পৰা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 28th, 11:56 pm
প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।শ্ৰী মোদীয়ে কয় যে দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে।During Kargil War, Indian Army showed its might to the world: PM Modi during Mann Ki Baat
July 26th, 11:30 am
During Mann Ki Baat, PM Modi paid rich tributes to the martyrs of the Kargil War, spoke at length about India’s fight against the Coronavirus and shared several inspiring stories of self-reliant India. The Prime Minister also shared his conversation with youngsters who have performed well during the board exams this year.PM condoles the loss of life due to a plane crash in Pakistan
May 22nd, 07:28 pm
The Prime Minister, Shri Narendra Modi has condoled the loss of life due to a plane crash in Pakistan.ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ভাৰতে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? পঢ়ক!
March 16th, 02:44 pm
ছাৰ্ক নেতৃত্ব আৰু প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত হোৱা যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰীয়ে ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱক ৰোধ কৰাৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ আলোকপাত কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘প্ৰস্তুত হওক কিন্তু আতংকিত নহ’ব, এয়াই হ’ল আমাৰ মাৰ্গদৰ্শী মন্ত্ৰ৷ আমি এই সমস্যাক উলাইয়ো কৰিব নোৱাৰো আৰু ইয়াৰ প্ৰতিক্ৰিয়াসমূহ পৰিহাৰো কৰিব নোৱাৰো৷ আমি প্ৰতিক্ৰিয়াশীল প্ৰণালীৰ সৈতে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰয়াস কৰিছো৷’’ছাৰ্ক দেশসমূহৰ বাবে ক’ভিড-১৯ আপাতকালীন পুঁজি গঠনৰ বাবে ভাৰতৰ প্ৰস্তাৱ৷ এই বিষয়ে ইয়াত জানক….
March 16th, 02:42 pm
ছাৰ্ক নেতৃত্ব আৰু প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ আপাতকালীন পুঁজি গঠনৰ প্ৰস্তাৱ দাঙি ধৰে৷ এই পুঁজি ছাৰ্ক দেশসমূহৰ স্বেচ্ছামূলক অৱদানৰ ওপৰত নিৰ্ভৰ কৰিব৷ প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতে ১০ মিলিয়ন ডলাৰৰ অৰ্থ এই পুঁজিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷‘ক’ভিড-১৯’ প্ৰতিৰোধ সন্দৰ্ভত ছাৰ্ক নেতৃবৃন্দৰ ভিডিঅ’ কনফাৰেন্সৰসামৰণিত প্ৰধানমন্ত্ৰীৰ মন্তব্য
March 15th, 08:18 pm
আপোনালোকে আগবঢ়োৱা বহুমূলীয়া সময় আৰু পৰামৰ্শসমূহৰ বাবে আকৌ এবাৰ সকলোকে ধন্যবাদ জনাইছো। আজিৰ আলোচনা অতিকে গঠনমূলক আৰু ফলপ্ৰসূ হৈছে বুলি অনুভৱ কৰিছো।PM’s Remarks on Way Forward at Video Conference of SAARC Leaders on combating COVID-19
March 15th, 07:00 pm
Leading India's stand on combating spread of Coronavirus, PM Modi proposed to create a COVID-19 Emergency Fund for SAARC countries. This would be based on voluntary contributions from all the member countries. To start with, India made an initial offer of 10 million dollars for this fund.ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ছাৰ্ক নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্সত মুকলি ভাষণ
March 15th, 06:54 pm
ইমান কম সময়ৰ ভিতৰত এই বিশেষ বৈঠকত মিলিত হোৱাৰ বাবে আপোনাক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো৷ মই বিশেষ ৰূপত আমাৰ মিত্ৰ প্ৰধানমন্ত্ৰী অলীক ধন্যবাদ জ্ঞাপন কৰিছো যিয়ে নিজৰ অস্ত্ৰোপচাৰ সমাপ্ত হোৱাৰ ঠিক পিছতে আমাৰ সৈতে জড়িত হৈছে৷ মই তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰিছো৷ মই ৰাষ্ট্ৰপতি আশ্বৰফ ঘনীক তেওঁৰ সদ্য সমাপ্ত উপ নিৰ্বাচনৰ বাবেও অভিনন্দন জ্ঞাপন কৰিছো৷ মই ছাৰ্কৰ নতুন মহাসচিবক স্বাগতম জনাইছো যি আমাৰ মাজত আজি উপস্থিত আছে৷ মই গান্ধীনগৰৰ পৰা ছাৰ্কৰ দুৰ্যোগ প্ৰৱন্ধন কেন্দ্ৰৰ সঞ্চালকৰ উপস্থিতিকো সন্মান প্ৰদৰ্শন কৰিছো৷ছাৰ্ক অঞ্চলত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ নেতৃবৰ্গৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
March 15th, 06:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গৰে অঞ্চলটোত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এক উমৈহতীয়া কৌশল প্ৰস্তুত কৰাৰ বাবে ভিডিঅ’ কনফাৰেন্সযোগে মত বিনিময় কৰে৷কাইলৈ ছাৰ্ক নেতৃবৰ্গৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 14th, 09:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৫ মাৰ্চ, ২০২০ত ছাৰ্ক নেতৃবৰ্গৰ সৈতে ক’ভিদ-১৯ৰে মোকাবিলা কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰিব৷ ক’ভিদ-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী সমূহীয়া কৌশল প্ৰস্তুত কৰাৰ সন্দৰ্ভত সকলো ছাৰ্ক ৰাষ্ট্ৰক লৈ হ’বলগীয়া ভিডিঅ’ কনফাৰেন্সত তেওঁ ভাৰতক নেতৃত্ব দিব৷আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনত প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 11:59 pm
মোৰ সন্মুখৰ যি দৃশ্য দেখিবলৈ পাইছো, এই পৰিৱেশ অকল্পনীয়৷ যেতিয়াই টেক্সাছৰ কথা চৰ্চা হয়, সকলো ডাঙৰ কৰি তোলা, বিশাল কৰি তোলা ইত্যাদিবোৰ টেক্সাছৰ স্বভাৱত আছে৷ আজি টেক্সাছৰ এই প্রাণশক্তি ইয়াতো প্ৰতিফলিত হৈছে। এই বিশাল জনসমুদ্রৰ উপস্থিতি কেৱল সংখ্যাৰে গণনা কৰিব পৰা নাযাব, আজি ইয়াত আমি এক নতুন ইতিহাস ৰচনা হোৱা দেখিছো৷ আৰু এক নতুন ৰসায়নো প্ৰত্যক্ষ কৰিছো৷