শ্ৰীমতী তুলসী গৌড়াৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
December 17th, 10:42 am
কৰ্ণাটকৰ শ্ৰদ্ধেয় পৰিৱেশবিদ তথা পদ্ম বঁটা প্ৰাপক শ্ৰীমতী তুলসী গৌড়াৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে।পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিত্বক মনোনীত কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 09th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীক সন্মানীয় পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।We will ensure that the rights of SC/ST/OBC communities are protected at all costs: PM Modi in Bargarh
May 11th, 10:55 am
In his third rally of the day in Bargah, Odisha, PM Modi empathized with the farmers’ situations and remarked, “Modi is tirelessly working to improve the lives of villagers and farmers. Remember the struggles farmers faced for urea ten years ago? Today, there are no such issues. Thanks to the BJP government, many fertilizer factories, including Talcher, have been reopened. Work is progressing rapidly in Talcher. The same urea bag that costs Rs 3,000 worldwide is now available to you for less than Rs 300.”Odisha BJP has pledged to ensure that paddy farmers receive a MSP of Rs 3100: PM Modi in Balangir
May 11th, 10:50 am
Addressing the second rally of the day in Balangir, Odisha, PM Modi reflected, It was our government that approved the Paika Sangram Memorial, symbolizing Odia bravery. We also issued a coin and postage stamp in honor of Paika Sangram. Under the BJP government, a tribal daughter became the President of the country for the first time. Today, a daughter of Odisha holds the highest position in the nation.PM Modi delivers stirring addresses to mammoth gatherings in Kandhamal, Balangir & Bargarh, Odisha
May 11th, 10:30 am
Kandhamal, Balangir & Bargarh, Odisha, witnessed grand celebrations with the arrival of Prime Minister Narendra Modi. Affectionately addressing the audience ahead of Lok Sabha as well as assembly elections in the state, the PM expressed immense pride in the state of Odisha and its invaluable contribution to the nation.সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।পদ্ম বঁটাৰে বিভূষিত সকলোকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন
January 25th, 11:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰিছে।Citizens across all sections praise PM’s Independence Day Speech
August 15th, 01:33 pm
Indians from varied fields lauded the Prime Minister’s Independence Day speech from the ramparts of the Red Fort today. Padma Awardee, academicians, technology, business leaders, prominent women professionals, actors and sportspersons talked on the occasion praising the vision of the speech.প্ৰধানমন্ত্ৰীয়ে পদ্ম বঁটা অনুষ্ঠানত ভাগ লয়
April 05th, 10:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা অনুষ্ঠানত ভাগ লয়।অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
March 22nd, 10:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।পদ্ম বঁটা বিজয়ীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
January 25th, 10:48 pm
প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটা লাভ কৰা সমাজৰ বিভিন্ন ব্যক্তিসকলক অভিনন্দন জ্ঞাপন কৰিছে।