আমাৰ সাহসী জোৱান শ্বহীদসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্পক শক্তিশালী কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী
February 24th, 11:30 am
‘মন কী বাত’ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ দিনৰ পূৰ্বে পুলৱামাত সন্ত্ৰাসবাদীৰ ঘৃণনীয় আক্ৰমণ বাবে দুখ প্ৰকাশ কৰাৰ লগতে কয় যে সাহসী জোৱান শ্বহীদসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্পক শক্তিশালী কৰিছে৷ সেই আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সমবেদনাও জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে অন্যান্য বিষয় যেনে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ভগবান বীৰছা মুণ্ডাৰ সাহসিকতা, জামছেদজী টাটা আৰু মোৰাৰাজী দেশাইৰ দৰে মহান ব্যক্তিৰ অৱদানৰ সম্পৰ্কেও বক্তব্যত উল্লেখ কৰে৷Head of the Mokshayatan Yog Sansthan meets Prime Minister Modi
January 06th, 11:48 am
The Head of the Mokshayatan Yog Sansthan, Saharanpur, Swami Dr. Bharat Bhushan met the Prime Minister in New Delhi today.