পদহস্তাসনৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে

June 16th, 10:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পদহস্তাসন বা হাতৰ পৰা ভৰিলৈ ভংগীমাৰ ওপৰত বিশদ ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি জনসাধাৰণক এই ভংগীমাৰ অনুশীলন কৰিবলৈ আহ্বান জনায়, কাৰণ ই মেৰুদণ্ডৰ বাবে উপকাৰী আৰু ঋতুস্ৰাৱৰ বিষত সহায় কৰে।

Learn 'Padahastasana' with PM Modi!

April 10th, 08:45 am

PM Modi today shared a 3D animated video of him practising the 'Padahastasana' and even highlighted how the asana would make the body healthier and mind calmer.