সদনৰ অধ্যক্ষ নিৰ্বাচনৰ পিছত ১৮তম লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 26th, 11:30 am
এই সদনৰ সৌভাগ্য যে আপুনি দ্বিতীয়বাৰৰ বাবে এই আসনখনত আসীন হৈছে। সকলোৰে হৈ আপোনাক আৰু এই সমগ্ৰ সদনক অভিনন্দন জনাইছোঁ।অধ্যক্ষ নিৰ্বাচনৰ পিছত লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 26th, 11:26 am
শ্ৰী ওম বিৰলাক সদনৰ অধ্যক্ষ হিচাপে সদনে নিৰ্বাচিত কৰাৰ পিছতে লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে।নতুন দিল্লীত নৱম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 13th, 11:22 am
জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনত ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। এই সন্মিলনখন এক প্ৰকাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন সংসদীয় প্ৰথাৰ ‘মহাকুম্ভ’ বা বৃহৎ সমাৰোহ। আপোনালোকৰ দৰে সকলো প্ৰতিনিধি বিভিন্ন সংসদৰ কৰ্মশৈলীৰে অভিজ্ঞ। ইমান চহকী গণতান্ত্ৰিক অভিজ্ঞতাৰে সমৃদ্ধ আপোনালোকৰ ভাৰত ভ্ৰমণ আমাৰ সকলোৰে বাবে এক বৃহৎ আনন্দৰ বিষয়।৯ম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (P20) উদ্বোধন প্ৰধানমন্ত্ৰীৰ
October 13th, 11:06 am
আজি নতুন দিল্লীৰ যশোভূমিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (P20) উদ্বোধন কৰে। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিস্তৃত কাঠামোৰ অধীনত, ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ’ শীৰ্ষক সন্মিলনখনি ভাৰতৰ সংসদে আয়োজন কৰিছে।