মণিপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।মণিপুৰৰ ইম্ফলত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 04th, 09:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।প্রধানমন্ত্রীয়ে ৭ অক্টোবৰত পিএম কেয়াৰ্ছ তহবিলত নির্মিত অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব
October 06th, 02:54 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ পিএম কেয়াৰ্ছ তহবিলৰ পৰা নির্মিত ৩৫টা প্রেছাৰ ছুইং এডছর্পশন (পিএসএ) অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব। দেশৰ ৩৫খন জিলা আৰু কেন্দ্রশাসিত অঞ্চলত এইবিলাক বহুওৱা হৈছে। কাইলৈ, ৭ অক্টোবৰত পুৱা ১১ টাযত উত্তৰাখণ্ডৰ অল ইণ্ডিয়া ইনস্টিটিউট অফ মেডিকেল ছাইন্সেস, ঋষিকেশৰ পৰা ইয়াৰ উদ্বোধন হ'ব। প্রধানমন্ত্রীয়ে এই উপলক্ষে ভাষণ দিব। ইয়াৰ মাধ্যমত দেশৰ প্রতিখন জিলাযত পিএছএ অক্সিজেন প্লাণ্ট স্থাপন অনুমোদিত হৈছে।Highlights from PM Modi's Independence Day speech
August 15th, 03:02 pm
Prime Minister Shri Narendra Modi today addressed the nation from the Red Fort as the country celebrated its 75th Independence Day. During the speech, PM Modi listed achievements of his government and laid out plans for the future. He made an addition to his popular slogan of “Sabka Saath, Sabka Vikas and Sabka Vishwas.” The latest entrant to this group is “Sabka Prayas.”৭৫সংখ্যক সতন্ত্ৰতা দিৱসত লাল কিল্লাৰ পৰা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 15th, 07:38 am
স্বাধীনতাৰ অমৃত মহোত্সৱ, ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত আপোনালোক আটাইৰে লগতে বিশ্বজুৰি ভাৰতক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোককে বহুত-বহুত শুভকামনা জ্ঞাপন কৰিছো।ভাৰতে উদযাপন কৰিছে ৭৫তম স্বাধীনতা দিৱস
August 15th, 07:37 am
দেশৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আজি লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ সাফল্যৰ তালিকাখন আলোকপাত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়েও উল্লেখ কৰে ৷ তেওঁৰ জনপ্ৰিয় শ্ল’গান ‘‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’’ত ‘‘সবকা প্ৰয়াস’’শীৰ্ষক আন এটি শ্ল’গান সংযোজিত কৰে ৷ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
July 16th, 12:07 pm
ক’ৰোনাৰ বিৰুদ্ধে দেশখনৰ যুঁজত আপোনালোক সকলোৱে বহু গুৰুত্বপূৰ্ণ প্ৰসংগত আপোনালোকৰ স্থিতি দাঙি ধৰিছে। মাথো দুদিন পূৰ্বে, মই উত্তৰ পূবৰ সকলো সন্মানীয় মুখ্যমন্ত্ৰীসকলৰ সৈতেও এই প্ৰসংগত আলোচনা কৰিবলৈ সুযোগ পাইছিলো। মই ইয়াৰ যিকেইখন ৰাজ্যত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে, সেইকেইখনৰ ক্ষেত্ৰত বিশেষভাৱে কৈছো।ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ক’ভিড পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ আলোচনা
July 16th, 12:06 pm
ক’ভিড সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ওড়িশা, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীকেইগৰাকীৰে এক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী। আলোচনা সভাখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰীয়েও অংশ গ্ৰহণ কৰে। ক’ভিড পৰিস্থিতি চম্ভলাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতি আৰু ক’ৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যসমূহত গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কীয় যাৱতীয় তথ্য প্ৰধানমন্ত্ৰীক অৱগত কৰে। আলোচনা কালত তেওঁলোকে প্ৰতিষেধক প্ৰদান অভিযানত গ্ৰহণ কৰা কৌশল সন্দৰ্ভত ৰাইজৰ মতামত সন্দৰ্ভতো তথ্য দাঙি ধৰে।ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
July 13th, 03:53 pm
আপোনালোক সকলোকে নমস্কাৰ! সৰ্বপ্ৰথমে কিছু নতুন দ্বায়িত্বশীল ব্যক্তি আছে যিসকলৰ সৈতে মই পৰিচয় কৰাই দিওঁ যাতে আপোনালোকৰো সুবিধা হয়৷ শ্ৰীমান মনচুখ ভাই মাণ্ডবিয়া, তেওঁ শেহতীয়াকৈ আমাৰ নতুন স্বাস্থ্যমন্ত্ৰী হৈছে, তেওঁৰ সৈতে MoS ৰূপে ডা ভাৰতী পাৱাৰ জীও বহি আছে৷ তেওঁ আমাৰ স্বাস্থ্য বিভাগত MoS ৰূপে কাম কৰি আছে৷ আৰু অন্য দুগৰাকী ব্যক্তি আছে যাৰ সৈতে আপোনালোকৰ প্ৰায়ে যোগাযোগ থাকিব তেওঁলোকে হ’ল DONER মন্ত্ৰণালয়ৰ নতুন মন্ত্ৰী শ্ৰীমান জি. কিসান ৰেড্ডী জী আৰু তেওঁৰ সৈতে MoS বহি আছে শ্ৰীমান বি. এল. বাৰ্মা জী, গতিকে এই পৰিচয়ো আপোনালোকৰ বাবে প্ৰয়োজনীয়৷ক'ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
July 13th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। এই বাৰ্তালাপত নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰীকেইজনে ক’ভিড মহামাৰীটোৰে মোকাবিলাত সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্য়বাদ জ্ঞাপন কৰে। তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ তেখেতৰ বিশেষ তদাৰকতা আৰু চিন্তাক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীসকলৰ উপৰিও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে গৃহ, প্ৰতিৰক্ষা, স্বাস্থ্য, ড’নাৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আন-আন মন্ত্ৰীসকলে।দেশ জুৰি অক্সিজেনৰ যোগান বৃদ্ধিৰ বাবে কৰা কৰ্মব্যৱস্থা সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 09th, 01:10 pm
দেশত অক্সিজেনৰ পৰ্যাপ্ততা তথা ইয়াৰ যোগন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিশেষ আয়োজনৰ আজি সমীক্ষা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।Corona period has proved importance of skill, re-skill and up-skill: PM Modi
June 18th, 09:45 am
Prime Minister Narendra Modi today launched the ‘Customized Crash Course programme for Covid 19 Frontline workers’ via video conferencing. On the occasion, PM Modi said, We are working towards preparing 1 lakh frontline workers in the country. With the launch, it will commence the programme in 111 training centres spread over 26 states.ক’ভিড-১৯ৰ চিকিত্সাসেৱাৰে জড়িত আগশাৰীৰ কৰ্মীসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম
June 18th, 09:43 am
ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হয়। এই কাৰ্যক্ৰমৰ জৰিয়তে আগন্তুক ২-৩মাহত একলাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব। শুভাৰম্ভ অনুষ্ঠানত ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰনাথ পাণ্ডেকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, বিশেষজ্ঞ, অন্যান্য বিশিষ্ট ব্যক্তি তথা অভিভাৱকসকল উপস্থিত থাকে।চিএছআইআৰ সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
June 04th, 10:28 am
আমাৰ বিজ্ঞানীসকলে এবছৰৰ ভিতৰত মেড ইন ইণ্ডিয়া ক’ৰোনা প্ৰতিষেধক প্ৰস্তুত কৰিছিল আৰু ইয়াক দেশবাসীৰ বাবে উপলব্ধ কৰিছিল। এবছৰৰ ভিতৰত আমাৰ বিজ্ঞানীসকলে ক’ভিড পৰীক্ষাৰ কিট আৰু অত্যাৱশ্যকীয় সঁজুলিৰে দেশখনক আত্মনিৰ্ভৰশীল কৰি তুলিছিল। ইমান কম সময়ৰ ভিতৰতে আমাৰ বিজ্ঞানীসকলে ক’ৰোনাৰ সৈতে যুঁজত নতুন কাৰ্যকৰী ঔষধ আৱিষ্কাৰ কৰিছিল, অক্সিজেন উৎপাদনৰ গতি দ্ৰুত কৰাৰ উপায় বিচাৰিছে।চিএছআইআৰ ছ’চাইটিৰ বৈঠকত অধ্যক্ষতা কৰিলে প্রধানমন্ত্রীয়ে
June 04th, 10:27 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে বিজ্ঞান আৰু উদ্যোগ গৱেষণা পৰিষদ ছ’চাইটিৰ বৈঠকত অধ্যক্ষতা কৰে৷ এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে এই শতিকাত ক’ৰোনা মহামাৰী আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে ধৰা দিছে।বিগত ৭ বছৰে, আমি 'টীম ইণ্ডিয়া' হিচাবে কাম কৰিছো: মন কী বাতত প্ৰধানমন্ত্ৰী
May 30th, 11:30 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি দেখিছো যে দেশখনে কেনেদৰে সৰ্বশক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছে। এইটো যোৱা এশ বছৰৰ ভিতৰত আটাইতকৈ ডাঙৰ মহামাৰী আৰু এই মহামাৰীৰ মাজত ভাৰতেও বহুতো প্ৰাকৃতিক দুৰ্যোগৰ সৈতে দৃঢ়তাৰে যুঁজিছে। এই সময়ছোৱাত ঘূৰ্ণীবতাহ আম্ফান আহিছে, ঘূৰ্ণীবতাহ নিসৰ্গ আহিছে, বহুতো ৰাজ্য বানপানীত প্লাবিত হৈছে, বহুতো ভূমিকম্প, ডাঙৰ আৰু সৰু, ভূমিস্খলন হৈছে।ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
May 18th, 11:40 am
Prime Minister Modi through video conference interacted with field officials from States and Districts regarding their experience in handling the Covid-19 pandemic. During the interaction, the officials thanked the Prime Minister for leading the fight against the second wave of Covid from the front.দেশৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে আলোচনা প্রধানমন্ত্রী
May 18th, 11:39 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে এদল চিকিৎসকৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷ক’ভিড আৰু টীকাকৰণ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়
May 15th, 02:42 pm
বিষয়াসকলে ৰাজ্য তথা জিলা ভিত্তিক ক’ভিড-পৰিস্থিতিৰ লগতে নমুনা পৰীক্ষণ, অক্সিজেনৰ পৰ্যাপ্ততা, স্বাস্থ্য সেৱা আন্তঃগাঁথনি, টীকাকৰণৰ পৰিকল্পনা আদিৰ তথ্য সম্বলিত কৰি বিস্তৃত প্ৰতিবেদন দঙি ধৰাৰ ব্যৱস্থা কৰে।পিএম-কিষাণৰ অধীনত বিত্তীয় সুবিধাৰ অষ্টম কিস্তি মুকলি কৰি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 14th, 11:04 am
Prime Minister Shri Narendra Modi released 8th instalment of financial benefit of Rs 2,06,67,75,66,000 to 9,50,67,601 beneficiary farmers under Pradhan Mantri Kisan Samman Nidhi (PM-KISAN) scheme today via video conferencing. Prime Minister also interacted with farmer beneficiaries during the event. Union Agriculture Minister was also present on the occasion.