প্রধানমন্ত্রীয়ে ৭ অক্টোবৰত পিএম কেয়াৰ্ছ তহবিলত নির্মিত অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব
October 06th, 02:54 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ পিএম কেয়াৰ্ছ তহবিলৰ পৰা নির্মিত ৩৫টা প্রেছাৰ ছুইং এডছর্পশন (পিএসএ) অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব। দেশৰ ৩৫খন জিলা আৰু কেন্দ্রশাসিত অঞ্চলত এইবিলাক বহুওৱা হৈছে। কাইলৈ, ৭ অক্টোবৰত পুৱা ১১ টাযত উত্তৰাখণ্ডৰ অল ইণ্ডিয়া ইনস্টিটিউট অফ মেডিকেল ছাইন্সেস, ঋষিকেশৰ পৰা ইয়াৰ উদ্বোধন হ'ব। প্রধানমন্ত্রীয়ে এই উপলক্ষে ভাষণ দিব। ইয়াৰ মাধ্যমত দেশৰ প্রতিখন জিলাযত পিএছএ অক্সিজেন প্লাণ্ট স্থাপন অনুমোদিত হৈছে।ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
July 13th, 03:53 pm
আপোনালোক সকলোকে নমস্কাৰ! সৰ্বপ্ৰথমে কিছু নতুন দ্বায়িত্বশীল ব্যক্তি আছে যিসকলৰ সৈতে মই পৰিচয় কৰাই দিওঁ যাতে আপোনালোকৰো সুবিধা হয়৷ শ্ৰীমান মনচুখ ভাই মাণ্ডবিয়া, তেওঁ শেহতীয়াকৈ আমাৰ নতুন স্বাস্থ্যমন্ত্ৰী হৈছে, তেওঁৰ সৈতে MoS ৰূপে ডা ভাৰতী পাৱাৰ জীও বহি আছে৷ তেওঁ আমাৰ স্বাস্থ্য বিভাগত MoS ৰূপে কাম কৰি আছে৷ আৰু অন্য দুগৰাকী ব্যক্তি আছে যাৰ সৈতে আপোনালোকৰ প্ৰায়ে যোগাযোগ থাকিব তেওঁলোকে হ’ল DONER মন্ত্ৰণালয়ৰ নতুন মন্ত্ৰী শ্ৰীমান জি. কিসান ৰেড্ডী জী আৰু তেওঁৰ সৈতে MoS বহি আছে শ্ৰীমান বি. এল. বাৰ্মা জী, গতিকে এই পৰিচয়ো আপোনালোকৰ বাবে প্ৰয়োজনীয়৷ক'ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
July 13th, 01:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড-১৯ ৰ পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। এই বাৰ্তালাপত নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰীকেইজনে ক’ভিড মহামাৰীটোৰে মোকাবিলাত সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্য়বাদ জ্ঞাপন কৰে। তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ তেখেতৰ বিশেষ তদাৰকতা আৰু চিন্তাক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীসকলৰ উপৰিও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে গৃহ, প্ৰতিৰক্ষা, স্বাস্থ্য, ড’নাৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু আন-আন মন্ত্ৰীসকলে।Corona period has proved importance of skill, re-skill and up-skill: PM Modi
June 18th, 09:45 am
Prime Minister Narendra Modi today launched the ‘Customized Crash Course programme for Covid 19 Frontline workers’ via video conferencing. On the occasion, PM Modi said, We are working towards preparing 1 lakh frontline workers in the country. With the launch, it will commence the programme in 111 training centres spread over 26 states.ক’ভিড-১৯ৰ চিকিত্সাসেৱাৰে জড়িত আগশাৰীৰ কৰ্মীসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম
June 18th, 09:43 am
ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হয়। এই কাৰ্যক্ৰমৰ জৰিয়তে আগন্তুক ২-৩মাহত একলাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব। শুভাৰম্ভ অনুষ্ঠানত ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰনাথ পাণ্ডেকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, বিশেষজ্ঞ, অন্যান্য বিশিষ্ট ব্যক্তি তথা অভিভাৱকসকল উপস্থিত থাকে।ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ক’ভিড-১৯ বিষয়ত প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
May 18th, 11:40 am
Prime Minister Modi through video conference interacted with field officials from States and Districts regarding their experience in handling the Covid-19 pandemic. During the interaction, the officials thanked the Prime Minister for leading the fight against the second wave of Covid from the front.দেশৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে আলোচনা প্রধানমন্ত্রী
May 18th, 11:39 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে এদল চিকিৎসকৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে৷ক’ভিড আৰু টীকাকৰণ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়
May 15th, 02:42 pm
বিষয়াসকলে ৰাজ্য তথা জিলা ভিত্তিক ক’ভিড-পৰিস্থিতিৰ লগতে নমুনা পৰীক্ষণ, অক্সিজেনৰ পৰ্যাপ্ততা, স্বাস্থ্য সেৱা আন্তঃগাঁথনি, টীকাকৰণৰ পৰিকল্পনা আদিৰ তথ্য সম্বলিত কৰি বিস্তৃত প্ৰতিবেদন দঙি ধৰাৰ ব্যৱস্থা কৰে।