In B-20's theme - RAISE, ‘I’ represents Innovation. But along with innovation, I also see another ‘I’ in it - Inclusiveness: PM Modi
August 27th, 03:56 pm
PM Modi addressed the B20 Summit India 2023 in New Delhi. Speaking about the B20 theme ‘R.A.I.S.E.’, the Prime Minister said that even though the ‘I’ represents innovation but he pictures another ‘I’ of inclusiveness. Talking about the lessons learnt from the once in a century calamity, the Covid-19 pandemic, PM Modi said that that the pandemic taught us that the thing that needs most of our investment is ‘mutual trust’.PM Modi attends B20 Summit India 2023
August 27th, 12:01 pm
PM Modi addressed the B20 Summit India 2023 in New Delhi. Speaking about the B20 theme ‘R.A.I.S.E.’, the Prime Minister said that even though the ‘I’ represents innovation but he pictures another ‘I’ of inclusiveness. Talking about the lessons learnt from the once in a century calamity, the Covid-19 pandemic, PM Modi said that that the pandemic taught us that the thing that needs most of our investment is ‘mutual trust’.ধৰিত্ৰী দিৱস উপলক্ষে আমাৰ গ্ৰহটোৰ মংগলৰ বাবে কাম কৰাসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
April 22nd, 09:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধৰিত্ৰী দিৱস উপলক্ষে আমাৰ গ্ৰহটোক উন্নত কৰাৰ বাবে কাম কৰা সকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।Lifestyle of the planet, for the planet and by the planet: PM Modi at launch of Mission LiFE
October 20th, 11:01 am
At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.PM launches Mission LiFE at Statue of Unity in Ekta Nagar, Kevadia, Gujarat
October 20th, 11:00 am
At the launch of Mission LiFE in Kevadia, PM Modi said, Mission LiFE emboldens the spirit of the P3 model i.e. Pro Planet People. Mission LiFE, unites the people of the earth as pro planet people, uniting them all in their thoughts. It functions on the basic principles of Lifestyle of the planet, for the planet and by the planet.PM shares a video expressing gratitude to mother earth on Earth Day
April 22nd, 11:29 am
জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাৰ আন্তৰ্জাতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
April 19th, 03:49 pm
মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথজী, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডঃ টেড্ৰছ, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, মোৰ কেবিনেট সহযোগী শ্ৰী সৰ্বানন্দ সোণোৱালজী, ডঃ মনসুখ মাণ্ডৱিয়াজী, শ্ৰী মুঞ্জপাৰা মহেন্দ্ৰভাই, আৰু এই অনুষ্ঠানত উপস্থিত থকা অন্যান্য গণ্যমান্য ব্যক্তিসকল, মহিলা আৰু ভদ্ৰলোকসকল!জামনগৰত ‘হু’ৰ ‘গ্লোবেল চেণ্টাৰ ফৰ ট্ৰেডিশ্যনেল মেডিচিন’ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 19th, 03:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জুগনৌথ, ‘বিশ্ব স্বাস্থ্য সংস্থা’(হু)ৰ সঞ্চালক প্ৰধান ড০ টেড্ৰছ ঘেব্ৰেইছাছৰ উপস্থিতিত জামনগৰত ‘হু’-ৰ ‘গ্লোবেল চেণ্টাৰ পৰ ট্ৰেডিশ্যনেল মেডিচিন’(জিচিটিএম)ৰ আধাৰশিলা স্থাপন কৰে। পাৰম্পাৰিক ভেষজৰ ক্ষেত্ৰত ‘জিচিটিএম’ হ’ব সমগ্ৰ পৃথিৱীৰ ভিতৰতে প্ৰথম আৰু একমাত্ৰ গোলকীয় কেন্দ্ৰৰ চকী। গোলকীয় কল্যাণৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব এইটো কেন্দ্ৰ। এই উপলক্ষে বাংলাদেশ, ভূটান, নেপালৰ প্ৰধানমন্ত্ৰীকেইগৰাকীৰ লগতে মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়া, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী মঞ্জুপাৰা মহেন্দ্ৰভাই আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলও উপস্থিত থাকে।