নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপ’ ২০২৫ ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 17th, 11:00 am

যোৱাবাৰ আপোনালোকৰ মাজলৈ অহাৰ সময়ত লোকসভা নিৰ্বাচন তেনেই সামগত আছিল। সেই সময়ত আপোনালোক সকলোৰে আস্থাৰ বাবেই মই কৈছিলোঁ যে অহাবাৰো ইণ্ডিয়া মবিলিটি এক্সপ’লৈ নিশ্চয় আহিম। দেশে তৃতীয়বাৰৰ বাবে আমাক আশীৰ্বাদ দিলে। আপোনালোক সকলোৱে মোক আকৌ এবাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছে, আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে

January 17th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ সৰ্ববৃহৎ গতিশীলতা প্ৰদৰ্শনী-ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁৰ চৰকাৰক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে যোৱা বছৰৰ ৮০০ গৰাকী প্ৰদৰ্শক, ২.৫ লাখ দৰ্শনাৰ্থীৰ তুলনাত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ আন দুটা স্থানত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীৰ সৈতে এই বছৰৰ প্ৰদৰ্শনীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অহা ৫ দিনৰ ভিতৰত বহুতো নতুন বাহন মুকলি কৰা হ'ব য'ত সংখ্যক প্ৰতিনিধি উপস্থিত থাকিব। ই দেখুৱায় যে ভাৰতত গতিশীলতাৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত যথেষ্ট ইতিবাচকতা আছে, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে ভাৰতৰ স্বয়ংচালিত উদ্যোগ চমৎকাৰ ভৱিষ্যতৰ বাবে সাজু বুলি উল্লেখ কৰি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে।

Prime Minister condoles passing away of Mr Osamu Suzuki

December 27th, 05:58 pm

Prime Minister, Shri Narendra Modi has condoled the passing away of Mr. Osamu Suzuki, a legendary figure in the global motive industry. Prime Minister Shri Modi remarked that the visionary work of Mr. Osamu Suzuki has reshaped global perceptions of mobility. Under his leadership, Suzuki Motor Corporation became a global powerhouse, successfully navigating challenges, driving innovation and expansion.

In the last eight years, relations between India and Japan have reached new heights: PM

August 28th, 08:06 pm

PM Modi addressed a programme marking the commemoration of 40 years of Suzuki in India. The Prime Minister said, The success of Maruti-Suzuki also signifies the strong India-Japan partnership. In the last eight years, these relations between our two countries have reached new heights.

গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

August 28th, 05:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তি স্মৰণ কৰি আজি গান্ধীনগৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী সাতোশী ছুজুকি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাসংদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী জগদীশ পাঞ্চাল, ছুজুকী ছুজুকী মটৰ নিগমৰ প্ৰাক্তন সভাপতি শ্ৰী অ’ ছুজুকী, ছুজুকী মটৰ কৰ্প’ৰেচনৰ সভাপতি শ্ৰীযুত টি ছুজুকী আৰু মাৰুতি-ছুজুকীৰ অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গৱ উপস্থিত থাকে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাইও ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷

‘ছুজুকি মটৰ কৰ্পোৰেশ্যন’ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ওছামো ছুজুকিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 23rd, 12:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি টকিঅ’ত ‘ছুজুকি মটৰ কৰ্পোৰেশ্যন’ৰ জ্যেষ্ঠ পৰামৰ্শদাতা ওছামো ছুজুকিৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে ছুজুকি ডাঙৰীয়াৰ ভাৰতৰে থকা সম্পৰ্ক তথা তেওঁ ভাৰতত আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে। তেওঁ ভাৰতৰ ‘অটোমোটিভ উদ্যোগ’ৰ উত্তৰণৰ ক্ষেত্ৰত ‘ছুজুকি মটৰ্ছে’ গ্ৰহণ কৰা পৰিৱৰ্তনসাধনী ভূমিকাৰো শলাগ লয়। তেওঁলোক দুয়ো ‘উত্পাদন সংযোজিত উত্সাহ’ আঁচনি(পিএলআই)ৰ অধীনত ‘অটোমোবাইল’ আৰু ‘অটো কম্পনেণ্ট’ খণ্ডত আবেদন কৰা প্ৰতিষ্ঠানসমূহৰ অন্যতম হিচাপে ‘ছুজুকি মটৰ গুজৰাট প্ৰাইভেট লিমিটেড’ আৰু ‘মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেড’-ৰ অনুমোদনক প্ৰশংসা কৰে।

Mr. Akio Toyoda, President Toyota, and Mr. O. Suzuki, Chairman Suzuki, call on PM

March 09th, 05:53 pm

Mr. Akio Toyoda, President Toyota, and Mr. O. Suzuki, Chairman Suzuki met PM Modi. The Toyota-Suzuki business partnership, and future technological developments came up for discussion. The partnership will promote Make in India, and contribute to employment generation.

Chairman of Suzuki Motor Corp Mr. Osamu Suzuki meets CM

August 24th, 12:57 pm

Chairman of Suzuki Motor Corp Mr. Osamu Suzuki meets CM