Today the youth of India is full of new confidence, succeeding in every sector: PM Modi
December 23rd, 11:00 am
PM Modi addressed the Rozgar Mela and distributed more than 71,000 appointment letters to newly appointed youth in Government departments and organisations. PM Modi underlined that in the last one and a half years, around 10 lakh permanent government jobs have been offered, setting a remarkable record. These jobs are being provided with complete transparency, and the new recruits are serving the nation with dedication and integrity.PM Modi distributes more than 71,000 appointment letters to newly appointed recruits
December 23rd, 10:30 am
PM Modi addressed the Rozgar Mela and distributed more than 71,000 appointment letters to newly appointed youth in Government departments and organisations. PM Modi underlined that in the last one and a half years, around 10 lakh permanent government jobs have been offered, setting a remarkable record. These jobs are being provided with complete transparency, and the new recruits are serving the nation with dedication and integrity.জৈৱিক কৃষক শ্ৰীমতী পপ্পাম্মালৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
September 28th, 07:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী বঁটাপ্ৰাপক, এগৰাকী জৈৱিক কৃষক শ্ৰীমতী পপ্পাম্মালৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁ কৃষি, বিশেষকৈ জৈৱিক কৃষি ক্ষেত্ৰত নিজৰ পৰিচয় গঢ় দিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় জনসাধাৰণে তেওঁৰ বিনম্ৰতা আৰু দয়ালু স্বভাৱৰ বাবে প্ৰশংসা কৰে।ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 31st, 10:39 pm
ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামৰ এই অনুষ্ঠানলৈ আহি বহু পুৰণি মুখ দেখিবলৈ পোৱাটো মোৰ বাবে এক আনন্দৰ কথা। মই নিশ্চিত যে ইয়াত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সন্দৰ্ভত উৎকৃষ্ট আলোচনা হ’ব। আৰু এই আলোচনা এনে সময়ত হৈছে, যিসময়ত সমগ্ৰ বিশ্বই ভাৰতক লৈ আত্মবিশ্বাসেৰে ভৰপূৰ হৈ আছে।নতুন দিল্লীত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 31st, 10:13 pm
সমাৱেশত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মূল্যৱান আলোচনাৰ সুবিধা প্ৰদান কৰিব। তেওঁ এই কথাও আলোকপাত কৰে যে ভাৰতৰ ওপৰত বিশ্বব্যাপী আস্থা দৃঢ় হোৱা এই মুহূৰ্তত এই আলোচনাসমূহ সংঘটিত হৈছে।৭৮ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশি ভাষণ প্ৰদান কৰে
August 15th, 03:04 pm
প্ৰধানমন্ত্ৰীৰ ভাষণৰ মুখ্য প্ৰসংগসমূহ তলত উল্লেখ কৰা হৈছে:140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
August 15th, 01:09 pm
On 78th Independence Day, PM Modi, in his address, outlined a vision for India's future. From hosting the 2036 Olympics to championing a Secular Civil Code, PM Modi emphasized India's collective progress and empowerment of every citizen. He spoke of continuing the fight against corruption with renewed vigour. With a focus on innovation, education, and global leadership, he reaffirmed that nothing can stop India from becoming a Viksit Bharat by 2047.ভাৰতে উদযাপন কৰিছে ৭৮সংখ্যক স্বাধীনতা দিৱস
August 15th, 07:30 am
৭৮সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত ভাৰতৰ ভৱিষ্যতৰ এক দৃষ্টিভংগীৰ আলোকপাত কৰে। ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ পৰা আৰম্ভ কৰি ধৰ্মনিৰপেক্ষ নাগৰিক সংহিতাৰ চেম্পিয়নিঙলৈকে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ সামূহিক অগ্ৰগতি আৰু প্ৰতিজন নাগৰিকৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখন নতুন শক্তিৰে অব্যাহত ৰখাৰ কথা উল্লেখ কৰে। উদ্ভাৱন, শিক্ষা আৰু বিশ্ব নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হোৱাৰ পৰা কোনো শক্তিয়ে বাধা দিব নোৱাৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ কৃষকক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ
August 11th, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ১০৯টা নতুন শস্যৰ জাত মুকলি কৰি দেশৰ কৃষকসকলক সবলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰিছে। তেওঁ আৰু কয় যে জলবায়ু অনুকূল আৰু অধিক উৎপাদনক্ষম জাতৰ শস্যই কৃষকৰ আয় বৃদ্ধি কৰিব।প্ৰধানমন্ত্ৰীয়ে ১০৯ উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে
August 11th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নতুন দিল্লীস্থিত ভাৰত কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০৯ টা উচ্চ উৎপাদনক্ষম, জলবায়ু অনুকূল আৰু জৈৱ-শক্তিশালী শস্যৰ জাত মুকলি কৰে।আন্তঃৰাষ্ট্ৰীয় কৃষি অৰ্থনীতিবিদসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 03rd, 09:35 am
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, আন্তৰ্জাতিক কৃষি অৰ্থনীতি পৰিষদৰ অধ্যক্ষ ড° মতীন কাইম, নিটি আয়োগৰ সদস্য শ্ৰী ৰমেশ জী, ভাৰত আৰু অন্যান্য দেশৰ কৃষি বিজ্ঞানী, গৱেষক, কৃষি খণ্ডৰ সৈতে জড়িত বিভিন্ন বিশ্ববিদ্যালয়ৰ আমাৰ সতীৰ্থসকল , বিশেষজ্ঞ আৰু অংশীদাৰসকল, ভদ্ৰমহিলাসকল,PM inaugurates the 32nd International Conference of Agricultural Economists
August 03rd, 09:30 am
Prime Minister Narendra Modi inaugurated the 32nd International Conference of Agricultural Economists, emphasizing the need for global cooperation in agriculture and the importance of sustainable farming practices. The PM also highlighted India's efforts in digital agriculture, water conservation, and soil health management.As long as Modi is alive, no one can take away ST-SC-OBC reservation: PM Modi in Banaskantha
May 01st, 04:30 pm
Prime Minister Narendra Modi addressed a public meeting in Banaskantha, Gujarat, marking the celebration of Gujarat's Foundation Day. PM Modi began his speech by expressing gratitude for the opportunity to seek blessings for his third term in the central government, emphasizing the significance of Gujarat in his political journey.PM Modi addresses public meetings in Banaskantha and Sabarkantha, Gujarat
May 01st, 04:00 pm
Prime Minister Narendra Modi addressed public meetings in Banaskantha and Sabarkantha, Gujarat, marking the celebration of Gujarat's Foundation Day. PM Modi began his speech by expressing gratitude for the opportunity to seek blessings for his third term in the central government, emphasizing the significance of Gujarat in his political journey.Congress’s philosophy is ‘Loot, Zindagi ke Saath bhi, Zindagi ke Baad bhi: PM Modi in Goa
April 27th, 08:01 pm
Ahead of the Lok Sabha elections in 2024, PM Modi addressed a powerful rally amid a gigantic crowd greeting him in South Goa. He said that owing to the two phases of voting, the ground-level feedback resonates with only one belief, ‘Fir ek Baar Modi Sarkar.’PM Modi attends public meeting in South Goa
April 27th, 08:00 pm
Ahead of the Lok Sabha elections in 2024, PM Modi addressed a powerful rally amid a gigantic crowd greeting him in South Goa. He said that owing to the two phases of voting, the ground-level feedback resonates with only one belief, ‘Fir ek Baar Modi Sarkar.’PM praises Mizo organic farmer for increasing his income more than 7 times
January 08th, 03:18 pm
The Prime Minister, Shri Narendra Modi interacted with beneficiaries of the Viksit Bharat Sankalp Yatra today via video conferencing. Thousands of Viksit Bharat Sankalp Yatra beneficiaries from across the country along with Union Ministers, MPs, MLAs and local-level representatives joined the event.ৰোজগাৰ মেলাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
September 26th, 11:04 am
আজিৰ ৰোজগাৰ মেলাত চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক মোৰ আন্তৰিক অভিনন্দন। অপৰিসীম কঠোৰ পৰিশ্ৰমৰ অন্তত আপোনালোক সকলোৱে এই সফলতা অৰ্জন কৰিছে। আপোনাসৱক লাখ লাখ প্ৰাৰ্থীৰ মাজৰ পৰা বাছনি কৰা হৈছে; সেয়েহে, এই সফলতাই আপোনাসৱৰ জীৱনত যথেষ্ট গুৰুত্ব বহন কৰে।‘ৰোজগাৰ মেলা’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 26th, 10:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ‘ৰোজগাৰ মেলা’ত ভাষণ প্ৰদান কৰাৰ লগতে নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপক সকলক প্ৰায় ৫১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপকসকলে চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। এইসমূহৰ ভিতৰত আছে ডাক বিভাগ, ভাৰতীয় অডিট আৰু একাউণ্ট বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আদি। এই ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৪৬টা স্থানত অনুষ্ঠিত হৈছে।১৭ তম ভাৰতীয় সমবায় কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 01st, 11:05 am
মোৰ কেবিনেট সহযোগী শ্ৰীযুত অমিত শ্বাহ, ৰাষ্ট্ৰীয় সমবায় সংঘৰ সভাপতি শ্ৰীযুত দিলীপ সংঘানি, ড° চন্দ্ৰপাল সিং যাদৱ, দেশৰ প্ৰতিটো কোণৰ পৰা অহা সমবায় সংঘৰ সকলো সদস্য, আমাৰ কৃষক ভাই-ভনী, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল! সপ্তদশ ভাৰতীয় সমবায় সন্মিলনলৈ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন! এই সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আৰু অভিবাদন জনাইছো।