'Sabka Saath-Sabka Vikaas, Sabka Vishwaas-Sabka Prayaas' is the vision for our domestic as well as global governance: PM

May 23rd, 08:54 pm

PM Modi attended mega community programme in Sydney, Australia. Australian PM Albenese also joined in for the event. He said, The basis of historic ties between India and Australia is mutual trust and mutual respect.

অষ্ট্ৰেলিয়াৰ ছিডনীত ভাৰতীয় সমাজৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

May 23rd, 01:30 pm

প্ৰধানমন্ত্ৰীৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্টনি আলবেনিজে ২০২৩ৰ ২৩ মে’ত ছিডনীৰ কুড’ছ বেংক এৰিনাত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।

দিল্লীৰ গ্ল’বেল বৌদ্ধ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণৰ অসমীয়া অনুবাদ

April 20th, 10:45 am

কেন্দ্ৰীয় কেবিনেট সদস্য শ্ৰী কিৰেন ৰিজিজু জী, জি কিষাণ ৰেড্ডী জী, অৰ্জুন ৰাম মেঘৱাল জী, আন্তৰ্জাতিক বৌদ্ধ কনফেডাৰেচনৰ মহাসচিব মীনাক্ষী লেখী জী, এই কাৰ্যসূচীত উপস্থিত থকা সকলো শ্ৰদ্ধাৰ ভিক্ষু, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু দেশ-বিদেশৰ পৰা অহা সুধীবৃন্দ।

নতুন দিল্লীত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰধানমন্ত্ৰীৰ

April 20th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ অশোক হোটেলত বিশ্ব বৌদ্ধ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ আগবঢ়ায়৷ প্ৰধানমন্ত্ৰী ফটো প্ৰদৰ্শনী প্ৰত্যক্ষ কৰাৰ লগতে বুদ্ধৰ মূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে৷ তেওঁ লগতে ১৯গৰাকী বিশিষ্ট সন্ন্যাসীক সন্ন্যাসীৰ বস্ত্ৰ(চিভাৰ দানা) প্ৰদান কৰে৷

তুৰস্ক আৰু ছিৰিয়াত ‘অপাৰেশ্যন দোষ্ট’ত নিয়োজিত এনডিআৰএফ জোৱানসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ সময়ত আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

February 20th, 06:20 pm

আপোনালোকে মানৱতাৰ বাবে মহান কাম কৰি উভতি আহিছে। অপাৰেশ্যন দোষ্টৰ সৈতে জড়িত সমগ্ৰ দলটোৱে, সেয়া এনডিআৰএফেই হওক, স্থল সেনাই হওক, বায়ু সেনাই হওক বা আমাৰ অন্যান্য সেৱাৰ অংশীদাৰ হওক, এক সুন্দৰ কাম কৰিছে আৰু আনকি আমাৰ নিবাক বন্ধু ডগ স্কোৱাডৰ সদস্যসকলেও অদ্ভূট ক্ষমতা প্ৰদৰ্শন কৰিলে৷ আপোনালোকক লৈ দেশে অতি গৌৰৱ অনুভৱ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ত অন্তৰ্ভুক্ত এনডিআৰএফ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰে

February 20th, 06:00 pm

প্ৰধানমন্ত্ৰীয়ে আজি ভূমিকম্প প্ৰভাৱিত তুৰ্কিয়ে আৰু ছিৰিয়াত 'অপাৰেশ্যন দোস্ত'ত অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ কৰ্মীসকলৰ সৈতে বাৰ্তালাপ কৰে।

তুৰস্কৰ জনসাধাৰণৰ কাষত দৃঢ়তাৰে থিয় দিছে ভাৰতে: প্ৰধানমন্ত্ৰী

February 10th, 08:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে 'অপাৰেশ্যন দোস্ত'ৰ জৰিয়তে সৰ্বাধিক সংখ্যক জীৱন ৰক্ষাৰ প্ৰয়াস অব্যাহত ৰাখিব।