গুজৰাটৰ কেৱাড়িয়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱস কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 31st, 07:31 am
চৰ্দাৰ চাহাবৰ প্ৰেৰণাদায়ক কথাবোৰ, ষ্টেচু অৱ ইউনিটিৰ ওচৰত অনুষ্ঠিত এই বিশাল অনুষ্ঠান, একতা নগৰৰ অনবদ্য দৃশ্যাৱলী, আৰু অনুপম প্ৰদৰ্শনে উপস্থাপন কৰিছে এক ক্ষুদ্ৰ ভাৰতবৰ্ষৰ শক্তিশালী ছবি। ঠিক ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত কৰা আমাৰ উদযাপনবোৰৰ দৰেই, এই ৩১ অক্টোবৰৰ অনুষ্ঠানেও সমগ্ৰ দেশখনকে শক্তিশালী কৰে। ৰাষ্ট্ৰীয় একতা দিৱসত সমূহদেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ, ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ
October 31st, 07:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিমূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে একতা দিৱসৰ প্ৰতিজ্ঞাও পালন কৰাৰ লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দিৱস পেৰেডৰ সাক্ষী হয়।কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 06th, 11:50 am
আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।বাংগালুৰুত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ইণ্ডিয়া এনাৰ্জী উইক ২০২৩’
February 06th, 11:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ‘ইণ্ডিয়া এনাৰ্জী উইক’ বা ‘ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়ান অইল’ৰ 'আনবটলড' প্ৰয়াসৰ জৰিয়তে প্ৰস্তুত কৰা ‘ইউনিফৰ্ম’ও মুকলি কৰে। এই টইউনিফৰ্মটবোৰ পুনৰাই ব্যৱহাৰ কৰা ‘পিইটি’ বটলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁ ‘ভাৰতীয় তেল নিগম’ৰ ‘ইনড'ৰ’ সৌৰ ৰন্ধন প্ৰণালীৰ ‘টুইন-কুকটপ মডেল’টো উচৰ্গা কৰাৰ লগতে ইয়াৰ বাণিজ্যিক প্ৰৱৰ্তনৰ শুভাৰম্ভ ঘোষণা কৰে।The 'Panch Pran' must be the guiding force for good governance: PM Modi
October 28th, 10:31 am
PM Modi addressed the ‘Chintan Shivir’ of Home Ministers of States. The Prime Minister emphasized the link between the law and order system and the development of the states. “It is very important for the entire law and order system to be reliable. Its trust and perception among the public are very important”, he pointed out.PM addresses ‘Chintan Shivir’ of Home Ministers of States
October 28th, 10:30 am
PM Modi addressed the ‘Chintan Shivir’ of Home Ministers of States. The Prime Minister emphasized the link between the law and order system and the development of the states. “It is very important for the entire law and order system to be reliable. Its trust and perception among the public are very important”, he pointed out.Clear power dues: PM Modi urges states
July 30th, 12:31 pm
PM Modi participated in the Grand Finale marking the culmination of ‘Ujjwal Bharat Ujjwal Bhavishya – Power @2047’. He launched the Revamped Distribution Sector Scheme as well as launched various green energy projects of NTPC. Four different directions were worked together to improve the power system - Generation, Transmission, Distribution and Connection, the PM added.PM launches Power Sector’s Revamped Distribution Sector Scheme
July 30th, 12:30 pm
PM Modi participated in the Grand Finale marking the culmination of ‘Ujjwal Bharat Ujjwal Bhavishya – Power @2047’. He launched the Revamped Distribution Sector Scheme as well as launched various green energy projects of NTPC. Four different directions were worked together to improve the power system - Generation, Transmission, Distribution and Connection, the PM added.লক্ষ্ণৌত অনুষ্ঠিত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলনৰ যুগান্তকাৰী অনুষ্ঠান @ ৩.০ ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 03rd, 10:35 am
উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, লক্ষ্ণৌৰ সাংসদ আৰু ভাৰত চৰকাৰৰ আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ আন-আন সতীৰ্থসকল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰখনৰ মন্ত্ৰীসকল, বিধানসভা আৰু বিধান পৰিষদৰ অধ্যক্ষসকল, উদ্যোগৰ সকলো সতীৰ্থ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰ লোকসকল!PM attends the Ground Breaking Ceremony @3.0 of the UP Investors Summit at Lucknow
June 03rd, 10:33 am
PM Modi attended Ground Breaking Ceremony @3.0 of UP Investors Summit at Lucknow. “Only our democratic India has the power to meet the parameters of a trustworthy partner that the world is looking for today. Today the world is looking at India's potential as well as appreciating India's performance”, he said.ভিন্ন-আৰ্হিৰ সংযোগৰ বাবে পিএম গতি শক্তি, নেচনেল মাষ্টাৰ প্লেন মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 13th, 11:55 am
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী নিতিন গাডকাৰী জী, শ্ৰী পীযুষ গোয়েল জী, শ্ৰী হৰদীপ সিংহ পুৰী জী, শ্ৰী সৰ্বানন্দ সোণোৱাল জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী ৰাজ কুমাৰ সিংহ জী, বেলেগ বেলেগ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, লেফ্টেনেণ্ট গৱৰ্নৰ্ছ, ৰাজ্য মন্ত্ৰীসভাৰ সদস্য, উদ্যোগ জগতৰ বন্ধু, অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই আৰু ভনীসকল,Prime Minister launches PM Gati Shakti
October 13th, 11:54 am
Prime Minister Modi launched PM Gati Shakti - National Master Plan for multi-modal connectivity. He said that the masterplan will give Gati Shakti to 21st century India. “We have not only developed a work culture of completing the projects in time but efforts are to complete the projects ahead of time”, he added.