ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা নতুন গ্ৰাহক কেন্দ্ৰিক তৎপৰতাৰ শুভাৰাম্ভণিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 11:01 am
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।‘আৰবিআই’-ৰ দুটা গ্ৰাহককেন্দ্ৰিক উদ্ভাৱনশীল পদক্ষেপৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 12th, 11:00 am
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।