সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

January 27th, 04:00 pm

সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ সন্মিলনৰ বাবে আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। এই সন্মিলনে এইবাৰ বিশেষ তাৎপৰ্য বহন কৰিছে। ৭৫সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতে ইয়াৰ আয়োজন কৰা হৈছে। আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল। আমাৰ দেশৰ সকলো নাগৰিকৰ হৈ মই সংবিধান সভাৰ সমূহ সদস্যলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় প্ৰিজাইডিং অফিচাৰৰ সন্মিলনত ভাষণ দিয়ে

January 27th, 03:30 pm

প্ৰধানমন্ত্ৰীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱস সমাৰোহৰ পিছত অনুষ্ঠিত হোৱা এই সন্মিলনৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে এই সন্মিলনৰ বিশেষ তাৎপৰ্য আছে কিয়নো এয়া আমাৰ সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতেই অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সংবিধান সভাৰ সদস্যসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

৮২ সংখ্যক সৰ্ব ভাৰতীয় অধ্যক্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

November 17th, 10:21 am

কাৰ্যক্ৰমত আমাৰ সৈতে উপস্থিত থকা লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ওম বিৰলা জী, ৰাজ্যসভাৰ মাননীয় উপ সভাপতি শ্ৰী হৰিবংশ জী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয়ৰাম ঠাকুৰ জী, হিমাচল বিধানসভাৰ বিৰোধী নেতা শ্ৰী মুকেশ অগ্নিহোত্ৰী জী, হিমাচল বিধানসভাৰ অধ্যক্ষ শ্ৰী বিপিন সিং পৰমাৰ জী, দেশৰ বিভিন্ন সদনৰ অধ্যক্ষ(পীঠাসীন বিষয়া)সকল, আৰু উপস্থিত দেৱী আৰু সজ্জনসকল!

প্ৰধানমন্ত্ৰীয়ে ৮২তম অল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰৰ সন্মিলনৰ উদ্ঘাটন বৈঠকত ভাষণ দিয়ে

November 17th, 10:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইয়াত ৮২তম অল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰৰ উদ্ঘাটন বৈঠকত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাষণ দিয়ে। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যসভাৰ উপ-সভাপতিও উপস্থিত আছিল।