Viksit Haryana for Viksit Bharat, this is our resolve: PM Modi in Yamuna Nagar, Haryana

April 14th, 12:00 pm

PM Modi inaugurated and laid the foundation stone of various development projects in Yamuna Nagar, Haryana. He underlined that Haryana is witnessing the double speed of development under the Union & State governments. The PM expressed pride in advancing the vision of Dr. Ambedkar. He announced that the Thermal Power Plant will benefit Haryana. The PM honored the memory of Jallianwala Bagh patriots.

PM Modi inaugurates, lays foundation stone of development projects in Yamuna Nagar, Haryana

April 14th, 11:54 am

PM Modi inaugurated and laid the foundation stone of various development projects in Yamuna Nagar, Haryana. He underlined that Haryana is witnessing the double speed of development under the Union & State governments. The PM expressed pride in advancing the vision of Dr. Ambedkar. He announced that the Thermal Power Plant will benefit Haryana. The PM honored the memory of Jallianwala Bagh patriots.

পিএনজিআৰবিয়ে প্ৰাকৃতিক গেছ খণ্ডত এক বহু প্ৰতীক্ষিত সংস্কাৰ ইউনিফাইড টেৰিফ ৰূপায়ণৰ প্ৰৱৰ্তন কৰিছে

March 31st, 09:13 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শক্তি আৰু প্ৰাকৃতিক গেছ খণ্ডত এয়া এক উল্লেখযোগ্য সংস্কাৰ।

The 'Panch Pran' must be the guiding force for good governance: PM Modi

October 28th, 10:31 am

PM Modi addressed the ‘Chintan Shivir’ of Home Ministers of States. The Prime Minister emphasized the link between the law and order system and the development of the states. “It is very important for the entire law and order system to be reliable. Its trust and perception among the public are very important”, he pointed out.

PM addresses ‘Chintan Shivir’ of Home Ministers of States

October 28th, 10:30 am

PM Modi addressed the ‘Chintan Shivir’ of Home Ministers of States. The Prime Minister emphasized the link between the law and order system and the development of the states. “It is very important for the entire law and order system to be reliable. Its trust and perception among the public are very important”, he pointed out.

লক্ষ্ণৌত অনুষ্ঠিত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলনৰ যুগান্তকাৰী অনুষ্ঠান @ ৩.০ ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

June 03rd, 10:35 am

উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, লক্ষ্ণৌৰ সাংসদ আৰু ভাৰত চৰকাৰৰ আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ আন-আন সতীৰ্থসকল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰখনৰ মন্ত্ৰীসকল, বিধানসভা আৰু বিধান পৰিষদৰ অধ্যক্ষসকল, উদ্যোগৰ সকলো সতীৰ্থ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰ লোকসকল!

PM attends the Ground Breaking Ceremony @3.0 of the UP Investors Summit at Lucknow

June 03rd, 10:33 am

PM Modi attended Ground Breaking Ceremony @3.0 of UP Investors Summit at Lucknow. “Only our democratic India has the power to meet the parameters of a trustworthy partner that the world is looking for today. Today the world is looking at India's potential as well as appreciating India's performance”, he said.

পশ্চিম বংগৰ হালডিয়াত গুৰুত্বপূৰ্ণ আন্তঃগাথনিমূলক প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

February 07th, 05:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হালদিয়া ভ্ৰমণ কৰে আৰু প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে ৩৪৮ কিলোমিটাৰ ডোভি–দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন শাখাৰ এলপিজি আমদানি টাৰ্মিনেল দেশৰ বাবে উৎসৰ্গা কৰে। তেওঁ হালদিয়া শোধনাগাৰৰ দ্বিতীয় কেটালাইটিক-ইচোডেৱাক্সিং ইউনিটৰ আধাৰশিলা স্থাপন কৰে আৰু ৪১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালদিয়াৰ ৰাণীচকত ৪ লেনযুক্ত ফ্লাইঅভাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ মুখ্য আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে

February 07th, 05:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হালদিয়া ভ্ৰমণ কৰে আৰু প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে ৩৪৮ কিলোমিটাৰ ডোভি–দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপলাইন শাখাৰ এলপিজি আমদানি টাৰ্মিনেল দেশৰ বাবে উৎসৰ্গা কৰে। তেওঁ হালদিয়া শোধনাগাৰৰ দ্বিতীয় কেটালাইটিক-ইচোডেৱাক্সিং ইউনিটৰ আধাৰশিলা স্থাপন কৰে আৰু ৪১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হালদিয়াৰ ৰাণীচকত ৪ লেনযুক্ত ফ্লাইঅভাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে অংশগ্ৰহণ কৰে।

‘কোচী-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 05th, 11:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

ৰাষ্ট্ৰৰ বাবে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 05th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে ৫ জানুৱাৰীত কোচি – মাঙ্গালুৰু প্ৰাকৃতিক গেছ পাইপ লাইন দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব

January 03rd, 02:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কোচি – মাঙ্গালুৰু প্ৰাকৃতিক গেছ পাইপ লাইন দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব। “এক দেশ, এক গেছ গ্ৰিড” গঢ়াৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিতত হৈছে। কৰ্ণাটক আৰু কেৰেলাৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীৰ উপৰিও পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকিব।