‘ইউএই’-ৰ আবু ধাবিত ‘আহলান মোদী’ অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 13th, 11:19 pm
আপোনালোকে আবু ধাবিত আজি এক নতুন ইতিহাস ৰচনা কৰিলে। আপোনালোক ‘ইউএই’-ৰ প্ৰতিটো কোণৰ পৰা আহিছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও আহিছে, কিন্তু সকলোৰে সৈতে সকলোৰে হৃদয় সংযুক্ত হৈ আছে। এইখন ঐতিহাসিক ষ্টেডিয়ামৰ প্ৰতিটো স্পন্দনs কৈছে– ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো উশাহে কৈ আছে- ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো কণ্ঠই কৈছে ‘ভাৰত- ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! আৰুনো কি লাগিছে... এইটো মুহূৰ্ত হৃদয়ংগম কৰক... হেঁপাহ পলুৱাই অনুভৱ কৰক। আজি আপোনালোকে স্মৃতিৰ প্ৰতিটো মুহূৰ্ত হৃদয়ত সঞ্চিত কৰি লওক, যিবোৰ স্মৃতি আপোনালোকৰ সৈতে আজীৱন ৰৈ যাব। যিবোৰ স্মৃতি মোৰ সৈতেও সমগ্ৰ জীৱন থাকি যাব।ইউনাইটেড আৰব এমিৰেটত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম - "আহলান মোদী"ত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
February 13th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমীৰশ্বাহীত তেওঁৰ সন্মানত আয়োজিত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম ‘আহলান মোদী’ অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত ৭খন আমীৰাটৰ পৰা ভাৰতীয় প্ৰবাসী লোকে অংশগ্ৰহণ কৰে আৰু ইয়াত সকলো সম্প্ৰদায়ৰ ভাৰতীয় লোকে অংশগ্ৰহণ কৰে। দৰ্শকৰ মাজত আমীৰাটীসকলো অন্তৰ্ভুক্ত আছিল।India’s approach to tourism is based on ‘Atithi Devo Bhavah’ which means 'Guest is God': PM Modi
June 21st, 03:00 pm
PM Modi addressed the G20 Tourism Ministers’ Meet held in Goa. Addressing the gathering, PM Modi invoked the spirit of Incredible India and noted that the G20 Tourism Ministers’ Meet is taking place in Goa, one of the major tourist attractions in India. PM Modi said that India’s approach to tourism is based on the ancient Sanskrit verse ‘Atithi Devo Bhavah’ which means ‘Guest is God’ and said that tourism is an immersive experience. He said considering India’s wide geographical and cultural expanse, India has something for everyone.PM addresses G20 Tourism Ministers’ Meet
June 21st, 02:29 pm
PM Modi addressed the G20 Tourism Ministers’ Meet held in Goa. Addressing the gathering, PM Modi invoked the spirit of Incredible India and noted that the G20 Tourism Ministers’ Meet is taking place in Goa, one of the major tourist attractions in India. PM Modi said that India’s approach to tourism is based on the ancient Sanskrit verse ‘Atithi Devo Bhavah’ which means ‘Guest is God’ and said that tourism is an immersive experience. He said considering India’s wide geographical and cultural expanse, India has something for everyone.Millets bring with them endless possibilities: PM Modi
March 18th, 02:43 pm
PM Modi inaugurated the Global Millets (Shree Anna) Conference in New Delhi. Highlighting the importance of turning a resolution into a desirable outcome, the Prime Minister reiterated that the year 2023 was declared the International Year of Millets by the United Nations after persistent efforts by India. He expressed delight that India's campaign is a significant step in this direction when the world is celebrating the International Year of Millets.‘গোলকীয় মিলেট (শ্ৰী অন্ন) সন্মিলন’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 18th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘আইএআৰআই’ৰ ‘এনএএছচি’ চৌহদৰ ‘সুব্ৰমনিয়াম প্ৰেক্ষাগৃহ’ত ‘গোলকীয় মিলেট (শ্ৰী অন্ন) সন্মিলন’ উদ্বোধন কৰে। দুদিনীয়া গোলকীয় সন্মিলনখনত উৎপাদক, উপভোক্তা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত ‘মিলেট’ বা বাজ্ৰা (শ্ৰী অন্ন)ৰ প্ৰমূল্য শৃংখলাৰ বিকাশ; বাজ্ৰাৰ স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় দিশ; বজাৰৰ সৈতে সংযোগ; গৱেষণা আৰু বিকাশ ইত্যাদিকে ধৰি জনপ্ৰিয়কৰণ আৰু জন সজাগতাৰ দৰে সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ উদ্দেশ্যে অধিৱেশন অনুষ্ঠিত হ'ব।জি২০ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
March 02nd, 09:38 am
জি-২০ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকৰ বাবে ভাৰতলৈ আপোনালোকক স্বাগতম জনাইছো। ভাৰতে জি-২০ অধ্যক্ষতা পদৰ বাবে ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ শীৰ্ষক বিষয়বস্তু বাছি লৈছে। ই উদ্দেশ্যৰ ঐক্য আৰু কৰ্মৰ ঐক্যৰ প্ৰয়োজনীয়তাৰ ইংগিত দিয়ে। আশাকৰোঁ আজি আপোনালোকৰ বৈঠকে উমৈহতীয়া আৰু সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে একত্ৰিত হোৱাৰ এই মনোভাৱ প্ৰতিফলিত কৰিব।প্ৰধানমন্ত্ৰীয়ে জি২০ৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠক সম্বোধন কৰে
March 02nd, 09:37 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ মাধ্যমত জি-20ৰ বিশেষ মন্ত্ৰীসকলৰ বৈঠক সম্বোধন কৰে।ভাৰতৰ সভাপতিত্বত ‘জি-২০’-ৰ বিত্ত মন্ত্ৰী আৰু ‘কেন্দ্ৰীয় বেংক’সমূহৰ গৱৰ্ণৰসকলৰ প্ৰথমখন বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ
February 24th, 09:25 am
‘জি-২০’ দেশৰ বিত্ত মন্ত্ৰী আৰু ‘কেন্দ্ৰীয় বেংক’সমূহৰ গৱৰ্ণৰসকলক মই ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আপোনালোকৰ বৈঠকৰে ভাৰতৰ সভাপতিত্বত ‘জি-২০’ দেশসমূহৰ প্ৰথমখন মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। মই আপোনালোকক এক ফলপ্ৰসূ সভাৰ বাবে শুভেচ্ছা জনাইছো যদিও আপোনালোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মই অৱগত। আপোনালোকে এনে এক সময়ত গোলকীয় বিত্ত আৰু অৰ্থনীতিৰ নেতৃত্বক প্ৰতিনিধিত্ব কৰিছে যি সময়ত পৃথিৱীখনে এক গুৰুতৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। শতিকা-বিৰল ক’ভিড মহামাৰীয়ে বিশ্ব অৰ্থনীতিক বাৰুকৈয়ে আঘাত হানিছে। বহুতো দেশে, বিশেষকৈ উন্নয়নশীল অৰ্থনীতিয়ে এতিয়াও ইয়াৰ পৰৱৰ্তী প্ৰভাৱৰ সৈতে মোকাবিলা কৰি থাকিবলগীয়া হৈছে। আমি বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনাও দেখিবলৈ পাইছো। গোলকীয় যোগান শৃংখলাত ব্যাঘাত ঘটিছে। বৰ্ধিত মূল্যৰ বাবে বহুতো সমাজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইফালে, খাদ্য আৰু শক্তি সুৰক্ষাৰ প্ৰসংগ সমগ্ৰ বিশ্বৰ বাবেই মুখ্য উদ্বেগৰ কাৰণ হৈ উঠিছে। আনকি বহুতো দেশৰ বিত্তীয় সাৰ্থকতা অ-বহনযোগ্য ঋণৰ স্তৰৰ দ্বাৰা বিপদাপন্ন হৈছে। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশ্বাস হ্ৰাস পাবলৈ ধৰিছে। সংস্কাৰ সাধনৰ ক্ষেত্ৰত তেওঁলোক লেহেমীয়া গতিৰে আগবাঢ়াটোও হৈছে এনে হোৱাৰ আংশিক কাৰণ। বিশ্ব অৰ্থনীতিলৈ স্থিৰতা, আত্মবিশ্বাস আৰু বিকাশৰ ধাৰা ঘূৰাই অনাটো এতিয়া আপোনালোক- বিশ্বৰ আগশাৰীৰ অৰ্থনীতি তথা মুদ্ৰা প্ৰণালীৰ ৰক্ষকসকলৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো কেতিয়াও এটা সহজ কাম নহয়।ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথম বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 24th, 09:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথম বৈঠকত ভাষণ আগবঢ়ায়৷ভাৰতৰ জি-২০ নেতৃত্বৰ বাবে লোগো, থীম আৰু ৱেবছাইট উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ
November 08th, 07:31 pm
জি-২০ হৈছে এনে দেশসমূহৰ এটা গোট যাৰ অৰ্থনৈতিক সম্ভাৱনাবিশ্বৰ জিডিপিৰ ৮৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে বিশখন দেশৰ এটা গোট যি বিশ্বৰ বাণিজ্যৰ ৭৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে ২০ খন দেশৰ এটা গোট যি বিশ্বৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ। আৰু ভাৰতে, এতিয়া এই জি-২০ গোটৰ নেতৃত্ব দিবলৈ গৈ আছে, ইয়াত সভাপতিত্ব কৰিবলৈ গৈ আছে।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে
November 08th, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে।