India’s approach to tourism is based on ‘Atithi Devo Bhavah’ which means 'Guest is God': PM Modi

India’s approach to tourism is based on ‘Atithi Devo Bhavah’ which means 'Guest is God': PM Modi

June 21st, 03:00 pm

PM Modi addressed the G20 Tourism Ministers’ Meet held in Goa. Addressing the gathering, PM Modi invoked the spirit of Incredible India and noted that the G20 Tourism Ministers’ Meet is taking place in Goa, one of the major tourist attractions in India. PM Modi said that India’s approach to tourism is based on the ancient Sanskrit verse ‘Atithi Devo Bhavah’ which means ‘Guest is God’ and said that tourism is an immersive experience. He said considering India’s wide geographical and cultural expanse, India has something for everyone.

PM addresses G20 Tourism Ministers’ Meet

PM addresses G20 Tourism Ministers’ Meet

June 21st, 02:29 pm

PM Modi addressed the G20 Tourism Ministers’ Meet held in Goa. Addressing the gathering, PM Modi invoked the spirit of Incredible India and noted that the G20 Tourism Ministers’ Meet is taking place in Goa, one of the major tourist attractions in India. PM Modi said that India’s approach to tourism is based on the ancient Sanskrit verse ‘Atithi Devo Bhavah’ which means ‘Guest is God’ and said that tourism is an immersive experience. He said considering India’s wide geographical and cultural expanse, India has something for everyone.

বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত ‘ৱান ৱৰ্ল্ড টিবি ছামিট’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত ‘ৱান ৱৰ্ল্ড টিবি ছামিট’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 24th, 10:20 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া জী, উপমুখ্যমন্ত্ৰী শ্ৰী বৃজেশ পাঠক জী, বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, ডব্লিউ এইচ অ'ৰ ৰিজনেল ডাইৰেক্টৰ, উপস্থিত সকলো মহানুভৱ, STOP TB Partnership সহ বিভিন্ন সংস্থাৰ প্ৰতিনিধিগণ, দেৱী আৰু সজ্জনসকল!

উত্তৰ প্ৰদেশৰ বাৰনসীত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 24th, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমগ্ৰ ভাৰততে ৰূপায়িত হ’ব লগা ‘যক্ষ্মা-মুক্ত পঞ্চায়তৰ উদ্যোগ’, যক্ষ্মা ৰোগৰ হ্ৰস্বম্যাদী প্ৰতিৰোধমূলক চিকিৎসা (টিপিটি) তথা পৰিয়াল কেন্দ্ৰিক শুশ্ৰূষা আৰ্হি আৰু ‘ভাৰতৰ বাৰ্ষিক যক্ষ্মা প্ৰতিবেদন ২০২৩’ মুকলি কৰাকে ধৰি বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু উচ্চ প্ৰতিৰোধী গৱেষণাগাৰ’ৰ আধাৰশিলা স্থাপন কৰে আৰু বাৰাণসীত ‘মেট্ৰ'পলিটান জনস্বাস্থ্য নিৰীক্ষণ গোট’ৰ বাবে নিৰ্মাণ কৰি উলিওৱা চৌহদটোও আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাসমূহক যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ দিশত আগবাঢ়ি যোৱাত দেখুওৱা কৃতিত্বৰ বাবে পুৰস্কৃত কৰে। বঁটা প্ৰাপকসকল আছিল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ত কৰ্ণাটক আৰু জম্মু আৰু কাশ্মীৰ আৰু জিলা পৰ্যায়ত নীলগিৰি, পুলৱামা আৰু অনন্তনাগ।

Millets bring with them endless possibilities: PM Modi

March 18th, 02:43 pm

PM Modi inaugurated the Global Millets (Shree Anna) Conference in New Delhi. Highlighting the importance of turning a resolution into a desirable outcome, the Prime Minister reiterated that the year 2023 was declared the International Year of Millets by the United Nations after persistent efforts by India. He expressed delight that India's campaign is a significant step in this direction when the world is celebrating the International Year of Millets.

‘গোলকীয় মিলেট (শ্ৰী অন্ন) সন্মিলন’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 18th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘আইএআৰআই’ৰ ‘এনএএছচি’ চৌহদৰ ‘সুব্ৰমনিয়াম প্ৰেক্ষাগৃহ’ত ‘গোলকীয় মিলেট (শ্ৰী অন্ন) সন্মিলন’ উদ্বোধন কৰে। দুদিনীয়া গোলকীয় সন্মিলনখনত উৎপাদক, উপভোক্তা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত ‘মিলেট’ বা বাজ্ৰা (শ্ৰী অন্ন)ৰ প্ৰমূল্য শৃংখলাৰ বিকাশ; বাজ্ৰাৰ স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় দিশ; বজাৰৰ সৈতে সংযোগ; গৱেষণা আৰু বিকাশ ইত্যাদিকে ধৰি জনপ্ৰিয়কৰণ আৰু জন সজাগতাৰ দৰে সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ উদ্দেশ্যে অধিৱেশন অনুষ্ঠিত হ'ব।

জি২০ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

March 02nd, 09:38 am

জি-২০ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকৰ বাবে ভাৰতলৈ আপোনালোকক স্বাগতম জনাইছো। ভাৰতে জি-২০ অধ্যক্ষতা পদৰ বাবে ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’ শীৰ্ষক বিষয়বস্তু বাছি লৈছে। ই উদ্দেশ্যৰ ঐক্য আৰু কৰ্মৰ ঐক্যৰ প্ৰয়োজনীয়তাৰ ইংগিত দিয়ে। আশাকৰোঁ আজি আপোনালোকৰ বৈঠকে উমৈহতীয়া আৰু সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে একত্ৰিত হোৱাৰ এই মনোভাৱ প্ৰতিফলিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে জি২০ৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠক সম্বোধন কৰে

March 02nd, 09:37 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ মাধ্যমত জি-20ৰ বিশেষ মন্ত্ৰীসকলৰ বৈঠক সম্বোধন কৰে।

ভাৰতৰ সভাপতিত্বত ‘জি-২০’-ৰ বিত্ত মন্ত্ৰী আৰু ‘কেন্দ্ৰীয় বেংক’সমূহৰ গৱৰ্ণৰসকলৰ প্ৰথমখন বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভিডিঅ’ বাৰ্তাৰ পাঠ

February 24th, 09:25 am

‘জি-২০’ দেশৰ বিত্ত মন্ত্ৰী আৰু ‘কেন্দ্ৰীয় বেংক’সমূহৰ গৱৰ্ণৰসকলক মই ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আপোনালোকৰ বৈঠকৰে ভাৰতৰ সভাপতিত্বত ‘জি-২০’ দেশসমূহৰ প্ৰথমখন মন্ত্ৰী পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। মই আপোনালোকক এক ফলপ্ৰসূ সভাৰ বাবে শুভেচ্ছা জনাইছো যদিও আপোনালোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে মই অৱগত। আপোনালোকে এনে এক সময়ত গোলকীয় বিত্ত আৰু অৰ্থনীতিৰ নেতৃত্বক প্ৰতিনিধিত্ব কৰিছে যি সময়ত পৃথিৱীখনে এক গুৰুতৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। শতিকা-বিৰল ক’ভিড মহামাৰীয়ে বিশ্ব অৰ্থনীতিক বাৰুকৈয়ে আঘাত হানিছে। বহুতো দেশে, বিশেষকৈ উন্নয়নশীল অৰ্থনীতিয়ে এতিয়াও ইয়াৰ পৰৱৰ্তী প্ৰভাৱৰ সৈতে মোকাবিলা কৰি থাকিবলগীয়া হৈছে। আমি বিশ্বৰ বিভিন্ন প্ৰান্তত বৰ্ধিত ভূ-ৰাজনৈতিক উত্তেজনাও দেখিবলৈ পাইছো। গোলকীয় যোগান শৃংখলাত ব্যাঘাত ঘটিছে। বৰ্ধিত মূল্যৰ বাবে বহুতো সমাজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ইফালে, খাদ্য আৰু শক্তি সুৰক্ষাৰ প্ৰসংগ সমগ্ৰ বিশ্বৰ বাবেই মুখ্য উদ্বেগৰ কাৰণ হৈ উঠিছে। আনকি বহুতো দেশৰ বিত্তীয় সাৰ্থকতা অ-বহনযোগ্য ঋণৰ স্তৰৰ দ্বাৰা বিপদাপন্ন হৈছে। আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশ্বাস হ্ৰাস পাবলৈ ধৰিছে। সংস্কাৰ সাধনৰ ক্ষেত্ৰত তেওঁলোক লেহেমীয়া গতিৰে আগবাঢ়াটোও হৈছে এনে হোৱাৰ আংশিক কাৰণ। বিশ্ব অৰ্থনীতিলৈ স্থিৰতা, আত্মবিশ্বাস আৰু বিকাশৰ ধাৰা ঘূৰাই অনাটো এতিয়া আপোনালোক- বিশ্বৰ আগশাৰীৰ অৰ্থনীতি তথা মুদ্ৰা প্ৰণালীৰ ৰক্ষকসকলৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো কেতিয়াও এটা সহজ কাম নহয়।

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথম বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 24th, 09:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অধীনত বিত্ত মন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰসকলৰ প্ৰথম বৈঠকত ভাষণ আগবঢ়ায়৷

নতুন দিল্লীত অনুষ্ঠিত ইক’নমিক টাইমছ গ্ল’বেল বিজনেছ ছামিট ২০২৩ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

February 17th, 08:59 pm

টাইমছ গ্ৰুপৰ শ্ৰী সমীৰ জৈন আৰু শ্ৰী বিনীত জৈন, গ্ল'বেল বিজনেছ ছামিটত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তি, উদ্যোগ জগতৰ সহকৰ্মী, চিইঅ', শিক্ষাবিদ, সংবাদ মাধ্যমৰ বন্ধুসকল, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!

প্ৰধানমন্ত্ৰীয়ে দিল্লীত ইকনমিক টাইমছ গ্লোবেল বিজনেছ ছামিটত ভাষণ দিয়ে

February 17th, 08:02 pm

উপস্থিত লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তিনি বছৰৰ আগতে যেতিয়া তেওঁ ইটি গ্লোবেল বিজনেছ ছামিটলৈ আহিছিল, তেতিয়াৰ পৰা এতিয়ালৈকে বহুত পৰিৱৰ্তন হৈছে। তেওঁ স্মৰণ কৰে যে যোৱা ছামিটৰ তিনি দিনৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই কোভিডক মহামাৰী ঘোষিত কৰিছিল আৰু সমগ্ৰ পৃথিৱী তথা ভাৰতত দ্ৰুতগতিত গভীৰ পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছিল।

ভইচ অৱ গ্লোবেল চাউথ ছামিট ২০২৩-ৰ উদ্বোধনী অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ

January 12th, 10:53 am

গ্লোবেল ছাউথৰ নেতাসকলক মোৰ নমস্কাৰ! এই সন্মিলনত আপোনাসৱক স্বাগতম জনাবলৈ পোৱাটো মোৰ বাবে আনন্দৰ কথা। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সৈতে যোগদান কৰাৰ বাবে মই আপোনাসৱক ধন্যবাদ জনাইছোঁ। আমি এনে এক সময়ত মিলিত হৈছোঁ যত নতুন বছৰৰ আৰম্ভণি হৈছে, আৰু লগত লৈ আহিছে নতুন আশা আৰু নতুন প্ৰাণশক্তি। ১.৩ বিলিয়ন ভাৰতীয়ৰ হৈ মই আপোনালোক সকলোকে আৰু আপোনাসৱৰ দেশসমূহলৈ ২০২৩ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

ভাৰতৰ জি-২০ নেতৃত্বৰ বাবে লোগো, থীম আৰু ৱেবছাইট উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ

November 08th, 07:31 pm

জি-২০ হৈছে এনে দেশসমূহৰ এটা গোট যাৰ অৰ্থনৈতিক সম্ভাৱনাবিশ্বৰ জিডিপিৰ ৮৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে বিশখন দেশৰ এটা গোট যি বিশ্বৰ বাণিজ্যৰ ৭৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে ২০ খন দেশৰ এটা গোট যি বিশ্বৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ। আৰু ভাৰতে, এতিয়া এই জি-২০ গোটৰ নেতৃত্ব দিবলৈ গৈ আছে, ইয়াত সভাপতিত্ব কৰিবলৈ গৈ আছে।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে

November 08th, 04:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে।