লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত শ্ৰী ওম বিৰলাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 26th, 02:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰলৈ নিৰ্বাচিত শ্ৰী ওম বিৰলাক অভিনন্দন জ্ঞাপন কৰিছে৷ তেওঁ আস্থা প্ৰকাশ কৰে যে নতুনকৈ নিৰ্বাচিত অধ্যক্ষৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাৰ পৰা সদন যথেষ্ট পৰিমাণে উপকৃত হ’ব৷সদনৰ অধ্যক্ষ নিৰ্বাচনৰ পিছত ১৮তম লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 26th, 11:30 am
এই সদনৰ সৌভাগ্য যে আপুনি দ্বিতীয়বাৰৰ বাবে এই আসনখনত আসীন হৈছে। সকলোৰে হৈ আপোনাক আৰু এই সমগ্ৰ সদনক অভিনন্দন জনাইছোঁ।অধ্যক্ষ নিৰ্বাচনৰ পিছত লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 26th, 11:26 am
শ্ৰী ওম বিৰলাক সদনৰ অধ্যক্ষ হিচাপে সদনে নিৰ্বাচিত কৰাৰ পিছতে লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে।সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ কনফাৰেন্সত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
January 27th, 04:00 pm
সৰ্বভাৰতীয় প্ৰিজাইডিং অফিচাৰ সন্মিলনৰ বাবে আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। এই সন্মিলনে এইবাৰ বিশেষ তাৎপৰ্য বহন কৰিছে। ৭৫সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতে ইয়াৰ আয়োজন কৰা হৈছে। আমাৰ সংবিধান কাৰ্যকৰী হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল। আমাৰ দেশৰ সকলো নাগৰিকৰ হৈ মই সংবিধান সভাৰ সমূহ সদস্যলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰীয়ে অখিল ভাৰতীয় প্ৰিজাইডিং অফিচাৰৰ সন্মিলনত ভাষণ দিয়ে
January 27th, 03:30 pm
প্ৰধানমন্ত্ৰীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱস সমাৰোহৰ পিছত অনুষ্ঠিত হোৱা এই সন্মিলনৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে এই সন্মিলনৰ বিশেষ তাৎপৰ্য আছে কিয়নো এয়া আমাৰ সংবিধানৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ ঠিক পিছতেই অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সংবিধান সভাৰ সদস্যসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত গ্ৰহণ কৰা 'সুপোষিত মা' কাৰ্যসূচীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
February 21st, 11:26 am
লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উদ্যোগত গ্ৰহণ কৰা 'সুপোষিত মা' কাৰ্যসূচীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। কোটাৰ ৰামগঞ্জমাণ্ডি অঞ্চলত 'সুপোষিত মা' অভিযানৰ উদ্বোধন কৰে শ্ৰী বিৰলাই। এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে প্ৰতিগৰাকী মাতৃ আৰু শিশুক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলা।PM attends farewell programme hosted for President Shri Ram Nath Kovind in Parliament
July 23rd, 10:16 pm
The Prime Minister, Shri Narendra Modi today attended the farewell programme hosted for President, Shri Ram Nath Kovind in Parliament.‘স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰা স্বৰ্ণিম ভাৰতৰ দিশে’ অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 20th, 10:31 am
অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা জী, ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰ জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীমান অশোক গেহলট জী, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ শ্ৰী কিষাণ ৰেড্ডি জী, ভূপেন্দ্ৰ যাদৱ জী, অৰ্জুন ৰাম মেঘৱাল জী, পুৰষোত্তম ৰূপালা জী আৰু শ্ৰী কৈলাস চোধাৰী জী, ৰাজস্থান বিধানসভাৰ বিৰোধী নেতা শ্ৰী গুলাব চন্দ কাটাৰিয়া জী, ব্ৰহ্মকুমাৰীজ কাৰ্যবাহী সম্পাদক ৰাজযোগী মৃত্যুঞ্জয় জী, ৰাজযোগিনী ভগ্নী মোহিনী জী, ভগ্নী চন্দ্ৰিকা জী, ব্ৰহ্মকুমাৰীৰ অন্যান্য ভগ্নীসকল আৰু সাধক-সাধিকাসকল!প্ৰধানমন্ত্ৰীয়ে 'স্বাধীনতাৰ অমৃত মহোৎসৱৰ পৰা সোণালী ভাৰতলৈ' ৰাষ্ট্ৰীয় শুভাৰম্ভ অনুষ্ঠানত মুখ্য বক্তব্য আগবঢ়ায়
January 20th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'সোণালী ভাৰতৰ পৰা স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ ৰাষ্ট্ৰীয় শুভাৰম্ভ অনুষ্ঠানত মুখ্য বক্তব্য আগবঢ়ায়। তেওঁ ব্ৰহ্মকুমাৰী সংস্থানৰ সাতটা প্ৰচেষ্টাও আৰম্ভ কৰিছিল। লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী, শ্ৰী ভূপেন্দ্ৰ যাদৱ, শ্ৰী অৰ্জুন ৰাম মেঘৱাল, শ্ৰী পুৰুষোত্তম ৰূপালা আৰু শ্ৰী কৈলাশ চৌধুৰীও উপস্থিত আছিল।PM greets LS Speaker Shri Om Birla on his birthday
November 23rd, 04:16 pm
The Prime Minister, Shri Narendra Modi has greeted the Lok Sabha Speaker, Shri Om Birla Ji on his birthday.India is the mother of democracy: PM Modi
September 15th, 06:32 pm
Vice President and Rajya Sabha Chairman, Shri M. Venkaiah Naidu, Prime Minister Shri Narendra Modi and Lok Sabha Speaker Shri Om Birla jointly launched Sansad TV. The Prime Minister termed the launch of Sansad TV a new chapter in the story of Indian democracy.উপ- ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভা অধ্যক্ষই যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে
September 15th, 06:24 pm
উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সভাপতি শ্ৰী ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিড়লাই আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস উপলক্ষে যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে।উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষই ১৫ ছেপ্তেম্বৰত যুটীয়াভাৱে মুকলি কৰিব সংবাদ টিভি
September 14th, 03:18 pm
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলাই ১৫ ছেপ্তেম্বৰৰ সন্ধিয়া ৬বজাত সংসদ ভৱনত যুটীয়াভাৱে মুকলি কৰিব সংবাদ টিভি। আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি সংবাদ টিভি মুকলিৰ দিন ধাৰ্য কৰা হৈছে।অধ্যক্ষ হিচাপে কাৰ্যকালৰ দুটা বছৰ পূৰ্ণ কৰা উপলক্ষে শ্ৰী ওম বিড়লালৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন
June 19th, 03:25 pm
শ্ৰী ওম বিড়লাই লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যকালৰ দুটা বছৰ সম্পূৰ্ণ কৰা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শেহতীয়া দুটা বছৰত শ্ৰী@ওম বিড়লাজীয়ে এনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে আমাৰ সংসদীয় গণতন্ত্ৰক সমৃদ্ধ কৰাৰ লগতে কৰ্মকুশলতা বৃদ্ধি কৰাৰ সুবাদত বহু সংখ্যক ঐতিহাসিক তথা জন-হিতৈষী বিধেয়ক পাৰিত কৰিব পৰা গৈছে। তেওঁক অভিনন্দন জনাইছো! এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে শ্ৰী@ওম বিড়লাজীয়ে প্ৰথমবাৰ হোৱা সাংসদ, যুৱ সাংসদ আৰু মহিলা সাংসদসকলক সদনত বক্তব্য ৰাখিবলৈ সুযোগ দিয়াৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰ্ৰদান কৰি আহিছে। তেওঁ আমাৰ গণতন্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা বিভিন্ন সমিতিসমূহক শক্তিশালী কৰাতো গুৰুত্ব প্ৰদান কৰিছে”।