Now we are working to create 3 crore Lakhpati Didis in the country: PM Modi in Karauli
April 11th, 10:19 pm
A massive crowd in Karauli, Rajasthan celebrated the much-awaited arrival of Prime Minister Narendra Modi ahead of the Lok Sabha Elections in 2024. PM Modi showered his love and admiration to each one of them and indulged in a hearty conversation to discuss about the future of Rajasthan and its glory. He said, “What will be the result on 4th June is clearly visible in Karauli today. Karauli is telling- 4th June..., 400 Paar! The whole of Rajasthan is echoing – Phir Ek Baar, Modi Sarkar!”PM Modi addresses a high-spirited crowd gathered at a public meeting in Karauli, Rajasthan
April 11th, 03:30 pm
A massive crowd in Karauli, Rajasthan celebrated the much-awaited arrival of Prime Minister Narendra Modi ahead of the Lok Sabha Elections in 2024. PM Modi showered his love and admiration to each one of them and indulged in a hearty conversation to discuss about the future of Rajasthan and its glory. He said, “What will be the result on 4th June is clearly visible in Karauli today. Karauli is telling- 4th June..., 400 Paar! The whole of Rajasthan is echoing – Phir Ek Baar, Modi Sarkar!”সমবায় খণ্ডৰ একাধিক মূল পদক্ষেপৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 24th, 10:36 am
আজি ‘বিকশিত ভাৰত’ৰ ‘অমৃত যাত্ৰা’ত আন এক উল্লেখযোগ্য সাফল্যৰ সাক্ষী হৈ পৰিছে ‘ভাৰত মণ্ডপম’। আজি আমি দেশে গ্ৰহণ কৰা ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) সংকল্প বাস্তৱায়িতকৰণৰ দিশত আগবাঢ়িছোঁ। কৃষি আৰু খেতিৰ ভেটি সুদৃঢ়কৰণত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছোঁ। আৰু, আজি এই কাৰ্য্যসূচী একে মনোভাৱেৰে উদযাপন কৰা হৈছে। আজি আমি আমাৰ কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনি-গুদাম আঁচনি আৰম্ভ কৰিছোঁ। এই আঁচনিৰ অধীনত দেশৰ চুকে-কোণে হাজাৰ-হাজাৰ গুদাম স্থাপন কৰা হ’ব। আজি ১৮,০০০ ‘পেকছ’ (PACS-Primary Agricultural Credit Societies)ৰ কম্পিউটাৰাইজেচনৰ এক উল্লেখযোগ্য কামো সম্পূৰ্ণ হৈছে। এই সকলোবোৰ প্ৰকল্পই দেশৰ কৃষি আন্তঃগাঁথনিলৈ নতুন উদ্দীপনা যোগাব, কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব। এই গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 24th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ১১খন ৰাজ্যৰ ১১খন প্ৰাথমিক কৃষি ঋণ সমিতি (পেকছ)ত চলি থকা ‘সহবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনা’ৰ পাইলট প্ৰকল্প উদ্বোধন কৰে। এই পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত ৫০০ পেকছৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে খাদ্য শস্য যোগান শৃংখলৰ সৈতে পেকছৰ গুদামসমূহক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰা, খাদ্য সুৰক্ষা সুদৃঢ় কৰা আৰু নাবাৰ্ডৰ সমৰ্থিত আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)ৰ নেতৃত্বত সহযোগিতামূলক প্ৰচেষ্টাৰে দেশৰ অৰ্থনৈতিক উন্নয়নক লাভান্বিত কৰা। এই পদক্ষেপ কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ), কৃষি বিপণন আন্তঃগাঁথনি (এএমআই) আদি বিভিন্ন বৰ্তমানৰ আঁচনিৰ একত্ৰীকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে যাতে প্ৰকল্পটোত অংশগ্ৰহণ কৰা পেকছে আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱাৰ বাবে ৰাজসাহায্য আৰু সুদৰ সাহায্যৰ সুবিধা লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে সমবায় খণ্ডক সজীৱ কৰি তোলা আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক সবলীকৰণৰ লক্ষ্যৰে চৰকাৰৰ সহকাৰ ছে সমৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ১৮ হাজাৰ পেকছত কম্পিউটাৰাইজেচনৰ বাবে এক প্ৰকল্প উদ্বোধন কৰে।One nation, one fertilizer: PM Modi
October 17th, 11:11 am
Mantri Kisan Samruddhi Kendras (PMKSK) under the Ministry of Chemicals & Fertilisers. Furthermore, the Prime Minister also launched Pradhan Mantri Bhartiya Jan Urvarak Pariyojana - One Nation One Fertiliser.PM inaugurates PM Kisan Samman Sammelan 2022 at Indian Agricultural Research Institute, New Delhi
October 17th, 11:10 am
The Prime Minister, Shri Narendra Modi inaugurated PM Kisan Samman Sammelan 2022 at Indian Agricultural Research Institute in New Delhi today. The Prime Minister also inaugurated 600 Pradhan Mantri Kisan Samruddhi Kendras (PMKSK) under the Ministry of Chemicals & Fertilisers. Furthermore, the Prime Minister also launched Pradhan Mantri Bhartiya Jan Urvarak Pariyojana - One Nation One Fertiliser.কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল মিছন-পাম অইলৰ ৰূপায়ণক মঞ্জুৰী দিয়
August 18th, 11:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বীজৰ তেলৰ (পাম অইল) বাবে এক নতুন মিছনৰ আৰম্ভণিক মঞ্জুৰী দিয়া হৈছে, যাৰ নাম হৈছে ৰাষ্ট্ৰীয় খাদ্য তেল- পাম অইল মিছন (এনএমইঅ'-অ'পি)। ই কেন্দ্ৰৰ দ্বাৰা পৰিকল্পিত এটা নতুন যোজনা আৰু ইয়াৰ ফ'কাছ উত্তৰ-পূৰ্বাঞ্চল তথা আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ। খাদ্য তেলৰ নিৰ্ভৰতা বৃহৎ পৰিমাণৰ আমদানিৰ ওপৰত চলি আছে, সেয়ে এইটো আৱশ্যকীয় যে দেশতে খাদ্য তেলৰ উৎপাদনত গতি আনিব লাগে। ইয়াৰ বাবে পাম অইলৰ কৃষি ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধি কৰা দৰকাৰ।