Congress Party has only indulged in appeasement politics: PM Modi in Badami
May 06th, 03:30 pm
PM Modi addressed a public rally at Badami in Bagalkot, Karnataka by greeting the residents in Kannada while also acknowledging Badami as the capital of the Chalukya Dynasty. While addressing the crowd PM Modi said, “Your persistent encouragement and support gives me the belief that the BJP will once again come to power in the upcoming elections.”PM Modi addresses public rallies at Badami and Haveri in Karnataka
May 06th, 03:08 pm
PM Modi addressed two public rallies at Badami and Haveri in Karnataka. PM Modi outlined BJP's focus on good governance and urged people to elect a stable and development oriented BJP Government in the state with a full majority.Co-operative is a great model of self-reliance: PM Modi at Sahkar Se Samrudhi programme in Gujarat
May 28th, 04:55 pm
Prime Minister Shri Narendra Modi addressed the seminar of leaders of various cooperative institutions on 'Sahakar Se Samriddhi' at Mahatma Mandir, Gandhinagar, where he also inaugurated the Nano Urea (Liquid) Plant constructed at IFFCO, Kalol. Chief Minister of Gujarat Shri Bhupendrabhai Patel, Union Ministers Shri Amit Shah, Dr. Mansukh Mandaviya, Members of Parliament, MLA, Ministers from the Gujarat Government, and leaders of the cooperative sector were among those present on the occasion.PM addresses a seminar of leaders of various cooperative institutes in Gandhinagar
May 28th, 04:54 pm
Prime Minister Shri Narendra Modi addressed the seminar of leaders of various cooperative institutions on 'Sahakar Se Samriddhi' at Mahatma Mandir, Gandhinagar, where he also inaugurated the Nano Urea (Liquid) Plant constructed at IFFCO, Kalol. Chief Minister of Gujarat Shri Bhupendrabhai Patel, Union Ministers Shri Amit Shah, Dr. Mansukh Mandaviya, Members of Parliament, MLA, Ministers from the Gujarat Government, and leaders of the cooperative sector were among those present on the occasion.কৃষিখণ্ডত ২০২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 10:13 am
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী, ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবৰ্গ, উদ্যোগ আৰু অকাডেমীৰ সৈতে জড়িত সকলো বন্ধু, কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে জড়িত আমাৰ কৃষক ভাই-ভনীসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!কৃষি খণ্ডত কেন্দ্ৰীয় বাজেট, ২০২২ ৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত এখনি ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 24th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি খণ্ডত কেন্দ্ৰীয় বাজেট, ২০২২ ৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত এখনি ৱেবিনাৰ সম্বোধন কৰে। তেখেতে কৃষি খণ্ডক সুদৃঢ়কৰণৰ ক্ষেত্ৰত বাজেটখনিয়ে কেনেধৰণেৰে অৰিহণা যোগাব, সেই বিষয়ে আলোচনা কৰে। ৱেবিনাৰখনিয়ে 'স্মাৰ্ট কৃষি'- ৰূপায়ণৰ ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই কাৰ্য্যসূচীত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্য চৰকাৰসমূহৰ প্ৰতিনিধি, উদ্যোগ আৰু শিক্ষা জগতৰ প্ৰতিনিধি আৰু বিভিন্ন কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জৰিয়তে কৃষকসকল উপস্থিত থাকে।Manipur is becoming the gateway to trade with the rest of East Asia: PM Modi in Imphal
February 22nd, 10:45 am
Prime Minister Narendra Modi today addressed a public meeting in Imphal, Manipur. PM Modi started his address by highlighting that Manipur has completed 50 years of its establishment in the past month only. PM Modi said, “In the decades of Congress rule, Manipur only got inequality and unbalanced development. But in the last five years, the Double Engine Sarkar of BJP has made sincere efforts for the development of Manipur.”PM Modi addresses a public meeting in Imphal, Manipur
February 22nd, 10:41 am
Prime Minister Narendra Modi today addressed a public meeting in Imphal, Manipur. PM Modi started his address by highlighting that Manipur has completed 50 years of its establishment in the past month only. PM Modi said, “In the decades of Congress rule, Manipur only got inequality and unbalanced development. But in the last five years, the Double Engine Sarkar of BJP has made sincere efforts for the development of Manipur.”মণিপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।মণিপুৰৰ ইম্ফলত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 04th, 09:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।প্ৰধানমন্ত্ৰী-কিষাণ আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া অনুবাদ
January 01st, 12:31 pm
উপস্থিত সকলো গণ্যমান্য ব্যক্তিক, প্ৰথমতে, মই মাতা বৈষ্ণো দেৱী চৌহদত সংঘটিত শোকাৱহ ঘটনাটোৰ প্ৰতি শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে, যিসকল পদদলিত আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। কেন্দ্ৰীয় চৰকাৰে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছে। মই উপ ৰাজ্যপাল মনোজ সিনহাজীৰ সৈতেও কথা পাতিছো। সাহায্যৰ কাম হাতত লোৱা হৈছে আৰু আহতসকলৰ চিকিৎসা কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী-কিষাণৰ দশম কিস্তি মুকলি কৰে
January 01st, 12:30 pm
তৃণমূল পৰ্যায়ৰ কৃষকসকলক শক্তিশালী কৰাৰ নিৰন্তৰ প্ৰতিশ্ৰুতি আৰু সংকল্পৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত বিত্তীয় লাভালাভৰ দশম কিস্তি মুকলি কৰে। ১০ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়াললৈ ২০,০০০ কোটি টকা।কেন্দ্ৰীয় মন্ত্ৰীসভাই বিপণন ঋতু ২০২২-২৩ৰ সন্দৰ্ভত ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) বঢ়োৱাত মঞ্জুৰী দিয়ে
September 08th, 02:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰী মণ্ডলৰ সমিতিয়ে ৰবি বিপণন ঋতু (আৰএমএছ) ২০২২-২৩ৰ বাবে সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ত বৃদ্ধি কৰাত মঞ্জুৰী দিয়ে।কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল মিছন-পাম অইলৰ ৰূপায়ণক মঞ্জুৰী দিয়
August 18th, 11:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বীজৰ তেলৰ (পাম অইল) বাবে এক নতুন মিছনৰ আৰম্ভণিক মঞ্জুৰী দিয়া হৈছে, যাৰ নাম হৈছে ৰাষ্ট্ৰীয় খাদ্য তেল- পাম অইল মিছন (এনএমইঅ'-অ'পি)। ই কেন্দ্ৰৰ দ্বাৰা পৰিকল্পিত এটা নতুন যোজনা আৰু ইয়াৰ ফ'কাছ উত্তৰ-পূৰ্বাঞ্চল তথা আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ। খাদ্য তেলৰ নিৰ্ভৰতা বৃহৎ পৰিমাণৰ আমদানিৰ ওপৰত চলি আছে, সেয়ে এইটো আৱশ্যকীয় যে দেশতে খাদ্য তেলৰ উৎপাদনত গতি আনিব লাগে। ইয়াৰ বাবে পাম অইলৰ কৃষি ক্ষেত্ৰ আৰু উৎপাদন বৃদ্ধি কৰা দৰকাৰ।