অসমৰ যোৰহাটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 09th, 01:50 pm

অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলীজী, অসম চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত জনপ্ৰতিনিধিসকল, গণ্যমান্য ব্যক্তিসকল আৰু অসমৰ মোৰ মৰমৰ ভাই-ভনীসকল।

অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

March 09th, 01:14 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে স্বাস্থ্য, তেল আৰু গেছ, ৰে'ল আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি লৈছে।

Telangana is the land of the brave Ramji Gond & Komaram Bheem: PM Modi

March 04th, 12:45 pm

On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana

Telangana's massive turnout during a public rally by PM Modi in Adilabad

March 04th, 12:24 pm

On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana

নবী মুম্বাইত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 12th, 08:36 pm

মুম্বাই আৰু মহাৰাষ্ট্ৰৰ লগতে বিকশিত ভাৰতৰ সংকল্পৰ বাবে আজি এক অতি ডাঙৰ তথা ঐতিহাসিক দিন। আজি মুম্বাইত উন্নয়নৰ এই উদযাপন চলি থকাৰ পাছতো সমগ্ৰ দেশে ইয়াৰ ওপৰত নজৰ দিছে৷ আজি দেশত এই বিশাল অটল সেতু, বিশ্বৰ অন্যতম বৃহৎ সাগৰীয় দলং উদ্বোধন কৰা হৈছে। ভাৰতৰ উন্নয়নৰ বাবে আমি আনকি সাগৰৰ লগত সংঘৰ্ষ কৰি ঢৌক ৰুধিক পৰা আমাৰ সংকল্পৰ এয়াও প্ৰমাণ। আজিৰ অনুষ্ঠানটোও দৃঢ়তাৰে সাফল্যৰ প্ৰমাণ।

মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত ১২,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

January 12th, 04:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত ১২,৭০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, দেশৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাইত ১৭,৮৪০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা অটল বিহাৰী বাজপেয়ী সেৱৰী-নহৱা সেৱা অটল সেতু উদ্বোধন কৰে। আজি উদ্বোধন কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ আৰু ৰে'ল সংযোগ, খোৱাপানী, ৰত্ন আৰু গহনা আৰু মহিলা সবলীকৰণৰ খণ্ডসমূহ।

আগশাৰীৰ তেল আৰু গেছ কোম্পানীৰ চিইঅ’ৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰী

October 26th, 11:24 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ আগশাৰীৰ তেল আৰু গেছ কোম্পানীৰ চিইঅ’ৰ সৈতে মত-বিনিময় কৰে। নীতি আয়োগ আৰু পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এয়া এক বাৰ্ষিক অনুষ্ঠান।

Historic decisions taken by Cabinet to boost infrastructure across sectors

June 24th, 04:09 pm

Union Cabinet chaired by PM Narendra Modi took several landmark decisions, which will go a long way providing a much needed boost to infrastructure across sectors, which are crucial in the time of pandemic. The sectors include animal husbandry, urban infrastructure and energy sector.

India-Vietnam Joint Statement during State visit of President of Vietnam to India (March 03, 2018)

March 03rd, 01:14 pm

At the invitation of H. E. Shri Ram NathKovind, President of the Republic of India, H.E. Mr. Tran Dai Quang, President of the Socialist Republic of Viet Nam, and Spouse paid a State Visit to the Republic of India from 02-04 March 2018. The President of Viet Nam was accompanied by a high-level official delegation, including Deputy Prime Minister and Foreign Minister H.E. Mr. Pham Binh Minh, leaders of many ministries, provinces and a large business delegation.

ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বিবৃতি

March 03rd, 01:13 pm

ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, শক্তি, কৃষি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগতে পৰ্যটন খণ্ডত দুয়োখন দেশৰ কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আলোকপাত কৰে। দুয়োগৰাকী নেতাই বৈশ্বিক গুৰুত্ব থকা দিশসমূহৰ সন্দৰ্ভতো আলোচনা কৰে।

PM's interaction with global oil and gas CEOs and experts

October 09th, 02:26 pm

PM held interaction with oil and gas CEOs from across the world. Flagging the potential of biomass energy, he stressed on the need to develop energy infrastructure and access to energy in Eastern India. He said that as India moved towards a cleaner and more fuel-efficient economy, its benefits must also expand horizontally to all sections of the society, and in particular to the poorest.