Serving the citizens of the country is the highest duty of a civil servant: PM
October 31st, 12:01 pm
Addressing Aarambh 2020, PM Narendra Modi said that the role of civil servants should be of minimum government and maximum governance. He urged them to take decisions in the national context, which strengthen the unity and integrity of the country. PM Modi urged the civil servants to maintain the spirit of the Constitution as they work as the steel frame of the country.সংহত বুনিয়াদী পাঠ্যক্ৰম ‘আৰম্ভ’-ৰ দ্বিতীয় তাঙৰণত ভাৰতীয় অসামৰিক সেৱাৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালা
October 31st, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ কেৱাড়িয়াৰ পৰা ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে মুচৌৰীৰ ‘এলবিএছএনএএ’-ৰ ‘ভাৰতীয় অসামৰিক সেৱা’ৰ প্ৰশিক্ষণৰত বিষয়া-বৰ্গ(অ’টি)ৰ সৈতে বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। ২০১৯ চনত প্ৰথমবাৰ বাবে আৰম্ভ কৰা ‘সংহত বুনিয়াদী পাঠ্যক্ৰম’ ‘আৰম্ভ’-ৰ এক অংশ হিচাপেই এই কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়।