মহা বিষুৱ পনা সংক্ৰান্তি আৰু ওড়িয়া নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

April 14th, 08:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা বিষুৱ পনা সংক্ৰান্তি আৰু ওড়িয়া নৱবৰ্ষৰ আনন্দময় উপলক্ষত শুভেচ্ছা জ্ঞাপন কৰিছে।

নতুন দিল্লীত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 14th, 05:29 pm

দেশৰ বিভিন্ন প্রান্তত বৰ্তমান অতি উৎসাহ-উদ্দীপনাৰে বিভিন্ন উৎসৱ আৰু পৰ্বৰ উদযাপন সমাৰোহ চলিছে। দেশৰ বিভিন্ন প্ৰান্তত ক’ৰবাত বৈশাখী, আকৌ ক’ৰবাত ব’হাগ বিহু পালন কৰা হৈছে! আজিৰ পৰাই ওড়িয়া নৱবর্ষও আৰম্ভ হৈছে, সেয়েহে ওড়িশাবাসীক মোৰ শুভেচ্ছা জনাইছো৷ আমাৰ তামিলনাডুৰ ভাই-ভনীসকলেও আজি নতুন বছৰক আদৰণি জনাইছে, মই তেওঁলোক সকলোকে ‘পুত্তাণ্ড’ৰ অজস্র শুভকামনা জনাইছো৷ তদুপৰি, দেশৰ বিভিন্ন অঞ্চলত নৱবর্ষ আৰম্ভ হৈছে, বিভিন্ন ধৰণৰ পৰ্ব উদযাপন কৰা হৈছে৷ মই সমগ্ৰ দেশবাসীক এই পৰ্ব, অনুষ্ঠান আৰু উৎসৱ উপলক্ষে বহুত বহুত শুভেচ্ছা জনাইছো, আপোনালোক সকলোকে ভগবান মহাবীৰ জয়ন্তী উপলক্ষে বহুত বহুত শুভকামনা জনাইছো৷

PM Modi inaugurates Pradhanmantri Sanghralaya in New Delhi

April 14th, 11:00 am

PM Modi inaugurated Pradhanmantri Sanghralaya in New Delhi. Addressing a gathering on the occasion, the PM said, “Every Prime Minister of the country has contributed immensely towards achieving of the goals of constitutional democracy. To remember them is to know the journey of independent India.”

PM greets people on Odia New Year and Maha Bishuba Pana Sankranti

April 14th, 09:15 am

The Prime Minister, Shri Narendra Modi has greeted the people on Odia New Year and Maha Bishuba Pana Sankranti.