উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

May 14th, 02:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে।

দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী পাৰবেশ চাহিব সিং, শ্ৰী আশীষ ছুড, চৰ্দাৰ মঞ্জিন্দৰ সিং ছিৰছা, শ্ৰী ৰবিন্দৰ ইন্দ্ৰজ সিং, শ্ৰী কপিল মিশ্ৰ আৰু শ্ৰী পংকজ কুমাৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী পাৰবেশ চাহিব সিং, শ্ৰী আশীষ ছুড, চৰ্দাৰ মঞ্জিন্দৰ সিং ছিৰছা, শ্ৰী ৰবিন্দৰ ইন্দ্ৰজ সিং, শ্ৰী কপিল মিশ্ৰ আৰু শ্ৰী পংকজ কুমাৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

February 20th, 01:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী পাৰবেশ চাহিব সিং, শ্ৰী আশীষ ছুড, চৰ্দাৰ মঞ্জিন্দৰ সিং ছিৰছা, শ্ৰী ৰবিন্দৰ ইন্দ্ৰজ সিং, শ্ৰী কপিল মিশ্ৰ আৰু শ্ৰী পংকজ কুমাৰ সিঙক অভিনন্দন জ্ঞাপন কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰীমতী ৰেখা গুপ্তাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা শ্ৰীমতী ৰেখা গুপ্তাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

February 20th, 01:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰেখা গুপ্তাক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে তেওঁ তৃণমূল পৰ্যায়ৰ পৰা আহিছে, যিগৰাকীয়ে ছাত্ৰ ৰাজনীতি, ৰাজ্যিক সংগঠন, পৌৰসভা প্ৰশাসনত সক্ৰিয়ভাৱে জড়িত হৈ বৰ্তমান বিধায়িকাৰ লগতে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক অভিনন্দন জনায়

December 05th, 08:45 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক অভিনন্দন জ্ঞাপন কৰিছে। উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত শ্ৰী একনাথ শিণ্ডে আৰু শ্ৰী অজিত পাৱাৰক অভিনন্দন জনায়। শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা সম্ভাব্য সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী হেমন্ত সোৰেনক অভিনন্দন জনায়

November 28th, 07:27 pm

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী হেমন্ত সোৰেণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জ্ঞাপন কৰে।

PM Modi conveys best wishes to Justice Sanjiv Khanna on taking oath as Chief Justice of Supreme Court of India

November 11th, 01:34 pm

The Prime Minister, Shri Narendra Modi has conveyed his best wishes to Justice Sanjiv Khanna on taking oath as Chief Justice of Supreme Court of India.

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী নায়াব সিং ছাইনীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

October 17th, 03:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী নায়াব সিং ছাইনীক অভিনন্দন জ্ঞাপন কৰে।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী ওমৰ আব্দুল্লালৈ অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

October 16th, 01:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী ওমৰ আব্দুল্লাক অভিনন্দন জ্ঞাপন কৰে।

অষ্টাদশ লোকসভাৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যৰ পাঠ

June 24th, 11:44 am

সংসদীয় গণতন্ত্ৰত আজিৰ দিনটো হৈছে এক গৌৰৱৰ দিন। স্বাধীনতাৰ পিছত এই প্ৰথমবাৰৰ বাবে আমাৰ নতুন সংসদ ভৱনত এই শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই পৰ্যন্ত এই প্ৰক্ৰিয়াটো পুৰণি সদনতে চলি আছিল। আজিৰ এই গুৰুত্বপূৰ্ণ দিনটোত মই সকলো নৱ নিৰ্বাচিত সাংসদক হৃদয়েৰে স্বাগত জনাইছোঁ, সকলোকে অভিনন্দন জনাইছোঁ আৰু সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ।

অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ভাষণ

June 24th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে।

অষ্টাদশ লোকসভাৰ সাংসদ হিচাপে প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণ কৰে

June 24th, 11:20 am

অষ্টাদশ লোকসভাৰ সাংসদ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰে।

পেমা খাণ্ডুক অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

June 13th, 01:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী পেমা খাণ্ডুক অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

Prime Minister shares a video highlighting the oath taking ceremony in Odisha

June 12th, 11:18 pm

The Prime Minister, Shri Narendra Modi has shared a video highlighting the historic oath taking ceremony in Odisha.

উৰিষ্যাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

June 12th, 09:46 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী মোহন চৰণ মাঝীক ​​অভিনন্দন জ্ঞাপন কৰে। ইফালে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদালৈও শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে নতুন অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে

June 12th, 02:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী এন চন্দ্ৰবাবু নাইডুক অভিনন্দন জ্ঞাপন কৰে।

ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী প্ৰেম সিং টামাঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

June 10th, 10:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী প্ৰেম সিং টামাঙক অভিনন্দন জ্ঞাপন কৰিছে।

তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 09th, 11:55 pm

আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়৷

Heads of States attend swearing-in ceremony of the Prime Minister and Council of Ministers

June 09th, 11:50 pm

The swearing-in ceremony of Prime Minister Shri Narendra Modi and the Council of Ministers took place in Rashtrapati Bhavan on 09 June 2024. Leaders from India’s neighbourhood and the Indian Ocean region participated in the ceremony as honoured guests.

প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে নেতাসকলৰ আগমন

June 08th, 12:24 pm

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান ৯ জুন, ২০২৪ তাৰিখে অনুষ্ঠিত হ'ব। এই উপলক্ষে ভাৰতৰ চুবুৰীয়া অঞ্চল আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ নেতাসকলক বিশিষ্ট অতিথি হিচাপে সৌহাৰ্দ্যপূৰ্ণভাৱে আমন্ত্ৰণ জনোৱা হৈছে।

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী নীতিশ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

January 28th, 06:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী নীতিশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে। তেওঁ উপ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় সিনহাকো অভিনন্দন জনায়।