প্ৰধানমন্ত্ৰীয়ে প্ৰবীণ পৰমাণু বিজ্ঞানী ড° ৰাজাগোপালা চিদাম্বৰমৰ বিয়োগত শোক প্ৰকাশ কৰে

প্ৰধানমন্ত্ৰীয়ে প্ৰবীণ পৰমাণু বিজ্ঞানী ড° ৰাজাগোপালা চিদাম্বৰমৰ বিয়োগত শোক প্ৰকাশ কৰে

January 04th, 12:46 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ পৰমাণু বিজ্ঞানী ড° ৰাজাগোপালা চিদাম্বৰমৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে ড° ৰাজাগোপালা চিদাম্বৰম ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীৰ অন্যতম মূল স্থপতি আছিল আৰু ভাৰতৰ বৈজ্ঞানিক আৰু কৌশলগত সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত যুগান্তকাৰী অৱদান আগবঢ়াইছিল।

প্ৰখ্যাত পাৰমাণৱিক পদাৰ্থ বিজ্ঞানী শ্ৰী বিকাশ সিনহাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্ৰখ্যাত পাৰমাণৱিক পদাৰ্থ বিজ্ঞানী শ্ৰী বিকাশ সিনহাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

August 11th, 08:43 pm

প্ৰখ্যাত পাৰমাণৱিক পদাৰ্থ বিজ্ঞানী শ্ৰী বিকাশ সিনহাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।