গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণকাৰী এনচিচি আৰু এনএছএছ কেডেটসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
January 25th, 03:30 pm
ছাৰ, আজি আপোনাক দেখাৰ পিছত মোৰ সপোন বাস্তৱায়িত হ’লপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে
January 25th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি (২৪ জানুৱাৰী, ২০২৫) লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’বলগীয়া এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে। বাৰ্তালাপৰ সময়ত, বহু অংশগ্ৰহণকাৰীয়ে প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ হোৱাত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে, ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ই ভাৰতীয় গণতন্ত্ৰৰ শক্তি প্ৰকাশ কৰে।”PM Modi interacts with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists
January 24th, 08:08 pm
PM Modi interacted with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists who would be a part of the upcoming Republic Day parade at his residence at Lok Kalyan Marg earlier today. The interaction was followed by vibrant cultural performances showcasing the rich culture and persity of India. He also engaged in an informal, freewheeling one-on-one interaction with the participants.এনপিডিআৰআৰ আৰু সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ-২০২৩ৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 10th, 09:43 pm
সৰ্বপ্ৰথমে মই দুৰ্যোগ প্ৰতিৰোধ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো বন্ধুক অভিনন্দন জনাইছো। কিয়নো কাম এনেকুৱাই যে আপোনালোকে বহুবাৰ নিজৰ জীৱন সংকটত পেলায়ো আনৰ জীৱন বচাবলৈ বহুত চমকপ্ৰদ কাম কৰিছে। শেহতীয়াকৈ তুৰ্কী আৰু ছিৰিয়াত ভাৰতীয় দলৰ প্ৰয়াস সমগ্ৰ পৃথিৱীয়ে প্ৰশংসা কৰিছে আৰু এই কথা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। উদ্ধাৰ আৰু সাহায্যৰে জড়িত মানৱ সম্পদ আৰু প্ৰযুক্তিগত সক্ষমতাক ভাৰতে যেনেদৰে বঢ়াইছে, সেয়া দেশতো বেলেগ বেলেগ দুৰ্যোগৰ সময়ত বহুত লোকৰ জীৱন বচোৱাত সহায়ক হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত প্ৰণালী শক্তিশালী হওক, ইয়াৰ বাবে উৎসাহিত হওক, আৰু দেশজুৰি এক সঠিক প্ৰতিযোগিতাৰ বাতাবৰণ হওক এই কামৰ বাবে এক বিশেষ পুৰস্কাৰো ঘোষণা কৰা হৈছে। আজি ইয়াত দুটা সংস্থাক নেতাজী সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ দিয়া হৈছে। ওডিশা ষ্টেট ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে চাইক্লনৰ পৰা আৰম্ভ কৰি ছুনামিলৈকে, বিভিন্ন দুৰ্যোগৰ সময়ত উৎকৃষ্ট কাম কৰি আছে। এনেকৈ মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে হাবিত লগা জুই নুমুৱাবলৈ অক্লান্ত পৰিশ্ৰম কৰে, সমগ্ৰ অঞ্চলটোক বচায় আৰু জুই বিয়পাত বাধা দিয়ে। মই এই সংস্থাত কাম কৰা সকলো বন্ধুক বহুত বহুত অভিনন্দন জনাইছো।দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চৰ তৃতীয় পৰ্ব উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 10th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ(এনপিডিআৰআৰ)ৰ তৃতীয় পৰ্ব উদ্বোধন কৰে৷ এই মঞ্চৰ তৃতীয় পৰ্বৰ মুল বিষয়বস্তু হৈছে পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা’৷নতুন দিল্লীত এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 25th, 06:40 pm
কেন্দ্ৰীয় কেবিনেটৰ মোৰ জ্যেষ্ঠ সহকৰ্মীসকল, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, এনচিচিৰ সঞ্চালক প্ৰধান, শিক্ষক, অতিথি, মোৰ মন্ত্ৰী পৰিষদৰ আন সকলো সহকৰ্মী, অন্যান্য অতিথি, গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা বিভিন্ন শিল্পী, এনচিচি আৰু এনএছএছৰ মোৰ যুৱ সতীৰ্থসকল!প্ৰধানমন্ত্ৰীয়ে এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে
January 25th, 04:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পোছাক পৰিধান কৰা অসংখ্য শিশু প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ আহিছে। জয় হিন্দৰ মন্ত্ৰই সকলোকে অনুপ্ৰাণিত কৰে, প্ৰধানমন্ত্ৰীয়ে কয়।পুনেৰ ছিম্বায়চিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
March 06th, 05:17 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশিয়াৰীজী, শ্ৰীমান দেৱেন্দ্ৰ ফাড়নাৱিছজী, শ্ৰীমান সুভাষ দেশাইজী, এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি অধ্যাপক এছ.বি মজুমদাৰজী, মুখ্য সঞ্চালক ড০ বিদ্যা য়েৰবেদেকাৰ জী, সকলো শিক্ষক সদস্য, বিশিষ্ট অতিথি আৰু মোৰ যুৱ বন্ধুসকল!প্ৰধানমন্ত্ৰীয়ে পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উদ্বোধন কৰে
March 06th, 01:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ সহজীৱী আৰোগ্য ধামৰো উদ্বোধন কৰিছিল। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যৰীও উপস্থিত আছিল।No power can stop the country whose youth is moving ahead with the resolve of Nation First: PM Modi
January 28th, 01:37 pm
Prime Minister Narendra Modi addressed the National Cadet Corps Rally at Cariappa Ground in New Delhi. The PM talked about the steps being taken to strengthen the NCC in the country in a period when the country is moving forward with new resolutions. He elaborated on the steps being taken to open the doors of the defence establishments for girls and women.কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন প্ৰধানমন্ত্ৰীৰ
January 28th, 01:36 pm
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন, এনচিচি বাহিনীৰদ্বাৰা মাৰ্চ পাষ্ট আৰু লগতে এনচিচিৰ কেডেটসকলে প্ৰদৰ্শন কৰা সেনাৰ কাৰ্য্যকলাপ, স্লিটাৰিং, মাইক্ৰ'লাইট ফ্লায়িং, পেৰাছেইলিং তথা সাংস্কৃতিক কাৰ্য্যসূচী প্ৰত্যক্ষ কৰে। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীগৰাকীৰপৰা পদক আৰু বেটনো লাভ কৰে।PM’s remarks at review meeting with districts having low vaccination coverage
November 03rd, 01:49 pm
ইটালী আৰু গ্লাছগ’ৰ ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পিচতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম হাৰত টীকাকৰণ হোৱা দেশৰ জিলাসমূহৰে এক পৰ্যলোচনা সভাত মিলিত হয়। এই সভাত ক’ভিড-ৰ প্ৰথম পালি প্ৰতিষেধকৰ ক্ষেত্ৰত ৫০%তকৈ কম আৰু দ্বিতীয় পালি প্ৰতিষেধকৰ ক্ষেত্ৰত কম হাৰত টীকাকৰণ সম্পন্ন হোৱা জিলাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। সভাত প্ৰধানমন্ত্ৰীয়ে কম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰে।কম হাৰত টীকাকৰণ হোৱা জিলাসমূহৰে পৰ্যালোচনা সভাত মিলিত হ’ল প্ৰধানমন্ত্ৰী
November 03rd, 01:30 pm
ইটালী আৰু গ্লাছগ’ৰ ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পিচতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম হাৰত টীকাকৰণ হোৱা দেশৰ জিলাসমূহৰে এক পৰ্যলোচনা সভাত মিলিত হয়। এই সভাত ক’ভিড-ৰ প্ৰথম পালি প্ৰতিষেধকৰ ক্ষেত্ৰত ৫০%তকৈ কম আৰু দ্বিতীয় পালি প্ৰতিষেধকৰ ক্ষেত্ৰত কম হাৰত টীকাকৰণ সম্পন্ন হোৱা জিলাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। সভাত প্ৰধানমন্ত্ৰীয়ে কম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰে।How can one become a ‘Covid Warrior’? Know more here…
April 26th, 07:43 pm
During Mann Ki Baat, Prime Minister Modi expressed deepest respect, for the sentiment displayed by 130 crore Indians in the fight against COVID-19 pandemic. PM Modi said that to facilitate the selfless endeavour of people towards our country, the government has come up with a digital platform - covidwarriors.gov.in.Take part in ‘Janata Curfew’ and add strength to the fight against Coronavirus
March 20th, 10:02 am
Addressing the nation, PM Narendra Modi made an appeal to people across India. He urged all countrymen to follow ‘Janata Curfew’ on Sunday, 22nd March, from 7 AM to 9 PM.Urge citizens to observe 'Janta Curfew' on 22nd March: PM Modi
March 19th, 08:02 pm
Addressing the nation on Coronavirus, PM Modi said the entire world is going through a deep crisis. PM Modi urged citizens to exercise restraint by staying at home and not stepping out as much as possible during the Coronavirus pandemic. Social distancing measures are very important at this time, he said. PM Modi urged all citizens to follow 'Janta Curfew' on 22nd March, from 7 AM to 9 PM.PM addresses nation on combating COVID-19
March 19th, 08:01 pm
Addressing the nation on Coronavirus, PM Modi said the entire world is going through a deep crisis. PM Modi urged citizens to exercise restraint by staying at home and not stepping out as much as possible during the Coronavirus pandemic. Social distancing measures are very important at this time, he said. PM Modi urged all citizens to follow 'Janta Curfew' on 22nd March, from 7 AM to 9 PM.৭১সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত সন্মিলিত তথা অনুষ্ঠান প্ৰদৰ্শন কৰিবলগীয়া জনজাতীয় অতিথিবৰ্গ, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক আৰু বিভিন্ন বেশভুষা পৰিহিত শিল্পীসকলক উদ্দেশ্যি ‘এট হোম’ শীৰ্ষক অনুষ্ঠানত আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 24th, 04:19 pm
ইয়াত আপোনালোক যিমান সংখ্যক লোক একত্ৰিত হৈছে, ইয়াৰ দ্বাৰা যেন এখন ক্ষুদ্ৰ ভাৰতক প্ৰদৰ্শিত কৰিছে৷ ভাৰত প্ৰকৃতাৰ্থত কি, সেয়া আমাৰ দেশ আৰু সমগ্ৰ বিশ্বই আপোনালোকৰ জৰিয়তে বুজি উঠে৷৭১তম গণৰাজ্য দিৱসৰ পেৰেডত প্ৰদৰ্শন কৰিবলৈ ওলোৱা আদিবাসী অতিথি, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু বিভিন্ন বেশভূষা পৰিহিত শিল্পীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
January 24th, 04:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এট হোম অনুষ্ঠানত ৭১তম গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলৈ অহা ১৭৩০ গৰাকী আদিবাসী শিল্পী, এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱী আৰু বিভিন্ন বেশভূষা পৰিহিত শিল্পীসকলৰ সৈতে বাৰ্তালাপ কৰে৷ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলৰ সৈতে মতবিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
January 23rd, 04:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ী ৪৯গৰাকী শিশুৰ সৈতে মতবিনিময় কৰিব৷