প্ৰধানমন্ত্ৰীয়ে ১৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ শুভাৰম্ভ কৰিব

September 16th, 06:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰ, ২০২২ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত সন্ধিয়া ৫:৩০ বজাত ৰাষ্ট্ৰীয় লজিষ্টিক নীতি (এনএলপি) আৰম্ভ কৰিব।