ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে এইচডিডি পদ্ধতিৰে ২৪ ইঞ্চি ব্যাসাৰ্ধৰ প্ৰাকৃতিক গেছ পাইপলাইন নিৰ্মাণ কৰি বৃহৎ মাইলৰ খুঁটি স্থাপন কৰাৰ বাবে নৰ্থইষ্ট গেছ গ্ৰিডৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
April 26th, 02:53 pm
নদী অতিক্ৰমি এছিয়াৰ দীৰ্ঘতম আৰু বিশ্বৰ দ্বিতীয় দীৰ্ঘতম হাইড্ৰকাৰ্বন কাৰ্বন পাইপলাইনেৰে অভিলেখ ৰচনা কৰা বুলি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;অসমৰ কোকৰাঝাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 07th, 12:46 pm
মঞ্চত বিৰাজমান অসমৰ ৰাজ্যপাল, সংসদৰ মোৰ সহযোগী, বিভিন্ন পৰিষদ আৰু সংগঠনৰ সৈতে জড়িত নেতাগণ৷ ইয়াত উপস্থিত এনডিএফবিৰ বিভিন্ন গোটৰ সদস্যগণ, ইয়ালৈ অহা সন্মানীয় মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত তথা আমাক আশীৰ্বাদ দিবলৈ অহা মোৰ মৰমৰ ভাই আৰু ভনীসকল৷অসমত কোকৰাঝাৰত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত উপস্থিত প্ৰধানমন্ত্ৰী
February 07th, 12:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কোকৰাঝাৰত বড়ো চুক্তি সম্পাদনৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি উগ্ৰবাদীসকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণৰ জৰিয়তে হিংসাৰ পথ পৰিহাৰ কৰি বড়ো কেডাৰসকলৰ দৰে মুলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়৷ ২৭ জানুৱাৰী ২০২০ তাৰিখে এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ৷Address by the President of India Shri Ram Nath Kovind to the joint sitting of Two Houses of Parliament
January 31st, 01:59 pm
In his remarks ahead of the Budget Session of Parliament, PM Modi said, Let this session focus upon maximum possible economic issues and the way by which India can take advantage of the global economic scenario.N Chandrababu Naidu promised sunrise for the state of Andhra Pradesh. But he seems interested only in rise of his son: PM Modi
February 10th, 01:13 pm
At the public meeting in Andhra Pradesh’s Guntur, PM Narendra Modi said that Amravati in Guntur had been a centre of India's faith and spirituality since ages and now it was becoming a centre of energy of a new Andhra Pradesh and New India. “The central government has also selected Amravati under HRIDAY scheme, so that the heritage sites here can be conserved and developed”, the PM added.PM Modi addresses public meeting in Andhra Pradesh’s Guntur
February 10th, 01:12 pm
At the public meeting in Andhra Pradesh’s Guntur, PM Narendra Modi said that Amravati in Guntur had been a centre of India's faith and spirituality since ages and now it was becoming a centre of energy of a new Andhra Pradesh and New India. “The central government has also selected Amravati under HRIDAY scheme, so that the heritage sites here can be conserved and developed”, the PM added.Previous government had made corruption a state of normalcy but we are uprooting this menace from the society: PM in Assam
February 09th, 01:44 pm
Prime Minister Narendra Modi addressed a huge public meeting in Amingaon, Assam today. Addressing the huge crowd of supporters, PM Modi said, “My government stands totally committed towards the welfare and progress of the Assamese people. We will ensure that the rights of the people and tribes of Assam are always protected.”অসম তেল আৰু প্ৰাকৃতিক গেছৰ কেন্দ্ৰলৈ পৰিণত হ’বঃ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ গুৱাহাটী ভ্ৰমণ
February 09th, 01:43 pm
উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, সম্পদ আৰু ভাষা ৰক্ষাৰ বাবে এনডিএ চৰকাৰে সম্পূৰ্ণৰূপে দায়বদ্ধঃ প্ৰধানমন্ত্ৰী