ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দুটা নতুন গ্ৰাহক কেন্দ্ৰিক তৎপৰতাৰ শুভাৰাম্ভণিত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 11:01 am
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।‘আৰবিআই’-ৰ দুটা গ্ৰাহককেন্দ্ৰিক উদ্ভাৱনশীল পদক্ষেপৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 12th, 11:00 am
‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।বিত্তীয় সেৱা খণ্ডৰ বাজেট প্ৰস্তাৱসমূহৰ ৰূপায়ণ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 26th, 12:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ প্ৰধানমন্ত্ৰীয়ে ৱেবিনাৰ সম্বোধন কৰে
February 26th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।2% Interest Subvention approved on prompt repayment of Shishu Loans under Pradhan Mantri MUDRA Yojana for a period of 12 months
June 24th, 04:02 pm
Union Cabinet chaired by PM Narendra Modi approved a scheme for interest subvention of 2% for a period of 12 months, to all Shishu loan accounts under Pradhan Mantri Mudra Yojana (PMMY) to eligible borrowers. The scheme will help small businesses brace the disruption caused due to COVID-19.Congress always puts one family first and the nation’s welfare secondary: PM Modi
November 18th, 11:58 am
Prime Minister Narendra Modi today addressed a public meeting in Mahasamund, Chhattisgarh . The public meeting saw a large presence of supporters waiting to hear from the PM. Prime Minister Modi began his address by hitting out at the Congress saying, “For ten years, the Centre was ruled by a ‘remote-control’ government which never paid attention to Chhattisgarh.PM Modi addresses huge public meeting in Mahasamund, Chhattisgarh
November 18th, 11:57 am
Prime Minister Narendra Modi today addressed a public meeting in Mahasamund, Chhattisgarh . The public meeting saw a large presence of supporters waiting to hear from the PM. Prime Minister Modi began his address by hitting out at the Congress saying, “For ten years, the Centre was ruled by a ‘remote-control’ government which never paid attention to Chhattisgarh.এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছেঃ লোকসভাত প্ৰধানমন্ত্ৰী মোদী
February 07th, 01:41 pm
আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছে। প্ৰকল্পসমূহ কেৱল ভালদৰে ভাৱি উলিওৱাই নহয়, সময়মতে ৰূপায়িতও কৰা হৈছে।”লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণক লৈ হোৱা বিতৰ্কৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ মন্তব্য
February 07th, 01:40 pm
আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “এন ডি এ চৰকাৰে দেশৰ কৰ্মসংস্কৃতি সলনি কৰিছে। প্ৰকল্পসমূহ কেৱল ভালদৰে ভাৱি উলিওৱাই নহয়, সময়মতে ৰূপায়িতও কৰা হৈছে।”