In a democracy like India, people of the country should be prioritized over ‘Familial Dynastic Politics’: PM Modi

October 03rd, 10:39 pm

Addressing a public meeting in Nizamabad in Telangana, Prime Minister Modi said that he is happy to have presented the state with various developmental projects worth Rs. 8,000 crores. “The BJP government at the Centre had given money to the BRS-led government here for the development of Telangana but unfortunately, BRS indulged in looting the money sent for the welfare of the state,” he said while slamming the state government.

PM Modi addresses a public meeting in Nizamabad, Telangana

October 03rd, 04:18 pm

Addressing a public meeting in Nizamabad in Telangana, Prime Minister Modi said that he is happy to have presented the state with various developmental projects worth Rs. 8,000 crores. “The BJP government at the Centre had given money to the BRS-led government here for the development of Telangana but unfortunately, BRS indulged in looting the money sent for the welfare of the state,” he said while slamming the state government.

তেলেংগানাৰ নিজামাবাদত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

October 03rd, 04:09 pm

যিকোনো দেশ আৰু ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্যখন বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত যিমান পাৰি স্বাৱলম্বী হোৱাটো অতি প্ৰয়োজনীয়। যেতিয়া ৰাজ্যত বিদ্যুতৰ প্ৰচুৰতা থাকে তেতিয়া ব্যৱসায় কৰাত সহজ আৰু জীৱন-যাপনৰ সৰলতা উন্নত হয়। মসৃণ বিদ্যুৎ যোগানে ৰাজ্যৰ ঔদ্যোগিক বিকাশকো ত্বৰান্বিত কৰে। আজি পেড্ডাপল্লী জিলাত এন টি পি চিৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ প্ৰথমটো ইউনিট উদ্বোধন কৰা হৈছে। অতি সোনকালে ইয়াৰ দ্বিতীয় ইউনিটটোও আৰম্ভ হ’ব। এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’লে এই উদ্যোগটোৰ স্থাপন ক্ষমতা ৪০০০ মেগাৱাট হ’ব। মই সুখী যে দেশৰ এন টি পি চিৰ সকলো বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত এইটোৱেই আটাইতকৈ আধুনিক। এই উদ্যোগটোত উৎপাদিত বিদ্যুতৰ বৃহৎ অংশ লাভ কৰিব তেলেংগানাৰ জনসাধাৰণে। আমাৰ চৰকাৰে যি প্ৰকল্প আৰম্ভ কৰে, সেই প্ৰকল্প সম্পূৰ্ণও কৰে। মনত আছে, ২০১৬ চনৰ আগষ্ট মাহত মই এই প্ৰকল্পৰ ভেটি স্থাপন কৰিছিলো। এতিয়া আজি মই ইয়াক উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিছো। এয়া আমাৰ চৰকাৰৰ নতুন কৰ্ম সংস্কৃতি।

তেলেংগানাৰ নিজামাবাদত প্ৰায় ৮,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

October 03rd, 04:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ নিজামাবাদত শক্তি, ৰে’ল আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত ৮,০০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত এনটিপিচিৰ তেলেংগানা ছুপাৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ ৮০০ মেগাৱাট ইউনিট দেশবাসীৰ নামত উচৰ্গা, মনোহাৰাবাদ আৰু ছিদ্দিপেট সংযোগী নতুন ৰে’লৱে লাইনকে ধৰি একাধিক ৰে’লৱে প্ৰকল্প; আৰু ধৰ্মাবাদ-মনোহৰাবাদ আৰু মেহবুবনগৰ-কুৰ্ণুলৰ মাজত ৰে’ললাইনৰ বিদ্যুতীকৰণ প্ৰকল্প আদি উল্লেখযোগ্য। তেওঁ প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৰাজ্যজুৰি ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে ছিদ্দিপেট- ছেকেন্দৰাবাদ- ছিদ্দিপেট ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে।

Congress and TRS are playing a friendly match in Telangana: PM Modi

November 27th, 12:08 pm

Prime Minister Narendra Modi today addressed two major public meetings in Nizamabad and Mahabubnagar in Telangana. The rallies saw PM Modi thanking the BJP supporters across all the election-bound states for their faith and support for his government.

TRS same as Congress: PM Modi in Telangana

November 27th, 12:00 pm