Our youth, imbued with the spirit of nation-building, are moving ahead towards the goal of Viksit Bharat by 2047: PM Modi in Nagpur

Our youth, imbued with the spirit of nation-building, are moving ahead towards the goal of Viksit Bharat by 2047: PM Modi in Nagpur

March 30th, 11:53 am

PM Modi laid the foundation stone of Madhav Netralaya Premium Centre in Nagpur, emphasizing its role in quality eye care. He highlighted India’s healthcare strides, including Ayushman Bharat, Jan Aushadhi Kendras and AIIMS expansion. He also paid tribute to Dr. Hedgewar and Pujya Guruji, acknowledging their impact on India’s cultural and social consciousness.

PM Modi lays foundation stone of Madhav Netralaya Premium Centre in Nagpur, Maharashtra

PM Modi lays foundation stone of Madhav Netralaya Premium Centre in Nagpur, Maharashtra

March 30th, 11:52 am

PM Modi laid the foundation stone of Madhav Netralaya Premium Centre in Nagpur, emphasizing its role in quality eye care. He highlighted India’s healthcare strides, including Ayushman Bharat, Jan Aushadhi Kendras and AIIMS expansion. He also paid tribute to Dr. Hedgewar and Pujya Guruji, acknowledging their impact on India’s cultural and social consciousness.

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 12th, 06:07 am

১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।

মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 11th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।

Netaji Subhas Chandra Bose's legacy will continue to inspire us in building a Viksit Bharat: PM Modi

January 23rd, 11:30 am

PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.

Prime Minister Shri Narendra Modi’s address on Parakram Diwas

January 23rd, 11:25 am

PM Modi addressed the nation on Parakram Diwas, paying tribute to Netaji Subhas Chandra Bose. He emphasized Netaji’s legacy of unity, sacrifice, and determination, urging everyone to step out of their comfort zones to achieve a Viksit Bharat. He highlighted the global opportunities for India and the need to stay united and vigilant against pisive forces.

People are regarding BJP's ‘Sankalp Patra’ as Modi Ki Guarantee card: PM Modi in Tirunelveli

April 15th, 04:33 pm

Prime Minister Narendra Modi graced a public meeting ahead of the Lok Sabha Elections, 2024 in Tirunelveli, Tamil Nadu. The audience welcomed the PM with love and adoration. Manifesting a third term, PM Modi exemplified his vision for Tamil Nadu and the entire nation as a whole.

PM Modi holds a public meeting in Tirunelveli, Tamil Nadu

April 15th, 04:23 pm

Prime Minister Narendra Modi graced a public meeting ahead of the Lok Sabha Elections, 2024 in Tirunelveli, Tamil Nadu. The audience welcomed the PM with love and adoration. Manifesting a third term, PM Modi exemplified his vision for Tamil Nadu and the entire nation as a whole.

‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 08th, 01:00 pm

হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।

শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 08th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

লালকিল্লাত পৰাক্ৰম দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 23rd, 06:31 pm

মোৰ কেবিনেট সহকৰ্মী কিষাণ ৰেড্ডীজী, অৰ্জুন ৰাম মেঘৱালজী, মীনাক্ষী লেখীজী, অজয় ভাটজী, ব্ৰিগেডিয়াৰ আৰ এছ চিকাৰাজী, আইএনএৰ প্ৰাক্তন লেফটেনেণ্ট আৰ মাধৱনজী, আৰু মোৰ মৰমৰ দেশবাসী!

PM addresses program marking Parakram Diwas celebrations at Red Fort, Delhi

January 23rd, 06:30 pm

Prime Minister Narendra Modi participated in Parakram Diwas celebrations at the Red Fort in Delhi. Addressing the gathering, the Prime Minister conveyed his best wishes on the occasion of Parakram Diwas which is celebrated on Netaji Subhas Chandra Bose’s birth anniversary. He said that Red Fort which was once a witness to the bravery and valor of Azad Hind Fauj has once again been brimming with new energy. “The last few days of January are inspirational to India’s belief, cultural consciousness, democracy and patriotism,” the Prime Minister said as he conveyed his best wishes.

অযোধ্যাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

December 30th, 02:15 pm

অযোধ্যাজীৰ সকলো ৰাইজক মোৰ প্ৰণাম! আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ। এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উত্তেজনা আৰু উৎসাহ অতি স্বাভাৱিক। মই ভাৰতৰ মাটিৰ প্ৰতিটো কণা আৰু ভাৰতবাসীৰ উপাসক আৰু আপোনালোকৰ দৰেই মইও সমানেই আগ্ৰহী। আমাৰ সকলোৰে এই উৎসাহ আৰু উত্তেজনা অলপ সময়ৰ আগতে অযোধ্যাজীৰ ৰাজপথত সম্পূৰ্ণৰূপে দেখা গৈছিল। এনে লাগিছিল যেন গোটেই অযোধ্যা চহৰখন ৰাজপথলৈ ওলাই আহিল। এই মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ লগত কওক - সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়।

১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

December 30th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধামত ১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰকল্পৰ সৈতে জড়িত প্ৰায় ৪৬০০ কোটি টকাৰ প্ৰকল্প আছে।

এনপিডিআৰআৰ আৰু সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ-২০২৩ৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 10th, 09:43 pm

সৰ্বপ্ৰথমে মই দুৰ্যোগ প্ৰতিৰোধ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো বন্ধুক অভিনন্দন জনাইছো। কিয়নো কাম এনেকুৱাই যে আপোনালোকে বহুবাৰ নিজৰ জীৱন সংকটত পেলায়ো আনৰ জীৱন বচাবলৈ বহুত চমকপ্ৰদ কাম কৰিছে। শেহতীয়াকৈ তুৰ্কী আৰু ছিৰিয়াত ভাৰতীয় দলৰ প্ৰয়াস সমগ্ৰ পৃথিৱীয়ে প্ৰশংসা কৰিছে আৰু এই কথা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। উদ্ধাৰ আৰু সাহায্যৰে জড়িত মানৱ সম্পদ আৰু প্ৰযুক্তিগত সক্ষমতাক ভাৰতে যেনেদৰে বঢ়াইছে, সেয়া দেশতো বেলেগ বেলেগ দুৰ্যোগৰ সময়ত বহুত লোকৰ জীৱন বচোৱাত সহায়ক হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত প্ৰণালী শক্তিশালী হওক, ইয়াৰ বাবে উৎসাহিত হওক, আৰু দেশজুৰি এক সঠিক প্ৰতিযোগিতাৰ বাতাবৰণ হওক এই কামৰ বাবে এক বিশেষ পুৰস্কাৰো ঘোষণা কৰা হৈছে। আজি ইয়াত দুটা সংস্থাক নেতাজী সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ দিয়া হৈছে। ওডিশা ষ্টেট ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে চাইক্লনৰ পৰা আৰম্ভ কৰি ছুনামিলৈকে, বিভিন্ন দুৰ্যোগৰ সময়ত উৎকৃষ্ট কাম কৰি আছে। এনেকৈ মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে হাবিত লগা জুই নুমুৱাবলৈ অক্লান্ত পৰিশ্ৰম কৰে, সমগ্ৰ অঞ্চলটোক বচায় আৰু জুই বিয়পাত বাধা দিয়ে। মই এই সংস্থাত কাম কৰা সকলো বন্ধুক বহুত বহুত অভিনন্দন জনাইছো।

দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চৰ তৃতীয় পৰ্ব উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 10th, 04:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ(এনপিডিআৰআৰ)ৰ তৃতীয় পৰ্ব উদ্বোধন কৰে৷ এই মঞ্চৰ তৃতীয় পৰ্বৰ মুল বিষয়বস্তু হৈছে পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা’৷

২৬.০২.২০২৩ তাৰিখে 'মন কী বাত'ৰ ৯৮ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

February 26th, 11:00 am

বন্ধুসকল, আজি এই উপলক্ষে লতা মংগেশকাৰ জী, লতা দিদিক স্মৰণ কৰাটো মোৰ বাবে অতি স্বাভাৱিক। কিয়নো যিদিনা এই প্ৰতিযোগিতা আৰম্ভ হৈছিল, লতা দিদিয়ে টুইট কৰি দেশবাসীক আহ্বান জনাইছিল যে তেওঁলোকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰাটো আৱশ্যক।

নতুন দিল্লীত ‘কৰ্তব্য পথ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

September 08th, 10:41 pm

আজিৰ এই ঐতিহাসিক কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি আছে, সকলো দেশবাসীয়েই এই মুহূৰ্তত এই কাৰ্যক্ৰমেৰে জড়িত হৈছে। মই এই মুহূৰ্তটোৰ সাক্ষী হোৱা সকলো দেশবাসীক আন্তৰিকতাৰে স্বাগত জনাইছো, অভিনন্দন জনাইছো। এই ঐতিহাসিক ক্ষণত মোৰ সৈতে মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী, শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুনৰাম মেঘৱাল জী, শ্ৰীমতী মীনাক্ষী লেখী জী, শ্ৰী কৌশল কিশোৰ জী, আজি মোৰ সৈতে মঞ্চত উপস্থিত আছে। দেশৰ অনেক গণ্যমান্য ব্যক্তিসকলো আজি ইয়াত উপস্থিত আছে।

PM inaugurates 'Kartavya Path' and unveils the statue of Netaji Subhas Chandra Bose at India Gate

September 08th, 07:00 pm

PM Modi inaugurated Kartavya Path and unveiled the statue of Netaji Subhas Chandra Bose. Kingsway i.e. Rajpath, the symbol of colonialism, has become a matter of history from today and has been erased forever. Today a new history has been created in the form of Kartavya Path, he said.

PM receives sculpture of Netaji ji Subhas Chandra Bose

April 05th, 02:40 pm

The Prime Minister, Shri Narendra Modi today received a sculpture of Netaji Subhas Chandra Bose from the artist Arun Yogiraj