নেপালৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি
June 01st, 12:00 pm
প্ৰথমে প্ৰধানমন্ত্ৰী প্ৰচন্দ জী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছো। মোৰ মনত আছে, যে ৯ বছৰ আগতে ২০১৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ তিনিমাহৰ ভিতৰতে মই প্ৰথমবাৰৰ বাবে নেপাল ভ্ৰমণ কৰিছিলো। সেই সময়ত মই ভাৰত-নেপাল সম্পৰ্ক, HIT- Highways, I-ways, আৰু Trans-ways ৰ বাবে HIT সূত্ৰ এটা দিছিলোঁ। মই কৈছিলোঁ যে আমি ভাৰত আৰু নেপালৰ মাজত এনে সংযোগ স্থাপন কৰিম যাতে আমাৰ সীমান্ত আমাৰ মাজত বাধা হৈ নাযায়। ট্ৰাকৰ সলনি পাইপলাইনৰ জৰিয়তে তেল ৰপ্তানি কৰিব লাগে। ভাগ কৰা নদীৰ ওপৰেৰে দলং নিৰ্মাণ কৰিব লাগে। নেপালৰ পৰা ভাৰতলৈ বিদ্যুৎ ৰপ্তানিৰ সুবিধা সৃষ্টি কৰিব লাগে।কাঠমাণ্ডুত পশুপতিনাথ ধৰমশালা উদ্বোধন প্ৰধানমন্ত্ৰীৰ
August 31st, 05:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী কে.পি অ’লীৰ সৈতে যুটীয়াভাৱে কাঠমাণ্ডুত পশুপতিনাথ ধৰমশালা উদ্বোধন কৰে৷Nepal-India Maitri Pashupati Dharmshala will further enhance ties between our countries: PM Modi
August 31st, 05:45 pm
PM Narendra Modi and PM KP Oli jointly inaugurated Nepal-Bharat Maitri Pashupati Dharmashala in Kathmandu. Addressing a gathering at the event, PM Narendra Modi highlighted the strong cultural and civilizational ties existing between both the countries.PM Modi arrives in Kathmandu, Nepal for 4th BIMSTEC Summit
August 30th, 09:30 am
PM Narendra Modi arrived in Kathmandu where he will take part in the 4th BIMSTEC Summit. The Summit focuses on the theme ‘Towards a Peaceful, Prosperous and Sustainable Bay of Bengal Region.’ On the sidelines of the Summit, the PM will hold talks with several world leaders. PM Modi will meet PM KP Sharma Oli and review India-Nepal bilateral relations. PM Modi and PM Oli will also inaugurate the Nepal-Bharat Maitri Dharamshala at the Pashupatinath Temple Complex.নেপাল ভ্ৰমণলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
August 29th, 07:08 pm
“চতুৰ্থ বিমষ্টেক সন্মিলনত অংশ লোৱাৰ বাবে দুদিনীয়া ভ্ৰমণসূচীৰে মই ৩০-৩১ আগষ্টত কাঠমাণ্ডুত থাকিম৷