হৰ্ণবিল মহোৎসৱৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নাগালেণ্ডবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

হৰ্ণবিল মহোৎসৱৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নাগালেণ্ডবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

December 05th, 11:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ্ণবিল মহোৎসৱৰ ২৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নাগালেণ্ডবাসীক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষমতাৰ ক্ষেত্ৰত মহোৎসৱৰ গুৰুত্বৰ ওপৰতো শুভেচ্ছা প্ৰকাশ কৰাৰ লগতে আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কেইবছৰমান পূৰ্বে এই মহোৎসৱ দৰ্শন কৰা মোৰ ভাল লগা স্মৃতিবোৰ স্মৰণ কৰি আনকো এই উৎসৱ দৰ্শন কৰিবলৈ আৰু নগা সংস্কৃতিৰ সজীৱতা অনুভৱ কৰিবলৈ আহ্বান জনায়।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

August 09th, 02:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেফিউ ৰিঅ’ৰ সৈতে মিলিত হয়।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাত্

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাত্

December 19th, 02:17 pm

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ'ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক

March 13th, 06:33 pm

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী নেইফিউ ৰিঅ'ই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে মুখ্য খণ্ডসমূহত উন্নয়নমূলক কামৰ বাবে নাগালেণ্ডৰ জনসাধাৰণক অভিনন্দন জনায়

January 07th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কানেক্টিভিটী, শিক্ষা, পৰ্যটন আৰু শক্তিৰ দৰে মুখ্য খণ্ডসমূহক সামৰি লোৱা উন্নয়নমূলক কামৰ বাবে নাগালেণ্ডৰ জনসাধাৰণক অভিনন্দন জনাইছে।