পেৰিছ অলিম্পিকত ৰূপৰ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনাইছে
August 09th, 08:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ পেৰিছত চলি থকা অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছত পুৰুষৰ জেভলিন ইভেণ্টত নীৰজ চোপ্ৰাই একেৰাহে দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰাত অভিনন্দন জনায়
October 04th, 08:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত পুৰুষৰ জেভলিন ইভেণ্টত একেৰাহে দ্বিতীয়বাৰৰ বাবে সোণৰ পদক লাভ কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে।PM congratulates Neeraj Chopra for winning the Gold at the World Athletics Championships
August 28th, 07:49 am
The Prime Minister, Shri Narendra Modi has congratulated Neeraj Chopra for winning the Gold at the World Athletics Championships.ল’জান ডাইমণ্ড লীগ ২০২৩ত জয়ৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 01st, 02:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ল’জান ডাইমণ্ড লীগ ২০২৩ত জয়ৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে।দোহা ডাইমণ্ড লীগত প্ৰথম স্থান লাভ কৰা নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 06th, 10:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰজ চোপ্ৰাক দোহা ডাইমণ্ড লীগত প্ৰথম স্থান লাভৰ বাবে অভিনন্দন জনাইছে।ডায়মণ্ড লীগ ট্ৰফী বিজয়ৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
September 09th, 02:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মানীয় ডায়মণ্ড লীগ ট্ৰফী জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ ইতিহাস ৰচনা কৰা নীৰজ চোপ্ৰাক অভিনন্দন জনায়।পুৰুষৰ জেভেলিনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰা নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 24th, 09:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ জেভেলিনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে৷২৬.০৬.২০২২ তাৰিখে 'মন কী বাত'ৰ ৯০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
June 26th, 11:30 am
বন্ধুসকল, ইন-স্পেচৰ ভিতৰত অনুষ্ঠিত অনুষ্ঠানটোত, মই মেহছানাৰ বিদ্যালয়ৰ ছাত্ৰী কন্যা তানভি পেটেলকো লগ পাইছিলো। তেওঁ এটা অতি সৰু উপগ্ৰহৰ ওপৰত কাম কৰি আছে, যিটো অহা কেইমাহমানৰ ভিতৰত মহাকাশলৈ উৎক্ষেপণ কৰা হ'ব। তানভিয়ে মোক গুজৰাটীত তাইৰ কামৰ বিষয়ে খুব সহজভাৱে বৰ্ণনা কৰিছিল। তানভিৰ দৰে দেশৰ প্ৰায় ৭৫০ জন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অমৃত মহোৎসৱত এনে ৭৫ টা উপগ্ৰহৰ ওপৰত কাম কৰি আছে, আৰু লগতে আনন্দৰ বিষয় যে, এই শিক্ষাৰ্থীসকলৰ বেছিভাগেই দেশৰ সৰু চহৰৰ।আমি ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিছিলো বুলি আমাৰ কেতিয়াও অনুভৱ নহয় বুলি নীৰজ চোপ্ৰাই কয়... কিন্তু কিয়, সেই সম্পৰ্কে জানক!
March 29th, 02:00 pm
অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা প্ৰধানমন্ত্ৰী মোদীৰ বিনয়ী আচৰণৰদ্বাৰা অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে সকলো খেলুৱৈ আৰু সহায়ক ষ্টাফক তেওঁৰ বাসগৃহত পুৱাৰ জলপান কৰিবলৈ আমন্ত্ৰণ কৰোতে হোৱা মত-বিনিময়ৰ কথা স্মৰণ কৰি তেওঁ কয় যে আমি প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতি আছিলো বুলি আমাৰ কেতিয়াও অনুভৱ নহয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিৰ সৈতে অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ আচৰণ প্ৰদৰ্শন কৰিছিল।আহক ক্ৰীড়াক্ষেত্ৰত আমি এই উৎসাহ-উদ্দীপনা অটুট ৰাখোঁ আৰু আমাৰ যুৱকসকলক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁঃ প্ৰধানমন্ত্ৰী
December 05th, 10:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক্ৰীড়াক্ষেত্ৰত যি উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে সেয়া অটুট ৰখাৰ লগতে আমাৰ যুৱ প্ৰজন্মক খেলপথাৰত উজলি উঠিবলৈ অনুপ্ৰাণিত কৰোঁ আহক।Exclusive Pictures! PM Modi meets Olympians who made India proud!
August 16th, 10:56 am
A day after praising them from the ramparts of the Red Fort and getting the whole nation to applaud them, Prime Minister Narendra Modi met the Indian athletes who participated in the Olympics and made India proud.Here are some exclusive pictures from the event!টকিঅ’ অলিম্পিক ২০২০ৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 07th, 06:12 pm
টকিঅ’ অলিম্পিক, ২০২০ত জেভেলিন থ্ৰ’ত স্বর্ণ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অভিনন্দন জনায়৷ প্রধানমন্ত্রীয়ে লগতে কয় যে যে নীৰজে এক অনবদ্য আবেগ লৈ খেলিলে আৰু তেওঁ অসাধাৰণ ধৈর্য প্ৰদৰ্শন কৰিলে।টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য
July 13th, 05:02 pm
মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।টকিঅ’ অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈসকলৰে কৰা প্ৰধানমন্ত্ৰীৰ বৰ্তালাপৰ পাঠ
July 13th, 05:01 pm
প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 13th, 05:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 27th, 08:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ এছিয়ান গেমছৰ পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে৷