নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 27th, 04:30 pm
এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।PM Modi urges NCC/NSS volunteers to share their experiences of Republic Day Parade
January 24th, 05:02 pm
Ahead of the Republic Day Celebrations, Prime Minister Narendra Modi addressed the tableaux artists, NCC/NSS volunteers who would be taking part in the Republic Day parade this year. The PM urged them to share their memorable experiences of participating in the Parade with him on the NaMo app.Motivation may wane sometimes, but it is the discipline that keeps you on the right path: PM Modi
January 24th, 03:26 pm
The Prime Minister Narendra Modi addressed the NCC Cadets and NSS Volunteers. Addressing the gathering, the Prime Minister expressed pride in the cultural program depicting the life of Rani Lakshmi Bai and said that it has brought India’s history alive today. He praised the efforts of the team involved in the program and stated that they will now be a part of the Republic Day Parade. “This occasion is special due to two reasons namely the 75th Republic Day celebrations and its dedication to Nari Shakti of India, the Prime Minister said.এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
January 24th, 03:25 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এন চি চি কেডেট আৰু এন এছ এছৰ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাণী লক্ষ্মী বাঈৰ জীৱনক প্ৰস্তুত কৰি উলিওৱা সাংস্কৃতিক কাৰ্যসূচীক লৈ গৌৰৱ প্ৰকাশ কৰি কয় যে ই আজি ভাৰতৰ ইতিহাসক সজীৱ কৰি তুলিছে। তেওঁ এই কাৰ্যসূচীৰ সৈতে জড়িত দলটোৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে তেওঁলোক এতিয়া গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, এই অনুষ্ঠানটো দুটা কাৰণত বিশেষ যেনে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন আৰু ভাৰতৰ নাৰী শক্তিৰ প্ৰতি ইয়াৰ সমৰ্পণ।” সমগ্ৰ ভাৰতৰ মহিলা অংশগ্ৰহণকাৰীসকলৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোক ইয়াত অকলশৰীয়া নহয়, বৰঞ্চ নিজ নিজ ৰাজ্যৰ সাৰমৰ্ম, নিজৰ সংস্কৃতি, পৰম্পৰা আৰু নিজৰ সমাজৰ আগন্তুক চিন্তাধাৰা লৈ আহিছে। আজি আন এক বিশেষ অনুষ্ঠান লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বালিকা দিৱসৰ কথা উল্লেখ কৰে যিটো তেওঁলোকৰ সাহস, দৃঢ়তা আৰু কৃতিত্বৰ উদযাপন। “ভাৰতৰ কন্যাসকলৰ সমাজখনক ভালৰ বাবে সংস্কাৰ কৰাৰ সামৰ্থ্য আছে”, বিভিন্ন ঐতিহাসিক যুগত সমাজৰ ভেটি স্থাপনৰ ক্ষেত্ৰত মহিলাসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যিটো বিশ্বাস আজিৰ সাংস্কৃতিক প্ৰদৰ্শনত প্ৰত্যক্ষ কৰা হৈছিল।এনপিডিআৰআৰ আৰু সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ-২০২৩ৰ তৃতীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 10th, 09:43 pm
সৰ্বপ্ৰথমে মই দুৰ্যোগ প্ৰতিৰোধ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত সকলো বন্ধুক অভিনন্দন জনাইছো। কিয়নো কাম এনেকুৱাই যে আপোনালোকে বহুবাৰ নিজৰ জীৱন সংকটত পেলায়ো আনৰ জীৱন বচাবলৈ বহুত চমকপ্ৰদ কাম কৰিছে। শেহতীয়াকৈ তুৰ্কী আৰু ছিৰিয়াত ভাৰতীয় দলৰ প্ৰয়াস সমগ্ৰ পৃথিৱীয়ে প্ৰশংসা কৰিছে আৰু এই কথা প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয়। উদ্ধাৰ আৰু সাহায্যৰে জড়িত মানৱ সম্পদ আৰু প্ৰযুক্তিগত সক্ষমতাক ভাৰতে যেনেদৰে বঢ়াইছে, সেয়া দেশতো বেলেগ বেলেগ দুৰ্যোগৰ সময়ত বহুত লোকৰ জীৱন বচোৱাত সহায়ক হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰে জড়িত প্ৰণালী শক্তিশালী হওক, ইয়াৰ বাবে উৎসাহিত হওক, আৰু দেশজুৰি এক সঠিক প্ৰতিযোগিতাৰ বাতাবৰণ হওক এই কামৰ বাবে এক বিশেষ পুৰস্কাৰো ঘোষণা কৰা হৈছে। আজি ইয়াত দুটা সংস্থাক নেতাজী সুভাষ চন্দ্ৰ বসু দুৰ্যোগ প্ৰবন্ধন পুৰস্কাৰ দিয়া হৈছে। ওডিশা ষ্টেট ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীয়ে চাইক্লনৰ পৰা আৰম্ভ কৰি ছুনামিলৈকে, বিভিন্ন দুৰ্যোগৰ সময়ত উৎকৃষ্ট কাম কৰি আছে। এনেকৈ মিজোৰামৰ লুংলেই ফায়াৰ ষ্টেচনে হাবিত লগা জুই নুমুৱাবলৈ অক্লান্ত পৰিশ্ৰম কৰে, সমগ্ৰ অঞ্চলটোক বচায় আৰু জুই বিয়পাত বাধা দিয়ে। মই এই সংস্থাত কাম কৰা সকলো বন্ধুক বহুত বহুত অভিনন্দন জনাইছো।দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চৰ তৃতীয় পৰ্ব উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 10th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুৰ্যোগ ক্ষতিশংকা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় মঞ্চ(এনপিডিআৰআৰ)ৰ তৃতীয় পৰ্ব উদ্বোধন কৰে৷ এই মঞ্চৰ তৃতীয় পৰ্বৰ মুল বিষয়বস্তু হৈছে পৰিৱৰ্তিত জলবায়ুত স্থানীয় সুস্থিৰতা গঢ়ি তোলা’৷‘কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ড’ত অনুষ্ঠিত ‘এনচিচি সমাৱেশ’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 28th, 09:51 pm
স্বাধীনতাৰ ৭৫টা বছৰৰ এইটো পৰ্যায়ত, এনচিচিয়ে ইয়াৰ ৭৫সংখ্যক বাৰ্ষিকীও উদযাপন কৰিছে। বিগত বছৰবোৰত, যিসকলে এনচিচিক প্ৰতিনিধিত্ব কৰিছে, যিসকল ইয়াৰ অংশ হৈ আহিছে, মই ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰিছো। আজি, মোৰ সন্মুখৰ উপস্থিত থকা কেডেটসকল, যিসকল বৰ্তমান এনচিচিত আছে, তেওঁলোকতো আৰু অধিক বিশেষ, তেওঁলোক অধিক বিশেষ। আজিৰ কাৰ্যক্ৰম যিধৰণে যুগুতোৱা হৈছে হৈছে, কেৱল সময় সলনি হোৱাই নহয়, ইয়াৰ সংৰচনাটোৱো সলনি কৰা হৈছে। দৰ্শকসকলৰ সংখ্যও আগৰ তুলনাত বহুতেই বিশাল। আৰু কাৰ্যসূচীসমূহৰ সূচীখনো বৈচিত্ৰ্যৰে ভৰি আছে। অৱশ্যে, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মৌলিক মন্ত্ৰৰ প্ৰতিধ্বনি সন্নিৱিষ্ট কৰি যুগুতোৱা এই অনুষ্ঠানটো সদায় স্মৰণীয় হৈ থাকিব। আৰু সেয়েহে, মই এনচিচিৰ গোটেইটো দলকে, তেওঁলোকৰ সকলো বিষয়া আৰু প্ৰশাসকলৈ অন্তৰৰ পৰা অভিনন্দন জনাইছো। আপোনালোকে এনচিচি কেডেট হিচাপে, আৰু দেশৰ যুৱ প্ৰজন্ম হিচাপে এক ‘অমৃত প্ৰজন্ম’ক প্ৰতিনিধিত্ব কৰিছে। এই ‘অমৃত প্ৰজন্ম’ই অহা ২৫টা বছৰত দেশক এক নতুন উচ্চতালৈ লৈ যাব, ভাৰতক স্বাৱলম্বী কৰি তুলিব আৰু ইয়াক বিকশিত কৰি তুলিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলীক সম্বোধন কৰে
January 28th, 05:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত বাৰ্ষিক ৰাষ্ট্ৰীয় কেডেট কোৰ-এনচিচি পিএম ৰেলীক সম্বোধন কৰে। এই বছৰ এনচিচিয়ে নিজৰ প্ৰতিষ্ঠাৰ ৭৫তম বৰ্ষ পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক্ৰমৰ সময়ছোৱাত এনচিচিৰ ৭৫টা সফল বছৰৰ উপলক্ষত এক বিশেষ ডে' কভাৰ আৰু ৭৫ টকা মূল্যবৰ্গৰ বিশেষভাৱে গঢ়া এটা স্মাৰক মুদ্ৰা জাৰি কৰে। কন্যাকুমাৰীৰ পৰা দিল্লী-একতাৰ অগ্নিশিখা প্ৰধানমন্ত্ৰীক অৰ্পণ কৰি কাৰিয়াপ্পা ময়দানত প্ৰজ্বলিত কৰা হয়। ৰেলীক দিন আৰু ৰাতিৰ হাইব্ৰীড কাৰ্যক্ৰম হিচাপে আয়োজন কৰা হয় আৰু ইয়াত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' বিষয়ৰ ওপৰত এটা সাংস্কৃতিক কাৰ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছিল। বসুধৈৱ কুটুম্বকমৰ প্ৰকৃত ভাৰতীয় ভাবনাত, ১৯খন অন্য দেশৰ ১৯৬জন বিষয়া আৰু কেডেটক সমাৰোহত ভাগ ল'বলৈ আমন্ত্ৰণ জনোৱা হৈছিল।প্ৰধানমন্ত্ৰীয়ে ২৮ জানুৱাৰীত কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীক সম্বোধন কৰিব
January 26th, 08:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰী, ২০২৩ত সন্ধিয়া প্ৰায় ৫:৪৫ বজাত দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ বাৰ্ষিক পিএম ৰেলীক সম্বোধন কৰিব।নতুন দিল্লীত এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 25th, 06:40 pm
কেন্দ্ৰীয় কেবিনেটৰ মোৰ জ্যেষ্ঠ সহকৰ্মীসকল, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, এনচিচিৰ সঞ্চালক প্ৰধান, শিক্ষক, অতিথি, মোৰ মন্ত্ৰী পৰিষদৰ আন সকলো সহকৰ্মী, অন্যান্য অতিথি, গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা বিভিন্ন শিল্পী, এনচিচি আৰু এনএছএছৰ মোৰ যুৱ সতীৰ্থসকল!প্ৰধানমন্ত্ৰীয়ে এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে
January 25th, 04:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনচিচি কেডেট আৰু এনএছএছ স্বেচ্ছাসেৱকসকলক সম্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ পোছাক পৰিধান কৰা অসংখ্য শিশু প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ আহিছে। জয় হিন্দৰ মন্ত্ৰই সকলোকে অনুপ্ৰাণিত কৰে, প্ৰধানমন্ত্ৰীয়ে কয়।Double engine government is committed to the development of Arunachal Pradesh: PM Modi in Itanagar
November 19th, 09:40 am
PM Modi inaugurated Donyi Polo Airport, Itanagar and dedicated 600 MW Kameng Hydro Power Station to the nation. “Our government worked by considering the villages in the border areas as the first village of the country. This has resulted in making the development of the Northeast a priority for the government,” the PM remarked addressing a gathering at the inaugural event.PM inaugurates first greenfield airport ‘Donyi Polo Airport, Itanagar’ in Arunachal Pradesh
November 19th, 09:30 am
PM Modi inaugurated Donyi Polo Airport, Itanagar and dedicated 600 MW Kameng Hydro Power Station to the nation. “Our government worked by considering the villages in the border areas as the first village of the country. This has resulted in making the development of the Northeast a priority for the government,” the PM remarked addressing a gathering at the inaugural event.For me, every village at the border is the first village of the country: PM Modi in Mana, Uttarakhand
October 21st, 01:10 pm
PM Modi laid the foundation stone of road and ropeway projects worth more than Rs 3400 crore in Mana, Uttarakhand. Noting that Mana village is known as the last village at India’s borders, the Prime Minister said, For me, every village at the border is the first village of the country and the people residing near the border make for the country's strong guard.PM lays foundation stone of road and ropeway projects worth more than Rs 3400 crore in Mana, Uttarakhand
October 21st, 01:09 pm
PM Modi laid the foundation stone of road and ropeway projects worth more than Rs 3400 crore in Mana, Uttarakhand. Noting that Mana village is known as the last village at India’s borders, the Prime Minister said, For me, every village at the border is the first village of the country and the people residing near the border make for the country's strong guard.গুজৰাটত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 12th, 12:14 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গৃহমন্ত্ৰী শ্ৰী অমৃত শ্বাহ, মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ বিমল পেটেল জী, বিষয়া, শিক্ষক, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল, অভিভাৱকসকল, অন্য বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল,ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু ইয়াৰ প্ৰথম সমাৱৰ্তন সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 12th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ এটি ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আহমেদাবাদত ইয়াৰ প্ৰথম সমাৱৰ্তনখনি সম্বোধন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত থাকে।পুনেৰ ছিম্বায়চিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
March 06th, 05:17 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশিয়াৰীজী, শ্ৰীমান দেৱেন্দ্ৰ ফাড়নাৱিছজী, শ্ৰীমান সুভাষ দেশাইজী, এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি অধ্যাপক এছ.বি মজুমদাৰজী, মুখ্য সঞ্চালক ড০ বিদ্যা য়েৰবেদেকাৰ জী, সকলো শিক্ষক সদস্য, বিশিষ্ট অতিথি আৰু মোৰ যুৱ বন্ধুসকল!প্ৰধানমন্ত্ৰীয়ে পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উদ্বোধন কৰে
March 06th, 01:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনেৰ চিম্বিওচিছ বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ সহজীৱী আৰোগ্য ধামৰো উদ্বোধন কৰিছিল। এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশ্যৰীও উপস্থিত আছিল।