নতুন দিল্লীত এনআইআইঅ’ৰ ‘স্বাৱলম্বনত’ শীৰ্ষক আলোচনা-চক্ৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 18th, 04:31 pm
মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী ৰাজনাথ সিং জী, শ্ৰী অজয় ভট্ট জী, নৌসেনাৰ মুৰব্বী, নৌসেনাৰ উপ-মুৰব্বী, প্ৰতিৰক্ষা সচিব, এছআইডিএমৰ সভাপতি, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ সৈতে জড়িত সকলো সতীৰ্থ, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল!প্ৰধানমন্ত্ৰীয়ে এনআইঅ' চেমিনাৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে
July 18th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এনআইআইঅ'ৰ (নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ সংস্থা) আলোচনাচক্ৰ 'স্বাৱলম্বন'ত ভাষণ প্ৰদান কৰে।প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত এনআইআইঅ’ আলোচনা চক্ৰ 'স্বাৱলম্বন' সম্বোধন কৰিব
July 17th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ১৮ জুলাই, ২০২২ ৰ বিয়লি ৪:৩০ বজাত এনআইআইঅ’ (নৌ উদ্ভাৱন আৰু স্বদেশীকৰণ সংগঠন) ৰ ‘স্বাৱলম্বন’ শীৰ্ষক আলোচনা চক্ৰখনি সম্বোধন কৰিব।