List of Outcomes : State Visit of Prime Minister to Guyana (November 19-21, 2024)
November 20th, 09:55 pm
During PM Modi's state visit to Guyana, several key MoUs were signed. These included cooperation in hydrocarbons, agriculture, and affordable medicine supplies under PMBJP. Cultural ties were strengthened with a 2024-27 exchange program, while digital transformation efforts will bring India’s UPI and other tech solutions to Guyana. Agreements on medical product regulation and pharma standards aim to boost healthcare collaboration. Defence and broadcasting partnerships were also established, focusing on training, research, and cultural exchanges১৩ নৱেম্বৰত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 12th, 08:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ দাৰভাংগালৈ যাত্ৰা কৰিব আৰু প্ৰায় ১০:৪৫ বজাত তেওঁ বিহাৰত প্ৰায় ১২,১০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।The priority of RJD and Congress is not you, the people, but their own vote bank: PM Modi in Hajipur
May 13th, 11:21 pm
Hajipur, Bihar welcomed Prime Minister Narendra Modi with great enthusiasm. Addressing the gathering, PM Modi emphasized BJP’s unwavering dedication to building a Viksit Bharat and Viksit Bihar. He assured equal participation in decision-making for all.PM Modi energizes crowds in Hajipur, Muzaffarpur and Saran, Bihar, with his powerful words
May 13th, 10:30 am
Hajipur, Muzaffarpur and Saran welcomed Prime Minister Narendra Modi with great enthusiasm, today. Addressing the massive gathering in Bihar, PM Modi emphasized BJP’s unwavering dedication to building a Viksit Bharat and Viksit Bihar. He assured equal participation in decision-making for all.Telangana is the land of the brave Ramji Gond & Komaram Bheem: PM Modi
March 04th, 12:45 pm
On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of TelanganaTelangana's massive turnout during a public rally by PM Modi in Adilabad
March 04th, 12:24 pm
On his visit to Telangana, PM Modi addressed a massive rally in Adilabad. He said, The huge turnout by the people of Telangana in Adilabad is a testimony to the growing strength of B.J.P. & N.D.A. He added that the launch of various projects ensures the holistic development of the people of Telangana৪-৬ মাৰ্চত তেলেংগানা, তামিলনাডু, উৰিষ্যা, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 03rd, 11:58 am
৪ মাৰ্চত পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কালপক্কমত ‘ভৱিনী’ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব
February 24th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আৰু ২৫ ফেব্ৰুৱাৰী, ২০২৪ত গুজৰাট ভ্ৰমণ কৰিব। অহা ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৭:৪৫ বজাত বেয়াত দ্বাৰকা মন্দিৰত পূজা আৰু দৰ্শন কৰিব। পূজাৰ পিছত, পুৱা ৮:২৫ বজাত সুদৰ্শন সেতু ভ্ৰমণ কৰিব। ইয়াৰ পিছত তেওঁ ৰাতিপুৱা ৯.৩০ বজাত দ্বাৰকাধীশ মন্দিৰলৈ যাব।‘কৃষ্ণা-গোদাৱৰী অৱবাহিকা’ৰ গভীৰ পানীৰ খাদৰ পৰা তেলৰ উৎপাদন আৰম্ভ হোৱাত প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীয়ে
January 08th, 10:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বংগোপসাগৰৰ উপকূলত অৱস্থিত জটিল আৰু কঠিন গভীৰ পানীৰ ‘কৃষ্ণা-গোদাৱৰী অৱবাহিকা’ (কেজি-ডিডব্লিউএন-৯৮/২ খণ্ড)ৰ পৰা আৰম্ভ হোৱা প্ৰথম খেপ তেল উৎপাদনক প্ৰশংসা কৰে।৫ অক্টোবৰত ৰাজস্থান আৰু মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 04th, 09:14 am
প্ৰায় ১১:১৫ বজাত ৰাজস্থানৰ যোধপুৰত প্ৰধানমন্ত্ৰীয়ে পথ, ৰে’ল, বিমান পৰিবহণ, স্বাস্থ্য আৰু উচ্চ শিক্ষাৰ দৰে খণ্ডত প্ৰায় ৫,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত উপস্থিত হ’ব, য’ত তেওঁ পথ, ৰে’ল, গেছ পাইপলাইন, গৃহ নিৰ্মাণ আৰু বিশুদ্ধ খোৱাপানীৰ সৈতে জড়িত ১২,৬০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা কৰিব৷৪২ সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
June 28th, 07:49 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সমন্বিত প্ৰ’-এক্টিভ গভৰ্নেন্স আৰু সময়মতে ৰূপায়ণৰ বাবে আইচিটি ভিত্তিক মাল্টি-মডেল প্লেটফৰ্ম প্ৰগতিৰ ৪২ সংখ্যক সংস্কৰণৰ বৈঠক অনুষ্ঠিত হয়।ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে এইচডিডি পদ্ধতিৰে ২৪ ইঞ্চি ব্যাসাৰ্ধৰ প্ৰাকৃতিক গেছ পাইপলাইন নিৰ্মাণ কৰি বৃহৎ মাইলৰ খুঁটি স্থাপন কৰাৰ বাবে নৰ্থইষ্ট গেছ গ্ৰিডৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
April 26th, 02:53 pm
নদী অতিক্ৰমি এছিয়াৰ দীৰ্ঘতম আৰু বিশ্বৰ দ্বিতীয় দীৰ্ঘতম হাইড্ৰকাৰ্বন কাৰ্বন পাইপলাইনেৰে অভিলেখ ৰচনা কৰা বুলি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় নৌসেনাৰ ব্যতিক্ৰমী দক্ষতা আৰু দৃঢ়তাক প্ৰশংসা কৰে
April 13th, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অ’এনজিচিৰ জটিল ইন্ধন নিষ্কাশন সঁজুলি ঠিক কৰাৰ ক্ষেত্ৰত ভাৰতীয় নৌসেনাৰ ব্যতিক্ৰমী দক্ষতা আৰু দৃঢ়তাৰ শলাগ লৈছে, যাৰ ফলত পানীৰ তলত অতিৰিক্ত ইন্ধন লাইন নিৰৱচ্ছিন্নভাৱে স্থাপন কৰিব পৰা গৈছে।সংশোধিত ঘৰুৱা গেছৰ মূল্য নিৰ্ধাৰণ নিৰ্দেশনাৰ বাবে কেবিনেটৰ সিদ্ধান্তৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
April 07th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় গেছৰ মূল্য বৃদ্ধিৰ ফলত ভাৰতত গেছৰ মূল্যৰ ওপৰত পৰা প্ৰভাৱ হ্ৰাস কৰি গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰশংসা কৰে৷পিএনজিআৰবিয়ে প্ৰাকৃতিক গেছ খণ্ডত এক বহু প্ৰতীক্ষিত সংস্কাৰ ইউনিফাইড টেৰিফ ৰূপায়ণৰ প্ৰৱৰ্তন কৰিছে
March 31st, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শক্তি আৰু প্ৰাকৃতিক গেছ খণ্ডত এয়া এক উল্লেখযোগ্য সংস্কাৰ।শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম বিকাশৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধভাৰতঃ প্ৰধানমন্ত্ৰী
March 15th, 10:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে শক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু বহনক্ষম বিকাশৰ প্ৰতি ভাৰত প্ৰতিশ্ৰুতিবদ্ধ৷প্ৰধানমন্ত্ৰীয়ে শক্তি খণ্ডত আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে
February 17th, 11:27 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অইল ইণ্ডিয়া লিমিটেডে মুক্ত একৰ অনুজ্ঞা নীতি ব্যৱস্থাৰ অধীনত ওড়িশাৰ মহানদী উপকূলীয় অৱবাহিকাত প্ৰথমটো অন্বেষণমূলক কুঁৱা পুৰী-১ আৰম্ভ কৰি শক্তি খণ্ডত ভাৰতক আত্মনিৰ্ভৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে
January 31st, 07:49 pm
দেশীয়ভাৱে উত্পাদিত এভিজিএএছ ১০এলএলৰ প্ৰথমটো গোট পাপুয়া নিউ গিনিলৈ সফলতাৰে ৰপ্তানি কৰি ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ দিশত ইণ্ডিয়ান অইল কৰ্প লিমিটেডে কৰা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে।PM chairs 40th PRAGATI Interaction
May 25th, 07:29 pm
PM Modi chaired the meeting of 40th edition of PRAGATI. In the meeting, nine agenda items were taken for review including eight projects and one Programme. He also reviewed ‘National Broadband Mission’ Programme. States and Agencies were asked to leverage the centralised Gati Shakti Sanchar Portal to ensure timely disposal of Right of Way (RoW) applications.মণিপুৰৰ ৫০ তম ৰাজ্যিক দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
January 21st, 10:31 am
ৰাজ্য ঘোষণাৰ ৫০ সংখ্যক বৰ্ষ-পূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ গৌৰৱময় যাত্ৰাত অৰিহণা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ ত্যাগ আৰু প্ৰয়াসৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। তেওঁ ইতিহাসৰ উথ্থান-পতনৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত মণিপুৰী ৰাইজে দেখুওৱা দৃঢ়তা আৰু একতাক তেওঁলোকৰ প্ৰকৃত শক্তি বুলি অভিহিত কৰে। ৰাজ্যখনৰ জনতাৰ আশা-আকাংক্ষাসমূহৰ বুজ নিজাববীয়াকৈ লোৱাৰ প্ৰয়াস অব্যাহত ৰখাৰ কথা দোহাৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ অনুভৱ আৰু আশাবোৰ হৃদয়ংগম কৰাৰ লগতে ৰাজ্যখনৰ সমস্যাৱলী সমাধানৰ কৰাৰ পথ নিৰ্ণয় কৰাত সহায়ক হ’ব তেওঁ বুলি মন্তব্য কৰে। মণিপুৰী ৰাইজে শান্তিৰ বাবে কৰি অহা প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, ‘বন্ধ আৰু প্ৰতিবন্ধকতাৰ পৰা শান্তি আৰু মুক্তি লাভ কৰাটো মণিপুৰৰ প্ৰাপ্য’।