প্ৰধানমন্ত্ৰীয়ে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ সমাৰোহৰ বিজেতা তথা ফাইনেল পেনেলিষ্টৰ প্ৰশংসা কৰে

January 12th, 10:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ সমাৰোহৰ বিজেতা তথা ফাইনেল পেনেলিষ্টসকলক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কাৰ্যক্ৰমক সম্বোধন কৰি কয়, 'আপোনালোকৰ কথা-বতৰা আৰু আলাপ-আলোচনা আজি যথেষ্ট মহত্বপূৰ্ণ। আপোনালোকৰ ভাষণ মই শুনি আছিলো, মোৰ মনলৈ এটা ধাৰণা আহিল আৰু এই সিদ্ধান্ত লওঁ যে নিজৰ টুইটাৰ হেণ্ডেলত কেৱল আপোনালোক তিনিজন বিজেতাৰে নহয়, বৰং ৰেকৰ্ড কৰা সামগ্ৰী উপলব্ধ হ'লে, মই ফাইনেল পেনেলত কালি থকা সকলো লোকৰ ভাষণ টুইট কৰিম।'

প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱ প্ৰজন্মক নিঃস্বাৰ্থ আৰু গঠনমূলকভাৱে ৰাজনীতিলৈ অৱদান আগবঢ়োৱাৰ আহ্বান জনায়

January 12th, 03:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক নিঃস্বাৰ্থ আৰু গঠনমূলকভাৱে ৰাজনীতিলৈ অৱদান আগবঢ়োৱাৰ আহ্বান জনাইছে। দ্বিতীয় বৰ্ষৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি কয় যে ৰাজনীতি হ’ল সমাজলৈ প্ৰকৃত পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক বৃহৎ মাধ্যম আৰু অন্যান্য ক্ষেত্ৰৰ দৰে ৰাজনীতিতো যুৱ প্ৰজন্মৰ উপস্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক কয় যে সম্প্ৰতি সৎ ব্যক্তিয়ে ৰাজনীতিৰ ক্ষেত্ৰত সমাজ পৰিৱৰ্তনৰ সুযোগ লাভ কৰিছে। সততা আৰু পাৰদৰ্শিতা এতিয়া সময়ৰ আহ্বান হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দৰ নেতৃত্ব উপদেশৰ বিষয়ে যুৱ প্ৰজন্মক বৰ্ণনা কৰে

January 12th, 03:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক স্বামী বিবেকানন্দৰ নেতৃত্বশৈলীৰ উপদেশ অনুসৰণ কৰিবলৈ আহ্বান জনায়। ব্যক্তিবিশেষৰ লগতে প্ৰতিষ্ঠানৰ বিকাশত শ্ৰদ্ধাৰ সন্নাসীগৰাকীৰ অৱদানক স্মৰণ কৰে। দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সাংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে ব্যক্তিবিশেষৰ উন্নয়ন আৰু প্ৰতিষ্ঠান নিৰ্মাণৰ বিভিন্ন চক্ৰ আৰম্ভ কৰাত স্বামী বিবেকানন্দৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।

দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ বিদায়ী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 12th, 10:36 am

‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।

‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে

January 12th, 10:35 am

‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।

১২ জানুৱাৰীত দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

January 10th, 12:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰী, ২০২১ৰ পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব৷ অনুষ্ঠানত মহোৎসৱৰ তিনিগৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ীয়েও তেওঁলোকৰ বক্তব্য আগবঢ়াব৷ অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)ও উপস্থিত থাকিব৷

Words one speak may or may not be impressive but it should definitely be inspiring: PM Modi

February 27th, 10:01 am

PM Modi today conferred the Youth Parliament Festival Awards. Addressing a gathering, the PM highlighted how during the 16th Lok Sabha. He said, “Average productivity was 85%, nearly 205 bills were passed. The 16th Lok Sabha worked 20% more, in comparison to 15th Lok Sabha.” He urged the gathering that the words that we speak should reach its accurate point. “It may not be impressive, but it should be inspiring,” he said.

PM confers National Youth Parliament Festival 2019 Awards

February 27th, 10:00 am