Every citizen of Delhi is saying – AAP-da Nahin Sahenge…Badal Ke Rahenge: PM Modi

January 05th, 01:15 pm

Prime Minister Narendra Modi addressed a massive and enthusiastic rally in Rohini, Delhi today, laying out a compelling vision for the city’s future under BJP’s governance. With resounding cheers from the crowd, the Prime Minister called upon the people of Delhi to usher in an era of good governance by ending a decade of administrative failures and empowering a “double-engine government” to transform the capital into a global model of urban development.

PM Modi Calls for Transforming Delhi into a World-Class City, Highlights BJP’s Vision for Good Governance

January 05th, 01:00 pm

Prime Minister Narendra Modi addressed a massive and enthusiastic rally in Rohini, Delhi today, laying out a compelling vision for the city’s future under BJP’s governance. With resounding cheers from the crowd, the Prime Minister called upon the people of Delhi to usher in an era of good governance by ending a decade of administrative failures and empowering a “double-engine government” to transform the capital into a global model of urban development.

Workers of all family-run parties in country are at peak of despair: PM Modi in Kendrapara, Odisha

May 29th, 01:45 pm

Addressing his final rally for the 2024 elections in Odisha, PM Modi addressed a massive gathering in Kendrapara, highlighting the transformative journey ahead for the state. PM Modi expressed his confidence in ushering in a new era of development in Odisha post-June 4th. He said, On June 10th, Odisha will witness the historic oath-taking of the first BJP Chief Minister, who will be a son or daughter of Odisha. He stressed the need for a double-engine government to accelerate Odisha's growth, mirroring the national endorsement of a strong BJP-led government for the third consecutive term.

PM Modi addresses public meetings in Mayurbhanj, Balasore and Kendrapara, Odisha

May 29th, 01:00 pm

Prime Minister Narendra Modi addressed enthusiastic public meetings in Mayurbhanj, Balasore and Kendrapara, Odisha with a vision of unprecedented development and transformation for the state and the country. PM Modi emphasized the achievements of the last decade under his leadership and laid out ambitious plans for the next five years, promising continued progress and prosperity for all Indians.

While Delhi witnesses progress, the INDI Alliance is bent on its destruction: PM Modi in North-East Delhi

May 18th, 07:00 pm

During his campaign trail, PM Modi addressed North-East Delhi today, with great enthusiasm for the first time, ahead of the Lok Sabha Elections 2024. He promised a brighter future, emphasizing that as the capital city, Delhi must lead the way towards a corruption-free nation.

PM Modi addresses a high-spirited rally in North-East Delhi

May 18th, 06:30 pm

During his campaign trail, PM Modi addressed North-East Delhi today, with great enthusiasm for the first time, ahead of the Lok Sabha Elections 2024. He promised a brighter future, emphasizing that as the capital city, Delhi must lead the way towards a corruption-free nation.

The dreams of crores of women, poor and youth are Modi's resolve: PM Modi

February 18th, 01:00 pm

Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.

PM Modi addresses BJP Karyakartas during BJP National Convention 2024

February 18th, 12:30 pm

Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.

ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

January 26th, 03:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাষ্ট্ৰীয় সমৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 30th, 11:30 am

‘মন কী বাত’লৈ আপোনালোক সকলোকে বহুত বহুত আদৰণি জনাইছো৷ জুলাই মাহ, অৰ্থাৎ বৰষুণ বতৰ৷ বিগত কিছুদিন ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে, চিন্তা আৰু উদ্বেগপূৰ্ণ হৈ আছে৷ যমুনাসহ কেইবাখনো নদীৰ বানত বহু অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ সেই সময়ছোৱাত দেশৰ পশ্চিমাঞ্চলত, কিছু দিন পূৰ্বে গুজৰাটত বিভিন্ন অঞ্চলত বিপৰ্যয় ঘূৰ্ণীবতাহ আহিছিল৷ কিন্তু বন্ধুসকল, এই দুৰ্যোগৰ মাজতো আমি সকলো দেশবাসী পুনৰ দেখুৱাই দিলো যে সামূহিক প্ৰচেষ্টাৰ শক্তি কিমান৷ স্থানীয় লোকসকলে, আমাৰ এনডিআৰএফ জোৱানসকলে, স্থানীয় প্ৰশাসনৰ লোকসকলে দিনে-ৰাতিয়ে লাগি এই দুৰ্যোগৰ মোকাবিলা কৰিলে৷ যিকোনো ধৰণৰ দুৰ্যোগ প্ৰশমনত আমাৰ সামৰ্থ্য আৰু সম্পদৰ ভূমিকা অধিক-কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ সংবেদনশীলতা আৰু এজনে আনজনক হাতে হাত ধৰাটো সিমানেই গুৰুত্বপূৰ্ণ৷ সৰ্বজন হিতায়ৰ এই ভাৱনা ভাৰতৰ পৰিচয়ৰ লগতে শক্তিও৷

নতুন দিল্লীৰ প্রগতি ময়দানত আন্তর্জাতিক প্রদর্শনী-কাম-কনভেনশ্যন চেণ্টাৰ (IECC) কমপ্লেক্সৰ উদ্বোধন অনুষ্ঠানত প্রধানমন্ত্রীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

July 26th, 11:28 pm

মোৰ সন্মুখত এক অপূর্ব দৃশ্য দেখিবলৈ পাইছোঁ। যি অনিন্দ্যসুন্দৰ, বিশাল, বিহঙ্গম দৃষ্টিত অসাধাৰণ। আৰু আজিৰ এই যি উপলক্ষ, ইয়াৰ অন্তৰালত যি কল্পনা, যাক আজি মই যেতিয়া বাস্তৱায়িত হোৱা দেখিছোঁ, সেই স্বপ্নক যেতিয়া চকুৰ আগত সঁচা হোৱা দেখিছোঁ, তেতিয়া মোৰ মনলৈ এটি বিখ্যাত কবিতাৰ লাইন উচ্চাৰণৰ ইচ্ছা জাগিছে:-

PM inaugurates International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi

July 26th, 06:30 pm

PM Modi dedicated to the International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan in New Delhi. He said, “Bharat Mandapam is a call for India’s capabilities and new energy of the nation, it is a philosophy of India’s grandeur and willpower.”

দিল্লী-কৰ্ণাটক সংঘৰ অমৃত মহোৎসৱত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 25th, 05:20 pm

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বোম্মাই জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ প্ৰহ্লাদ জোশী জী, সংসদৰ আমাৰ জ্যেষ্ঠ সংগী ডাঃ বীৰেন্দ্ৰ হেগড়ে জী, পৰমপূজ্য স্বামী নিৰ্মলানন্দ-নাথ স্বামী জী, পৰমপূজ্য শ্ৰী শ্ৰী শিৱৰাত্ৰি দেশীকেন্দ্ৰ স্বামী জী, শ্ৰী শ্ৰী বিশ্বপ্ৰসন্ন তীৰ্থ স্বামী জী, শ্ৰী শ্ৰী নঞ্জাবধুতা স্বামী জী, শ্ৰী শ্ৰী শিৱমূৰ্তি শিৱাচাৰ্য স্বামী জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সকলো সহযোগীগণ, সাংসদগণ, ভাই চিটি ৰবি জী, দিল্লী-কৰ্ণাটক সংঘৰ সদস্যগণ, দেৱী আৰু সজ্জনসকল,

নতুন দিল্লীৰ তালকটোৰা ষ্টেডিয়ামত ‘দিল্লী-কৰ্ণাটক সংঘ’ই অনুষ্ঠিত কৰা ‘বৰিচু কানাড়া ডিম ডিমাভা, অমৃত মহোতসৱ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

February 25th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত 'বৰিচু কানাড়া ডিম ডিমাভা' সাংস্কৃতিক মহোৎসৱ উদ্বোধন কৰে। তেওঁ পদব্ৰজে প্ৰদৰ্শনীখন পৰিদৰ্শনো কৰে। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি অনুষ্ঠিত হোৱা মহোত্সৱত কৰ্ণাটকৰ সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসৰ উদযাপন কৰা হৈছে।

‘কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ড’ত অনুষ্ঠিত ‘এনচিচি সমাৱেশ’ত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 28th, 09:51 pm

স্বাধীনতাৰ ৭৫টা বছৰৰ এইটো পৰ্যায়ত, এনচিচিয়ে ইয়াৰ ৭৫সংখ্যক বাৰ্ষিকীও উদযাপন কৰিছে। বিগত বছৰবোৰত, যিসকলে এনচিচিক প্ৰতিনিধিত্ব কৰিছে, যিসকল ইয়াৰ অংশ হৈ আহিছে, মই ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰিছো। আজি, মোৰ সন্মুখৰ উপস্থিত থকা কেডেটসকল, যিসকল বৰ্তমান এনচিচিত আছে, তেওঁলোকতো আৰু অধিক বিশেষ, তেওঁলোক অধিক বিশেষ। আজিৰ কাৰ্যক্ৰম যিধৰণে যুগুতোৱা হৈছে হৈছে, কেৱল সময় সলনি হোৱাই নহয়, ইয়াৰ সংৰচনাটোৱো সলনি কৰা হৈছে। দৰ্শকসকলৰ সংখ্যও আগৰ তুলনাত বহুতেই বিশাল। আৰু কাৰ্যসূচীসমূহৰ সূচীখনো বৈচিত্ৰ্যৰে ভৰি আছে। অৱশ্যে, 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মৌলিক মন্ত্ৰৰ প্ৰতিধ্বনি সন্নিৱিষ্ট কৰি যুগুতোৱা এই অনুষ্ঠানটো সদায় স্মৰণীয় হৈ থাকিব। আৰু সেয়েহে, মই এনচিচিৰ গোটেইটো দলকে, তেওঁলোকৰ সকলো বিষয়া আৰু প্ৰশাসকলৈ অন্তৰৰ পৰা অভিনন্দন জনাইছো। আপোনালোকে এনচিচি কেডেট হিচাপে, আৰু দেশৰ যুৱ প্ৰজন্ম হিচাপে এক ‘অমৃত প্ৰজন্ম’ক প্ৰতিনিধিত্ব কৰিছে। এই ‘অমৃত প্ৰজন্ম’ই অহা ২৫টা বছৰত দেশক এক নতুন উচ্চতালৈ লৈ যাব, ভাৰতক স্বাৱলম্বী কৰি তুলিব আৰু ইয়াক বিকশিত কৰি তুলিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলীক সম্বোধন কৰে

January 28th, 05:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত বাৰ্ষিক ৰাষ্ট্ৰীয় কেডেট কোৰ-এনচিচি পিএম ৰেলীক সম্বোধন কৰে। এই বছৰ এনচিচিয়ে নিজৰ প্ৰতিষ্ঠাৰ ৭৫তম বৰ্ষ পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যক্ৰমৰ সময়ছোৱাত এনচিচিৰ ৭৫টা সফল বছৰৰ উপলক্ষত এক বিশেষ ডে' কভাৰ আৰু ৭৫ টকা মূল্যবৰ্গৰ বিশেষভাৱে গঢ়া এটা স্মাৰক মুদ্ৰা জাৰি কৰে। কন্যাকুমাৰীৰ পৰা দিল্লী-একতাৰ অগ্নিশিখা প্ৰধানমন্ত্ৰীক অৰ্পণ কৰি কাৰিয়াপ্পা ময়দানত প্ৰজ্বলিত কৰা হয়। ৰেলীক দিন আৰু ৰাতিৰ হাইব্ৰীড কাৰ্যক্ৰম হিচাপে আয়োজন কৰা হয় আৰু ইয়াত 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' বিষয়ৰ ওপৰত এটা সাংস্কৃতিক কাৰ্যক্ৰমো অন্তৰ্ভুক্ত কৰা হৈছিল। বসুধৈৱ কুটুম্বকমৰ প্ৰকৃত ভাৰতীয় ভাবনাত, ১৯খন অন্য দেশৰ ১৯৬জন বিষয়া আৰু কেডেটক সমাৰোহত ভাগ ল'বলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে

January 26th, 04:23 pm

প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

When the forces of good cooperate, the forces of crime cannot operate: PM Modi

October 18th, 01:40 pm

Prime Minister Modi addressed the INTERPOL General Assembly in New Delhi. He said, There are many harmful globalised threats that the world faces. Terrorism, corruption, drug trafficking, poaching and organised crime. The pace of change of these dangers is faster than earlier. When threats are global, the response cannot be just local! It is high time that the world comes together to defeat these threats.

নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত ৯০ সংখ্যক ‘ইণ্টাৰপোল জেনেৰেল এছেম্বলী’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

October 18th, 01:35 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘প্ৰগতি ময়দান’ত অনুষ্ঠিত ‘ইণ্টাৰপোল’ৰ ‘সাধাৰণ পৰিষদৰ ৯০ সংখ্যক সন্মিলন’ সম্বোধন কৰে।

নতুন দিল্লীত ‘কৰ্তব্য পথ’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

September 08th, 10:41 pm

আজিৰ এই ঐতিহাসিক কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ দেশৰে দৃষ্টি আছে, সকলো দেশবাসীয়েই এই মুহূৰ্তত এই কাৰ্যক্ৰমেৰে জড়িত হৈছে। মই এই মুহূৰ্তটোৰ সাক্ষী হোৱা সকলো দেশবাসীক আন্তৰিকতাৰে স্বাগত জনাইছো, অভিনন্দন জনাইছো। এই ঐতিহাসিক ক্ষণত মোৰ সৈতে মন্ত্ৰীমণ্ডলৰ মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী, শ্ৰী জি কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুনৰাম মেঘৱাল জী, শ্ৰীমতী মীনাক্ষী লেখী জী, শ্ৰী কৌশল কিশোৰ জী, আজি মোৰ সৈতে মঞ্চত উপস্থিত আছে। দেশৰ অনেক গণ্যমান্য ব্যক্তিসকলো আজি ইয়াত উপস্থিত আছে।