স্বাস্থ্য খণ্ডত আৱণ্টিত বাজেটৰ কাৰ্যকৰী ৰূপায়ণ সন্দৰ্ভত ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 10:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ বাবে বাজেট আৱণ্টনৰ সঠিক ব্যৱহাৰৰ বিষয়ে এক ৱেবিনাৰ সম্বোধন কৰে।

স্বাস্থ্য ক্ষেত্রত বাজেট আবণ্টন যথোচিতভাৱে ব্যৱহাৰৰ বাবে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

February 23rd, 10:46 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ বাবে বাজেট আৱণ্টনৰ সঠিক ব্যৱহাৰৰ বিষয়ে এক ৱেবিনাৰ সম্বোধন কৰে।

বৈভৱ ২০২০ সন্মিলনত মুকলি ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়

October 02nd, 06:21 pm

‘‘দেশৰ অধিকতকৈ অধিক সংখ্যক যুৱ প্ৰজন্মই বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ এয়াই সঠিক সময়’’, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী আৰু ভাৰতীয় গৱেষক তথা শিক্ষাবিদসকলৰ বাবে ‘বৈশ্বিক ভাৰতীয় বৈজ্ঞানিক (বৈভৱ)’’ শীৰ্ষক এক বিশ্বজনীন ভাৰ্চুৱেল সন্মিলনৰ মুকলি ভাষণত এইদৰে মন্তব্য কৰে৷

৭৫ সংখ্যক ৰাষ্ট্ৰ সংঘ সাধাৰণ পৰিষদ (UNGA) সত্ৰ, ২০২০ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণ পা

September 26th, 06:47 pm

সাধাৰণ পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয়। ভাৰতৰ ১.৩ বিলিয়ন নাগৰিকৰ হৈ, ৰাষ্ট্ৰ সংঘৰ ৭৫ সংখ্যক বাৰ্ষিকীত মই প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰক অভিনন্দন জ্ঞাপন কৰিছো। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰত গৌৰৱান্বিত। এই ঐতিহাসিক কাৰ্যক্ৰমত, মই ভাৰতৰ ১.৩ কোটি লোকৰ অনুভূতি বেকত কৰিবলৈ এই গ্ল’ৱেল প্লেটফৰ্মলৈ আহিছো।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে

September 26th, 06:40 pm

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ ‘সংস্কাৰ’ আৰু ‘প্ৰতিক্ৰিয়া প্ৰকাশৰ ধৰণ সলনি কৰা’ৰ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয়, “যদি আমি বিগত ৭৫ বছৰত ৰাষ্ট্ৰসংঘৰ পাৰদৰ্শিতাৰ এক বস্তুনিষ্ঠ মূল্যায়ন কৰো, আমি কেতবোৰ বৃহৎ সাফল্য দেখিবলৈ পাও৷ কিন্তু একে সময়তে এনে কেতবোৰ বিষয় আছে, যিবোৰ দিশত ৰাষ্ট্ৰসংঘৰ কাম-কাজৰ এক গুৰুতৰ অন্তৰ্দৃষ্টিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো৷”

​PM's interaction through PRAGATI

May 25th, 06:04 pm