‘জনজাতীয় গৌৰৱ দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৫ নৱেম্বৰত বিহাৰ ভ্ৰমণ কৰিব

November 13th, 06:59 pm

ই ‘ভগৱান’ বিৰচা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি চিহ্নিত কৰিব

ত্ৰিপুৰাৰ আগৰতালাত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 18th, 04:40 pm

কাৰ্যক্ৰমত উপস্থিত থকা ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী সত্যদেৱ নাৰায়ণ আৰ্য ডাঙৰীয়া, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহযোগী প্ৰতিমা ভৌমিক ডাঙৰীয়ানী, ত্ৰিপুৰা বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰতন চক্ৰৱৰ্তী ডাঙৰীয়া, উপ মুখ্যমন্ত্ৰী শ্ৰী জিষ্ণু দেৱবাৰ্মা ডাঙৰীয়া, মোৰ মিত্ৰ, সাংসদ শ্ৰী বিপ্লৱ দেৱ ডাঙৰীয়া, ত্ৰিপুৰা চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকলৰ লগতে মোৰ প্ৰিয় ত্ৰিপুৰাবাসী!

প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ আগৰতলাত ৪৩৫০ কোটি টকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে

December 18th, 04:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৩৫০ কোটি টকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলৰ বাবে গৃহ প্ৰৱেশ কাৰ্যসূচীৰ শুভাৰম্ভ – নগৰ আৰু গ্ৰামীণ, আগৰতলা বাইপাছ (খৈৰপুৰ– আমতালী) ৰাষ্ট্ৰীয় ঘাইপথ-০৮ বহল কৰাৰ বাবে সংযোগ প্ৰকল্প, পিএমজিএছৱাই ৩ৰ অধীনত ২৩০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৩২ টা পথৰ আধাৰশিলা স্থাপন আৰু ৫৪০ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা ১১২ টা পথৰ উন্নয়নমূলক প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে আনন্দনগৰত ৰাজ্যিক হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু আগৰতলা চৰকাৰী দন্ত মহাবিদ্যালয়ৰো উদ্বোধন কৰে।

Social Media Corner for 17 September 2017

September 17th, 07:33 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!

It is due of Sardar Patel's efforts that we are realising the dream of 'Ek Bharat, Shreshtha Bharat': PM Modi

September 17th, 12:26 pm

PM Modi today laid foundation stone for 'National Tribal Freedom Fighters' Museum in Gujarat's Dhaboi. Addressing a public meeting, PM Modi said, We remember our freedom fighters from the tribal communities who gave a strong fight to colonialism.

PM dedicates Sardar Sarovar Dam to the nation, lays foundation stone for National Tribal Freedom Fighters' Museum

September 17th, 12:25 pm

PM Modi today laid foundation stone for 'National Tribal Freedom Fighters' Museum in Gujarat's Dhaboi. Addressing a public meeting, PM Modi said, We remember our freedom fighters from the tribal communities who gave a strong fight to colonialism.