প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

June 11th, 06:02 pm

প্ৰধানমন্ত্ৰীৰ ভাষণত তেওঁৰ সমৃদ্ধ ৰাজনৈতিক আৰু প্ৰশাসনিক অভিজ্ঞতাৰ বহুতো উপাখ্যান আৰু কাহিনী ভৰি পৰে। তেওঁৰ ভাষণত এনে উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰী কামৰ সেৱামুখীতা, সাধাৰণ মানুহৰ আকাংক্ষা বাস্তৱায়িত কৰাত মালিকীস্বত্ব, পদানুক্ৰম ভংগৰ প্ৰয়োজনীয়তা, সংগঠনত প্ৰতিগৰাকী ব্যক্তিৰ অভিজ্ঞতা ব্যৱহাৰ, জন ভাগীদাৰীৰ গুৰুত্ব, অন্যান্য বিষয়ৰ লগতে ব্যৱস্থাটো উন্নত আৰু উদ্ভাৱন কৰা আদি দিশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে প্ৰশিক্ষণ মডিউলসমূহ এনেদৰে অভিমুখী আৰু বিকশিত কৰা উচিত যাতে এই দিশসমূহ চৰকাৰী বিষয়াসকলৰ মাজত বীজ ৰোপণ কৰে৷

প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

June 10th, 10:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ জুন, ২০২৩ৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানস্থিত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে সন্মিলনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।