ৰিপাব্লিক সন্মিলন, ২০২৪ত ভাষণ প্ৰধানমন্ত্ৰীৰ

ৰিপাব্লিক সন্মিলন, ২০২৪ত ভাষণ প্ৰধানমন্ত্ৰীৰ

March 07th, 08:50 pm

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এই দশক ভাৰতৰ বুলি কোৱাৰ কথা স্মৰণ কৰাৰ লগতে এই বক্তব্য যে ৰাজনৈতিক নাছিল, সেই কথা আজি বিশ্বই দৃঢ়তাৰে প্ৰতীয়মান কৰিছে বুলি কয়। “বিশ্বই বিশ্বাস কৰে যে এইটো ভাৰতৰ দশক”, বিষয়বস্তু অনুসৰি অহা দশকৰ ভাৰতৰ ওপৰত আলোচনা আৰম্ভ কৰাৰ বাবে ৰিপাব্লিক টিমৰ দৃষ্টিভংগীক প্ৰশংসা কৰি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে চলিত দশকটো বিকশিত ভাৰতৰ সংকল্প পূৰণৰ মাধ্যমত পৰিণত হ’ব।

India's path to development will be strong through a developed Tamil Nadu: PM Modi

India's path to development will be strong through a developed Tamil Nadu: PM Modi

March 04th, 06:08 pm

Prime Minister Narendra Modi addressed a public gathering in Chennai, Tamil Nadu, where he expressed his enthusiasm for the city's vibrant atmosphere and acknowledged its significance as a hub of talent, trade, and tradition. Emphasizing the crucial role of Chennai in India's journey towards development, PM Modi reiterated his commitment to building a prosperous Tamil Nadu as an integral part of his vision for a developed India.

PM Modi addresses a public meeting in Chennai, Tamil Nadu

PM Modi addresses a public meeting in Chennai, Tamil Nadu

March 04th, 06:00 pm

Prime Minister Narendra Modi addressed a public gathering in Chennai, Tamil Nadu, where he expressed his enthusiasm for the city's vibrant atmosphere and acknowledged its significance as a hub of talent, trade, and tradition. Emphasizing the crucial role of Chennai in India's journey towards development, PM Modi reiterated his commitment to building a prosperous Tamil Nadu as an integral part of his vision for a developed India.

৪-৬ মাৰ্চত তেলেংগানা, তামিলনাডু, উৰিষ্যা, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

March 03rd, 11:58 am

৪ মাৰ্চত পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ আদিলাবাদত ৫৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উচৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তাৰ পিছতে আবেলি প্ৰায় ৩:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ কালপক্কমত ‘ভৱিনী’ ভ্ৰমণ কৰিব।

পশ্চিম বংগৰ নাদিয়া জিলাৰ কৃষ্ণনগৰত ১৫,০০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

March 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ নাদিয়া জিলাৰ কৃষ্ণনগৰত ১৫,০০০ কোটি টকা ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহ বিদ্যুৎ, ৰে'ল আৰু স্থলপথখণ্ডৰ সৈতে সম্পৰ্কিত।

PM Modi launches multiple development projects worth Rs 15,000 crores in Krishnanagar, West Bengal

March 02nd, 10:36 am

PM Modi dedicated to the nation and laid the foundation stone for multiple development projects worth Rs 15,000 crore in Krishnanagar, Nadia district, West Bengal. Stressing the importance of electricity in the process of development, the Prime Minister said that the government is working to make West Bengal self-reliant for its electricity needs.

৩-৪ ফেব্ৰুৱাৰীত ওড়িশা আৰু অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 02nd, 11:07 am

৩ ফেব্ৰুৱাৰীত দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ সম্বলপুৰত এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈ ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৪ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ৰাজহুৱা কাৰ্যসূচীত অংশ লৈ ১১,০০০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

In a democracy like India, people of the country should be prioritized over ‘Familial Dynastic Politics’: PM Modi

October 03rd, 10:39 pm

Addressing a public meeting in Nizamabad in Telangana, Prime Minister Modi said that he is happy to have presented the state with various developmental projects worth Rs. 8,000 crores. “The BJP government at the Centre had given money to the BRS-led government here for the development of Telangana but unfortunately, BRS indulged in looting the money sent for the welfare of the state,” he said while slamming the state government.

PM Modi addresses a public meeting in Nizamabad, Telangana

October 03rd, 04:18 pm

Addressing a public meeting in Nizamabad in Telangana, Prime Minister Modi said that he is happy to have presented the state with various developmental projects worth Rs. 8,000 crores. “The BJP government at the Centre had given money to the BRS-led government here for the development of Telangana but unfortunately, BRS indulged in looting the money sent for the welfare of the state,” he said while slamming the state government.

তেলেংগানাৰ নিজামাবাদত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

October 03rd, 04:09 pm

যিকোনো দেশ আৰু ৰাজ্যৰ উন্নয়নৰ বাবে ৰাজ্যখন বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত যিমান পাৰি স্বাৱলম্বী হোৱাটো অতি প্ৰয়োজনীয়। যেতিয়া ৰাজ্যত বিদ্যুতৰ প্ৰচুৰতা থাকে তেতিয়া ব্যৱসায় কৰাত সহজ আৰু জীৱন-যাপনৰ সৰলতা উন্নত হয়। মসৃণ বিদ্যুৎ যোগানে ৰাজ্যৰ ঔদ্যোগিক বিকাশকো ত্বৰান্বিত কৰে। আজি পেড্ডাপল্লী জিলাত এন টি পি চিৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ প্ৰথমটো ইউনিট উদ্বোধন কৰা হৈছে। অতি সোনকালে ইয়াৰ দ্বিতীয় ইউনিটটোও আৰম্ভ হ’ব। এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’লে এই উদ্যোগটোৰ স্থাপন ক্ষমতা ৪০০০ মেগাৱাট হ’ব। মই সুখী যে দেশৰ এন টি পি চিৰ সকলো বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত এইটোৱেই আটাইতকৈ আধুনিক। এই উদ্যোগটোত উৎপাদিত বিদ্যুতৰ বৃহৎ অংশ লাভ কৰিব তেলেংগানাৰ জনসাধাৰণে। আমাৰ চৰকাৰে যি প্ৰকল্প আৰম্ভ কৰে, সেই প্ৰকল্প সম্পূৰ্ণও কৰে। মনত আছে, ২০১৬ চনৰ আগষ্ট মাহত মই এই প্ৰকল্পৰ ভেটি স্থাপন কৰিছিলো। এতিয়া আজি মই ইয়াক উদ্বোধন কৰাৰ সৌভাগ্য লাভ কৰিছো। এয়া আমাৰ চৰকাৰৰ নতুন কৰ্ম সংস্কৃতি।

তেলেংগানাৰ নিজামাবাদত প্ৰায় ৮,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

October 03rd, 04:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ নিজামাবাদত শক্তি, ৰে’ল আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত ৮,০০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত এনটিপিচিৰ তেলেংগানা ছুপাৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ ৮০০ মেগাৱাট ইউনিট দেশবাসীৰ নামত উচৰ্গা, মনোহাৰাবাদ আৰু ছিদ্দিপেট সংযোগী নতুন ৰে’লৱে লাইনকে ধৰি একাধিক ৰে’লৱে প্ৰকল্প; আৰু ধৰ্মাবাদ-মনোহৰাবাদ আৰু মেহবুবনগৰ-কুৰ্ণুলৰ মাজত ৰে’ললাইনৰ বিদ্যুতীকৰণ প্ৰকল্প আদি উল্লেখযোগ্য। তেওঁ প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৰাজ্যজুৰি ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে ছিদ্দিপেট- ছেকেন্দৰাবাদ- ছিদ্দিপেট ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে।

ছত্তীশগড়ৰ ৰায়গড়ত ৰে’ল খণ্ডৰ প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 03:58 pm

ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী টি এছ সিংদেৱজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী ভগ্নী ৰেণুকা সিংহজী, সাংসদ মহোদয়া, বিধায়কগণ আৰু ছত্তীশগড়ৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল!

ছত্তীশগড়ৰ ৰায়গড়ত প্ৰায় ৬,৩৫০ কোটি টকাৰ ৰে’ল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

September 14th, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ ৰায়গড়ত প্ৰায় ৬,৩৫০ কোটি টকাৰ ৰে’ল প্ৰকল্প দেশবাসীক উৎসৰ্গা কৰে। তেওঁ ছত্তীশগড়ৰ ৯ খন জিলাত ৫০ খন বিচনাযুক্ত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰে আৰু পৰীক্ষা কৰা লোকসকলক ১ লাখ চিকল চেল কাউন্সেলিং কাৰ্ড বিতৰণ কৰে। এই ৰে’ল প্ৰকল্পসমূহৰ ভিতৰত আছে ছত্তীশগড় পূৱ ৰে’ল প্ৰকল্প প্ৰথম পৰ্যায়, চম্পাৰ পৰা জামগাৰ মাজত তৃতীয় ৰে’ল লাইন, পেন্দ্ৰা ৰোডৰ পৰা অনুপপুৰলৈ তৃতীয় ৰে’ল লাইন আৰু তালাইপল্লী কয়লা খনিক এনটিপিচি লাৰা চুপাৰ থাৰ্মেল পাৱাৰ ষ্টেচনৰ সৈতে সংযোগ কৰা এমজিআৰ (মেৰি-গো-ৰাউণ্ড) প্ৰণালী।

ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইনৰ যুটীয়া ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

March 18th, 05:10 pm

আজি ভাৰত-বাংলাদেশ সম্পৰ্কৰ ইতিহাসত আজি এক নতুন অধ্যায়ৰ সূচনা হৈছে। ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন-২০১৮ চনৰ ছেপ্টেম্বৰত আমি ইয়াৰ ভেটি স্থাপন কৰিছিলোঁ। আৰু মই সুখী যে আজি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ইয়াক উদ্বোধন কৰাৰ সুযোগ লাভ কৰিছোঁ।

ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন যুটীয়াভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই

March 18th, 05:05 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি ভাৰ্চুৱেলী যুটীয়াভাৱে ভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন(আইপিএফপি) উদ্বোধন কৰে৷ ২০১৮ চনৰ ছেপ্টেম্বৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰী এই পাইপলাইৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷ নুমলীগড় শোধনাগাৰ লিমিটেডে ২০১৫ চনৰ পৰা বাংলাদেশলৈ পেট্ৰ’লিয়ামজাত সামগ্ৰী যোগান ধৰি আহিছে৷ ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ মাজত এয়া দ্বিতীয় সীমা অতিক্ৰমী শক্তি পাইপলাইন৷

তামিলনাডুৰ কোৱেম্বাতুৰত এলানি উন্নয়নমূলক প্রকল্পৰ সূচনাত প্রধানমন্ত্রীৰ ভাষণ

February 25th, 04:14 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনএলচিআইএলৰ ১০০০ মেগাৱাটৰ নেভেলী নতুন তাপ শক্তি প্ৰকল্প আৰু ৭০৯ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ ভি.অ’ চিদাম্বৰণৰ বন্দৰত এটা ৫ মেগাৱাটৰ গ্ৰীড সংযুক্ত গ্ৰাউণ্ড সৌৰ শক্তি প্ৰকল্পৰ ডিজাইনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ৯খন স্মাৰ্ট চিটীত ইণ্টিগ্ৰেটেড ক’মাণ্ড এণ্ড ক’ণ্ট্ৰোল চেণ্টাৰছ(আইচিচিচি)ৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)ৰ অধীনত নিৰ্মাণ হোৱা আৱাসগৃহ আৰু ভি.অ’ চিদাম্বৰণৰ বন্দৰত ৮ লেনযুক্ত কোৰামপাল্লম দলং আৰু ৰেল অভাৰব্ৰীজ উদ্বোধন কৰে। তামিলনাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনু্ঠানত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে ক’ইম্বাট’ৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে

February 25th, 04:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনএলচিআইএলৰ ১০০০ মেগাৱাটৰ নেভেলী নতুন তাপ শক্তি প্ৰকল্প আৰু ৭০৯ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্প দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ ভি.অ’ চিদাম্বৰণৰ বন্দৰত এটা ৫ মেগাৱাটৰ গ্ৰীড সংযুক্ত গ্ৰাউণ্ড সৌৰ শক্তি প্ৰকল্পৰ ডিজাইনৰ আধাৰশিলা স্থাপন কৰে। তেওঁ ৯খন স্মাৰ্ট চিটীত ইণ্টিগ্ৰেটেড ক’মাণ্ড এণ্ড ক’ণ্ট্ৰোল চেণ্টাৰছ(আইচিচিচি)ৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা(নগৰ)ৰ অধীনত নিৰ্মাণ হোৱা আৱাসগৃহ আৰু ভি.অ’ চিদাম্বৰণৰ বন্দৰত ৮ লেনযুক্ত কোৰামপাল্লম দলং আৰু ৰেল অভাৰব্ৰীজ উদ্বোধন কৰে। তামিলনাডুৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী অনু্ঠানত উপস্থিত থাকে।

Connectivity is at the core of all round development: PM Modi

September 22nd, 01:26 pm

Prime Minister Shri Narendra Modi today inaugurated Jharsuguda airport in Odisha. Also, the Prime Minister dedicated the Garjanbahal coal mines and the Jharsuguda-Barapali-Sardega rail link to the nation. Addressing the gathering, PM Modi said, “This airport in Jharsuguda is well located to serve the needs of the people of Odisha. This is going to be the second airport in the state. While being happy this airport is opening, we also need to wonder why it took so many years for a second airport in Odisha. Also, PM Modi said these projects in Odisha will benefit the energy sector and enhance connectivity.

PM in Odisha: Work commences for revival of Talcher Fertilizer Plant, Jharsuguda airport inaugurated

September 22nd, 01:12 pm

Prime Minister Shri Narendra Modi today inaugurated Jharsuguda airport in Odisha. Also, the Prime Minister dedicated the Garjanbahal coal mines and the Jharsuguda-Barapali-Sardega rail link to the nation. Addressing the gathering, PM Modi said, “This airport in Jharsuguda is well located to serve the needs of the people of Odisha. This is going to be the second airport in the state. While being happy this airport is opening, we also need to wonder why it took so many years for a second airport in Odisha.

Social Media Corner 4 June 2017

June 04th, 08:04 pm

Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!