নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ
May 11th, 11:00 am
কেবিনেটত মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰী ৰাজনাথ সিংজী, ড০ জীতেন্দ্ৰ সিংজী, বিজ্ঞান আৰু প্ৰযুক্তি সম্প্ৰদায়ৰ সকলো সন্মানীয় সদস্য আৰু কাৰ্যসূচীত উপস্থিত থকা মোৰ যুৱ সহকৰ্মীসকল!প্ৰধানমন্ত্ৰীয়ে ১১ মে’ত নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ৰ কাৰ্যসূচী উদ্বোধন কৰে
May 11th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে আয়োজিত অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ১১ তাৰিখৰ পৰা ১৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ২৫ তম বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰা হয়। এই গৌৰৱপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৫৮০০ কোটি টকাৰ অধিক মূল্যৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উন্নতি সম্পৰ্কীয় একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। ই দেশৰ বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ।প্ৰধানমন্ত্ৰীয়ে ১১ মে’ত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে কাৰ্যসূচী উদ্বোধন কৰিব
May 10th, 03:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১১ মে'ত পুৱা ১০:৩০ বজাত প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৩ উপলক্ষে আলোকিত অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত ১১ ৰ পৰা ১৪ মে'লৈ অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ ২৫ তম বৰ্ষ উদযাপনৰ সূচনা কৰা হ'ব।ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত ভাৰতীয় বিজ্ঞানীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
May 11th, 09:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ প্ৰতিভাৱান বিজ্ঞানী আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে, যাৰ ফলত ১৯৯৮ চনত সফলভাৱে পোখৰাণৰ পৰীক্ষা সম্ভৱ হৈছিল।‘ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস’ত বিজ্ঞানীমণ্ডলীক অভিবাদন জনালে প্ৰধানমন্ত্ৰীয়ে
May 11th, 11:59 am
‘ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলক তেওঁলোকে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভূয়সী প্ৰশংসা কৰে।Prime Minister pays tributes to scientists on the National Technology Day
May 11th, 04:35 pm
Prime Minister Shri Narendra Modi today paid tributes to all the scientists in the country who are using science and technology to bring a positive difference in the lives of others.PM greets citizens on National Technology Day
May 11th, 09:38 am