Tragedies like 9/11 will have a permanent solution, only through humanitarian values: PM Modi
September 11th, 11:01 am
Prime Minister Narendra Modi performed the Lokarpan of Sardardham Bhavan and Bhoomi Pujan of Sardardham Phase – II Kanya Chhatralaya. The PM said the Hostel facility being inaugurated today will also help so many girls to come forward. He said that the state of the art building, girls hostel and modern library will empower the youth.প্রধানমন্ত্রীয়ে চর্দাৰধাম ভৱন লোকার্পণ আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে
September 11th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত চর্দাৰধাম ভৱন লোকার্পণ কৰে আৰু চর্দাৰধাম দ্বিতীয় পর্বত কন্যা ছাত্রী নিবাসৰ ভূমি পুজাত অংশ গ্ৰহণ কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী উপস্থিত আছিল।বস্ত্ৰশিল্পৰ ক্ষেত্ৰতো ‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ’(পিএলআই) দিয়াৰ সিদ্ধান্তলৈ অনুমোদন। ইয়াৰ জৰিয়তে ভাৰতে বস্ত্ৰৰ বিশ্ব বাণিজ্যক্ষেত্ৰত থকা প্ৰতিপত্তি পুনৰ আহৰণ কৰাৰ দিশত অগ্ৰসৰ হ’ব
September 08th, 02:49 pm
‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন সাকাৰ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ‘এমএমএফ এপাৰেল’, ‘এমএমএফ ফেব্ৰিকছ’ আৰু অন্যান্য ১০টা গোট/কাৰিকৰী বস্ত্ৰৰ উতপাদিত সামগ্ৰী ক্ষেত্ৰত ১০,৬৮৩ কোটি টকাৰ প্ৰাককলিত পুঁজিসহ ‘উত্পাদন-সংযোজিত উদগণী’(পিএলআই) আঁচনি ৰূপায়ণৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। ‘আৰঅ’এছচিটিএল’, ‘আৰঅ’ডিটিইপি’ৰ লগতে প্ৰতিযোগিতামূলক দৰত কেঁচামালৰ যোগান, দক্ষতা বিকাশ আদিৰ দৰে চৰকাৰী খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ ৰূপায়ণৰ এই সিদ্ধান্তই বস্ত্ৰ উত্পাদনৰ ক্ষেত্ৰখনৰ বাবে এক নতুন যুগৰ সূচনা কৰিব।